• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

1 year ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

2 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

3 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

4 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

5 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

6 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

7 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

8 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

9 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

editor by editor
October 28, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি
0
ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত
0
SHARES
316
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিল্ম ইণ্ডাষ্ট্ৰীক বিদায় থালাপথী বিজয়ৰ! কেৰিয়াৰৰ  শিখৰত থকাৰ সময়তে একাষৰীয়া কৰিলে চিনেমা জগত

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ে এৰিলে চিনেমা জগত ! অভিনয় কেৰিয়াৰৰ জনপ্ৰিয়তাৰ শীৰ্ষত উপনিত হোৱাৰ পাছতে অবিনয় জীৱনক একাষৰীয়া কৰিলে অভিনেতাগৰাকীয়ে। কিয়নো এইবাৰ জীৱনৰ দ্বিতীয়টো দিশে অগ্ৰসৰ হৈছে বিজয়। এইবাৰ ৰাজনীতিত ভৰি দিয়ে অভিনেতাগৰাকীয়ে।

ছুপাৰষ্টাৰ বিজয়ে অভিনয় এৰি এইবাৰ গঠন কৰিছে ৰাজনৈতিক দল। কিছুমাহ পূৰ্বে গঠন কৰিছে তামিলনাডু বেত্ৰী কড়গম (TBK) নামৰ এটা ৰাজনৈতিক দল। এই ৰাজনৈতিৰ দলটোৰে থালাপথী বিজয়ে এইবাৰ তামিলনাডুৰ শাসনত আলোড়ন কৰাৰ মন মেলিছে, অৱশ্যে এতিয়াও অবিনয় জগত সম্পূৰ্ণকৈ ত্যাগ কৰা নাই।

বিজয়ৰ ৰাজনীতিত প্ৰৱেশৰ খবৰ অহাৰ লগে লগে বিজয়ে চলচ্চিত্ৰ জগত এৰি ৰাজনীতিত কেৰিয়াৰ গঢ়াৰ কথাও আৰম্ভ হৈছে। এতিয়া প্ৰথমবাৰৰ বাবে বিজয়ে এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰি অনুৰাগীৰ সৈতে কথা পাতে।

বিজয়ে দেওবাৰে নতুন দলটোৰ প্ৰথমটো ৰেলী অনুষ্ঠিত কৰিছিল। এই সময়ছোৱাত তেওঁ নিজৰ অনুৰাগীৰ সৈতেও কথা পাতি ক’লে- তামিলনাডুত অনুৰাগীৰ সৈতে কথা পাতি বিজয়ে কয় যে, মই মোৰ কেৰিয়াৰৰ শিখৰত থকাৰ সময়তে এতিয়া মই চিনেমা জগত এৰিছো আৰু লগতে সেই আকৰ্ষণীয় দৰমহাও নাকচ কৰিছো। মই কেৱল আপোনালোক সকলোৰে ওপৰত বিশ্বাস ৰাখি আপোনালোকৰে বিজয় হৈ আহিছো’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bijay ThalapathiIndian PoliticsSouth ActorSouth Superstar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
পুনৰ ৭১ বিধ ঔষধ ভুৱা- Pan-D, Shelcal 500 আদিৰ গুণগত মান বিফল, তালিকাত আৰু কি কি ?

২৯ লাখ টকাৰ এটা সৰা দাঁতৰ মূল্য, কাৰ দাঁত এইটো, যাৰ আজিয়ো বহু চাহিদা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন