• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কাতি বিহু, আনহাতে  বিয়লি ৪.৫৫ বজালৈ লক্ষ্মী পূৰ্ণিমা, এই বিৰল সংযোগৰ ফলত উজলি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য

আজি কাতি বিহু, আনহাতে  বিয়লি ৪.৫৫ বজালৈ লক্ষ্মী পূৰ্ণিমা, এই বিৰল সংযোগৰ ফলত উজলি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য

2 years ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

4 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

4 hours ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

5 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

6 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

6 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

7 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

7 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

8 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

9 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

9 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

10 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি কাতি বিহু, আনহাতে  বিয়লি ৪.৫৫ বজালৈ লক্ষ্মী পূৰ্ণিমা, এই বিৰল সংযোগৰ ফলত উজলি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য

editor by editor
October 17, 2024
in অসম, জীৱনশৈলী, বিনোদন, বিবিধ
0
আজি কাতি বিহু, আনহাতে  বিয়লি ৪.৫৫ বজালৈ লক্ষ্মী পূৰ্ণিমা, এই বিৰল সংযোগৰ ফলত উজলি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য
0
SHARES
36.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি কাতি বিহু, আনহাতে  বিয়লি ৪.৫৫ বজালৈ লক্ষ্মী পূৰ্ণিমা, এই বিৰল সংযোগৰ ফলত উজলি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য

আজি ১৭ অক্টোবৰ তাৰিখ আনহাতে বৈদিক পঞ্জিকা অনুসৰি আহিন মাহৰ পূৰ্ণিমা বা শৰদ পূৰ্ণিমা তিথি। এই তিথিত কোজাগৰী লক্ষ্মী পূজা কৰা হয়, গতিকে ইয়াক কোজাগৰী পূৰ্ণিমা বুলিও কোৱা হয়। লগতে আজিৰ এই দিনটোতে পৰিছে কাতি বিহুও।

আজি​সন্ধিয়া ৪:৫৫ বজালৈ থাকিব পূৰ্ণিমা।​সূৰ্য্য কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব আজিৰ দিনটোত। জ্যোতিষ হিচাপ অনুসৰি কলা হৰ্ষণ যোগ আৰু বজ্ৰ যোগৰ প্ৰভাৱ পৰিব।​প্ৰথমে ৰেৱতী আৰু তাৰ পিছত অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱ থাকিব।

এই সকলোবোৰ যোগৰ প্ৰভাৱৰ বাবে আজি​এটা বিশেষ দিন হ’বলৈ গৈ আছে। তাৰে ওপৰত আকৌ আজি বৃহস্পতি বাৰ, হিন্দু ধৰ্মত বৃহস্পতিবাৰ ভগৱান বিষ্ণুৰ প্ৰিয় দিন। এই সকলোবোৰ যোগৰ ফলত উজলি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য-

বৃষ ৰাশি
বৃষ ৰাশিৰ শাসক গ্ৰহ হৈছে সুখ আৰু সমৃদ্ধিৰ দাতা শুক্ৰ। তুলা ৰাশিত বুধ আৰু সূৰ্য্যৰ সংযোগ বিশেষভাৱে বৃষ ৰাশিৰ লোকৰ বাবে শুভ বুলি প্ৰমাণিত হ’ব পাৰে। এই সংমিশ্ৰণৰ বাবে মিথুন ৰাশিৰ লোকে ব্যৱসায়, যোগাযোগ আৰু লেখাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। তেওঁলোকে নিজৰ ধাৰণা ফলপ্ৰসূভাৱে প্ৰকাশ কৰি আনক প্ৰভাৱিত কৰিব পাৰিব। চাকৰিৰ পদোন্নতিৰ লগতে দৰমহা বৃদ্ধিও হ’ব পাৰে। নতুন সুযোগ উপলব্ধ হ’ব আৰু কেৰিয়াৰত স্থিৰতা থাকিব। স্বাস্থ্য ভাল হ’ব আৰু মানসিক চাপ কমি যাব।

কন্যা ৰাশি
বৈদিক জ্যোতিষত কন্যা ৰাশিৰ লোকক বুধৰ মালিকানাধীন বুলি ধৰা হয়। বুধ আৰু সূৰ্য্যৰ সাক্ষাৎ আপোনাৰ বাবেও অতি শুভ আৰু অনুকূল বুলি প্ৰমাণিত হ’ব পাৰে। এই সংমিশ্ৰণৰ বাবে কন্যা ৰাশিৰ লোকে চাকৰিত পদোন্নতি লাভ কৰিব পাৰে। চাকৰিৰ পৰা ধন উপাৰ্জনৰ প্ৰচেষ্টা সফল হ’ব। চাকৰিত নতুন সুযোগ পাব। আপুনি আপোনাৰ কেৰিয়াৰত নতুন উচ্চতাত উপনীত হ’ব পাৰে। ব্যৱসায় বাঢ়িব, নতুন গ্ৰাহক পোৱা যাব আৰু লাভ বাঢ়িব। উদ্যোগসমূহো সম্প্ৰসাৰণ হ’ব আৰু উৎপাদন বৃদ্ধি পাব। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ’ব আৰু বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্কও উন্নত হ’ব।

সিংহ ৰাশি
সূৰ্য্যক সিংহ আৰু মিথুন ৰাশিৰ শাসক গ্ৰহ বুলি ধৰা হয়। তুলা ৰাশিত বুধ আৰু সূৰ্য্যৰ মিলন তেওঁলোকৰ বাবেও শুভ। এই সংমিশ্ৰণৰ বাবে সিংহ ৰাশিৰ লোকসকলৰ নেতৃত্বৰ গুণ বৃদ্ধি পাব আৰু তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ’ব। মানসিক স্বাস্থ্য ভাল হ’ব। মানসিক চাপ কমি যাব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাও উন্নত হ’ব। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ উঠিব। শ্বেয়াৰ মাৰ্কেট আৰু অন্যান্য ধৰণৰ ব্যৱসায়ত লাভ হ’ব। আয় বৃদ্ধি পাব আৰু খৰচ নিয়ন্ত্ৰণত থাকিব। বিনিয়োগৰ পৰা ভাল লাভ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kati bihulakshmi pujaLakshmi PurnimaPurnima
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
Next Post
মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..

মঞ্চৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ, সংগীত পৰিবেশনৰ সময়তে হঠাতে..

অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড'ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.