• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?

২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?

2 years ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

21 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

11 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

11 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

12 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

12 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

13 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

14 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

15 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

15 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?

২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?

editor by editor
October 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২০২৫ৰ মাৰ্চ মাহৰ ভিতৰত ৩ৰাশিৰ ভাগ্য সোণৰ দৰে জিলিকিব! কোন কোন ৰাশিৰ এই সময়ত ধনলাভৰ সম্ভাৱনা আছে?
0
SHARES
20.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত কোৱা হৈছে যে, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিটো গ্ৰহৰ ৰাশি আৰু নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তন ঘটে। যেতিয়াই ৯ গ্ৰহৰ গতিৰ পৰিবৰ্তন ঘটে তেতিয়াই ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মানৱ জীৱনত পৰে। ৯ গ্ৰহৰ ভিতৰত শনি আৰু ৰাহুক আটাইতকৈ শক্তিশালী গ্ৰহ বুলি গণ্য কৰা হয়। ছয় বছৰৰ পিছত শনি আৰু ১৮ মাহৰ পিছত ৰাহুৱে ৰাশি সলনি কৰে। কিন্তু ইয়াৰ মাজতে দুয়োটা গ্ৰহৰ নক্ষত্ৰমণ্ডলৰ কেইবাবাৰো পৰিৱৰ্তন ঘটে।

জ্যোতিষ তথ্য অনুসৰি ২০২৪ চনৰ ৫ জুলাইত ৰাহুৱে উত্তৰ ভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিছে। য’ত ২০২৫ চনৰ মাৰ্চ মাহলৈকে থাকিব।  শনি বৰ্তমান শতভিষা নক্ষত্ৰত আছে। ২০২৫ চনলৈ তাতেই থাকিব শনি।  এই পৰিবৰ্তনৰ ফলতেই ৰাজযোগ গঢ়ি উঠিছে। বহু বছৰৰ মূৰত গঠিত পৰিবৰ্তনে কোন কোন ৰাশিক প্ৰভাৱিত কৰিব?

মেষ ৰাশি

এই পৰিবৰ্তন মেষ ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। ব্যৱসায়ীসকলৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। এই সময়ত আপুনি ধন উপাৰ্জনৰ ডাঙৰ সুযোগ পাব। কৰ্মৰত লোকে কাৰ্যালয়ৰ কামত বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ পাব পাৰে। কৰ্মসংস্থাপন বিচৰা লোকৰ সমস্যা শীঘ্ৰে শেষ হ’ব। বিবাহিত দম্পতীয়ে একেলগে সময় কটোৱাৰ বহু সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক শক্তিশালী হ’ব।

তুলা ৰাশি

শনি আৰু ৰাহুৰ স্থান পৰিবৰ্তন তুলা ৰাশিৰ লোকৰ বাবে উপকাৰী৷ ব্যৱসায়ীসকলৰ কামে গতি লাভ কৰিব, যাৰ ফলত অনাগত দিনত বিপুল লাভ হ’ব। কৰ্মত নিয়োজিত লোকৰ আয় বৃদ্ধিয়ে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা টনকীয়াল কৰিব। বিবাহিত লোকে নিজৰ সংগীৰ সৈতে দুদিনৰ পৰা তিনিদিনলৈ ভ্ৰমণলৈ যাব পাৰে। যিসকলে এতিয়াও চাকৰি পোৱা নাই তেওঁলোকে দুমাহৰ পৰা তিনিমাহৰ ভিতৰত ভাল খবৰ পাব পাৰে।

কুম্ভ ৰাশি

ৰাহু আৰু শনিৰ স্থান পৰিবৰ্তন কুম্ভ ৰাশিৰ বাবেও লাভজনক। মন সুখী হৈ থাকিব। ইয়াৰ উপৰিও ব্যৱসায়তো ভাল লাভৰ সম্ভাৱনা আছে। কৰ্মত নিয়োজিত লোকৰ দৰমহা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিবাহিত মানুহৰ জীৱনত সুখ থাকিব, যাৰ বাবে ঘৰৰ পৰিবেশো ভাল হৈ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

August 5, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
Next Post
আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

আপোনাৰ জন্মৰ দিন অনুযায়ী আপুনি এই কামতেই সফল হ’ব!

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও এইকেইটা কাৰণত বাঢ়ে হাওঁফাওঁৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.