• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ কোন দলত যাব কোন খেলুৱৈ, প্ৰকাশৰ দিশে তালিকা

IPLৰ কোন দলত যাব কোন খেলুৱৈ, প্ৰকাশৰ দিশে তালিকা

1 year ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

7 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

8 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

8 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

8 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

9 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

10 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

10 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

11 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLৰ কোন দলত যাব কোন খেলুৱৈ, প্ৰকাশৰ দিশে তালিকা

editor by editor
October 31, 2024
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
IPLৰ কোন দলত যাব কোন খেলুৱৈ, প্ৰকাশৰ দিশে তালিকা
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPLৰ কোন দলত যাব কোন খেলুৱৈ, প্ৰকাশৰ দিশে তালিকা

আই পি এল ২০২৫ৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া মেগা নিলামৰ বাবে খেলুৱৈৰ তালিকা প্ৰকাশ পাব আজি। ঘোষণা কৰিব ১০খন ফ্ৰেঞ্চাইজিৰ আটাইকেইখনেই আইপিএল ২০২৫ৰ বাবে ধৰি ৰাখিব বিচৰা খেলুৱৈৰ নাম। একে সময়তে বহু ডাঙৰ খেলুৱৈৰ যাত্ৰাৰ অন্ত পৰিব তেওঁলোকৰ পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ সৈতে আৰু তেওঁলোকে অহা মাহত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামত প্ৰৱেশ কৰিব লাগিব। ইয়াৰ ভিতৰত কে এল ৰাহুল, ঋষভ পন্ত আৰু শ্ৰেয়াছ আয়াৰৰ দৰে কিছুমান ডাঙৰ খেলুৱৈৰো নামো থাকিব পাৰে।

এইবাৰ নিলামলৈ ঘূৰি আহিছে আৰ টি এম। যোৱা মেগা নিলামত ইয়াক ব্যৱহাৰ কৰা হোৱা নাছিল। ৰাইট টু মেচ কাৰ্ডখন শেষবাৰৰ বাবে ২০১৭ চনৰ মেগা অকচনত ব্যৱহাৰ কৰা হৈছিল যদিও ২০২২ চনৰ মেগা অকচনত ব্যৱহাৰ কৰা হোৱা নাছিল। অৱশ্যে এতিয়া পুনৰ উভতি আহিছে। আৰ টি এম এ ফ্ৰেঞ্চাইজিক নিলামৰ সময়ত এজন খেলুৱৈক পুনৰ ক্ৰয় কৰাৰ সুযোগ দিয়ে।

কোনো খেলুৱৈৰ ওপৰত নিবিদা শেষ হোৱাৰ পিছত যদি তেওঁৰ পুৰণি দলটোৱে তেওঁক বিচাৰে, তেন্তে পুৰণি দলটোৱে নতুন দলটোৱে নিবিদা কৰা মূল্য দিব লাগিব আৰু তেওঁলোকে সেই খেলুৱৈজনক ঘূৰাই পাব পাৰিব। কমেও তিনিটা ফ্ৰেঞ্চাইজিয়ে আৰ টি এমক সমৰ্থন কৰাৰ পিছত পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে আই পি এল। অৱশ্যে এইবাৰ ৰাইট টু মেচ কাৰ্ডত কিছু টুইষ্ট দেখা গৈছে।

প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে সৰ্বাধিক ছয়জন খেলুৱৈক ধৰি ৰাখিব পাৰে। ইয়াৰ ভিতৰত ৰাইট-টু-মেচ (আৰ টি এম)ৰ বিকল্পও আছে। ইয়াৰোপৰি আই পি এলত সৰ্বাধিক পাঁচজন কেপড খেলুৱৈক ধৰি ৰাখিব পাৰিব বুলিও উল্লেখ কৰিছে। এইসকল হয়টো সকলো ভাৰতীয় বা সকলো বিদেশী হ’ব পাৰে নহয় দুয়োটাৰে সংমিশ্ৰণ আৰু সৰ্বাধিক পাঁচজন কেপড খেলুৱৈ ধৰি ৰাখিব পাৰি। এজন খেলুৱৈ আনকেপড হ’ব লাগিব।

তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ অধিনায়ক হ’ব পাৰে। আইপিএল ২০২১ৰ পিছত কোহলীয়ে আৰচিবিৰ অধিনায়কত্ব এৰি তাৰ পিছৰে পৰা ফাফ ডু প্লেছিছ দলটোৰ অধিনায়কত্ব কৰি আছে। ফাফৰ বয়স এতিয়া ৪০ বছৰ, গতিকে তেওঁক ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব নোৱাৰাৰ সম্ভাৱনা আছে আৰু কোহলীক আকৌ এবাৰ ডাঙৰ দায়িত্ব দিয়া হ’ব পাৰে।

প্ৰতিবেদন অনুসৰি কলকাতা নাইট ৰাইডাৰ্ছত ডাঙৰ পৰিৱৰ্তন দেখা যায়। ফ্ৰেঞ্চাইজিটোৱে খিতাপ বিজয়ী অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু তাৰকা অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলক মুকলি কৰি দিব পাৰে। এই দুটা দৈত্যক ধৰি ৰখাৰ সম্ভাৱনা কম। একে সময়তে সুনীল নাৰিনে, ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী আৰু অনকেপড বেগী বলাৰ হৰ্ষিত ৰানাক ধৰি ৰাখিব পাৰিব।

চেন্নাই ছুপাৰ কিংছে আই পি এল ২০২৫ৰ বাবে মহেন্দ্ৰ সিং ধোনী, ৰুতুৰাজ গাইকৱাদ, ৰবীন্দ্ৰ জাডেজা, শিৱম ডুবে আৰু মথিছা পাথিৰানাক ধৰি ৰাখিব পাৰে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিকোলাছ পুৰাণ, মায়ংক যাদৱ, ৰবি বিষ্ণোই, মহছিন খান আৰু আয়ুছ বাডোনীক ধৰি ৰখা হ’ব পাৰে। একে সময়তে কে এল ৰাহুলৰ কাৰ্ড কাটিব পাৰে বুলিও খবৰ আহিছে।

দক্ষিণ আফ্ৰিকাৰ পাৱাৰ হিটাৰ হাইনৰিখ ক্লাচেন হায়দৰাবাদৰ শীৰ্ষ ৰিটেনচন খেলুৱৈ হ’ব পাৰে। ইয়াৰ উপৰিও পেট কামিন্স, অভিষেক শৰ্মা, ট্ৰেভিছ হেড আৰু নীতিশ কুমাৰ ৰেডীকো ধৰি ৰাখিব পাৰিব।

আই পি এল ২০২৪ত গুজৰাটৰ প্ৰদৰ্শন বিশেষ নাছিল। এতিয়া ফ্ৰেঞ্চাইজিয়ে দলটোক নতুনকৈ প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে। এই প্ৰেক্ষাপটত গিলে নিজৰ দৰমহা কৰ্তন গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ৩১ অক্টোবৰৰ সময়সীমাৰ পূৰ্বে এই আই পি এল ফ্ৰেঞ্চাইজিয়ে তেওঁক ধৰি ৰখা দ্বিতীয়জন খেলুৱৈ হ’ব। ফ্ৰেঞ্চাইজিৰ বাবে ৰখা হ’বলগীয়া প্ৰথমজন খেলুৱৈ হ’ব তাৰকা স্পিনাৰ ৰছিদ খান, ইয়াৰ পিছত দলটোৱে গিল, চাই সুদৰ্শন আৰু দুজন আনকেপড খেলুৱৈ ৰাহুল তেৱাটিয়া আৰু শ্বাহৰুখ খানক ৰাখিব পাৰে।

আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ হাতত থাকিব পাৰে সঞ্জু চেমছন, যশস্বী জয়ছোৱাল, ৰিয়ান পৰাগ আৰু সন্দীপ শৰ্মা। ই এছ পি এনক্ৰিচিনফ’ৰ প্ৰতিবেদন অনুসৰি ৰিটেনচন লিষ্টৰ পৰা জোছ বাটলাৰ আৰু লেগ স্পিনাৰ ইউজভেন্দ্ৰ চাহালৰ নাম কৰ্তন হ’ব পাৰে।

মেগা নিলামৰ পূৰ্বে ৰোহিতৰ উপৰিও অধিনায়ক হাৰ্দিক পাণ্ডিয়া, বেটছ বলাৰ যশপ্ৰীত বুমৰা, বেটছমেন সূৰ্যকুমাৰ যাদৱ আৰু তিলক ভাৰ্মাক মুম্বাই ইণ্ডিয়ানছে নিজৰ মূল গ্ৰুপটো অক্ষত ৰাখিবলৈ ধৰি ৰাখিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025. CricketPlayer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
Next Post
ঘৰত বাৰে বাৰে ইলেট্ৰ’নিক সামগ্ৰী ভাঙি থাকে নেকি! তেন্তে হ’ব পাৰে এই সমস্যা, আজিয়ে কৰক উপায়

ঘৰত বাৰে বাৰে ইলেট্ৰ'নিক সামগ্ৰী ভাঙি থাকে নেকি! তেন্তে হ'ব পাৰে এই সমস্যা, আজিয়ে কৰক উপায়

উকা হৈ ৰ’স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ

উকা হৈ ৰ'স দেৱালীৰ উলাহ, দুৰ্ঘটনাই একেলগলে প্ৰাণ কাঢ়িলে পিতা-পুত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.