• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

1 year ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

1 hour ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

2 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

3 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

3 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

3 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

4 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

5 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

5 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

6 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

7 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

8 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
November 1, 2024
in জীৱনশৈলী, বিশ্ব, লেখা
0
দীপাৱলিৰ পাছতেই এইবাৰ মাৰ্গী পথত শনি, সাফল্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলিৰ উৎসৱ শেষ হোৱাৰ পাছতেই জ্যোতিষশাস্ত্ৰ অনুসৰি এটা উল্লেখযোগ্য ঘটনা ঘটিব৷ বৰ্তমান শনি বক্ৰী চলনত আছে৷ আগন্তুক ১৫ নৱেম্বৰত শনিয়ে এই ওলোটা পথ এৰি চিধা পথেৰে গতি কৰিবলৈ আৰম্ভ কৰিব৷ অৰ্থাৎ বক্ৰীদশা ত্যাগ কৰি শনি মাৰ্গী হ’ব৷ শনিৰ এই গতি পৰিবৰ্তনৰ ফলত তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যাব৷

কোনো  কোনো ৰাশিৰ জাতকে শনিৰ মাৰ্গী চলনৰ প্ৰভাৱত লাভৱান হ’ব৷ জানি থওক শনিৰ চিধা পথেৰে কৰা যাত্ৰাত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব?

মেষ ৰাশি

শনি মাৰ্গী হ’লে তাৰ শুভ প্ৰভাৱ মেষ ৰাশিৰ জাতকৰ কেৰিয়াৰত পৰিব৷ এই সময়ত আপুনি কোনো লাভজনক ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰিব৷ সমাজত মান সন্মান বৃদ্ধি পাব মেষ ৰাশিৰ জাতকৰ৷ সংসাৰত সকলোৰে সৈতে ভাল সময় কটাব৷ পিতৃ-মাতৃৰ আশীৰ্বাদত এই সময়ত সকলো কামেই ভালধৰণে সম্পন্ন কৰিব পাৰিব৷

কৰ্কট ৰাশি

শনিৰ চিধা পথেৰে কৰা যাত্ৰা কৰ্কট ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ যিসকলো বিনিয়োগ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময় শুভ৷ এই সময়ত বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল ৰিটাৰ্ণ পাব আপুনি৷ পেছাগত জীৱনত উন্নতি কৰাৰ নতুন পথ খুল খাব কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ অফিচত সহকৰ্মীসকলৰ সমৰ্থন আৰু সহায়তা পাব৷

কন্যা ৰাশি

মাৰ্গী শনিৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ আপোনাৰ অনেক স্থানৰ পৰা লোৱা ঋণ এই সময়ত শোধ কৰিব পাৰিব৷ আদালতত গোচৰ চলিলে এই সময়ত জয় আপোনাৰেই হ’ব৷ ইয়াৰ ফলত মনৰ ওপৰত পৰা চাপ কমিব আৰু জীৱনত পজিটিভিটি বাঢ়িব৷ এই সময়ত স্বাস্থ্যও বহু পৰিমানে উন্নত হ’ব আপোনাৰ৷

মকৰ ৰাশি

যি সমস্যাত মকৰ ৰাশিৰ জাতকে দীৰ্ঘদিন ধৰি ভূগি আছে, তেওঁলোকে এইবাৰ তাৰপৰা মুক্তি পাব৷ শনিৰ মাৰ্গী দশাত পছন্দৰ চাকৰিও পাব মকৰ ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতি এই সময়ত বহু পৰিমানে উন্নত হ’ব আপোনাৰ৷ দাম্পত্য জীৱনৰ সমস্যাৰ পৰা মুক্তি পাব৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ভাল হ’ব৷

কুম্ভ ৰাশি

আগন্তুক ১৫ নৱেম্বৰতৰ পৰা শনি মাৰ্গী হ’লে কুম্ভ ৰাশিৰ ব্যৱসায়ীসকলৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ কৰ্মজীৱনৰ সকলো সমস্যা দূৰ হ’ব৷ নতুন কিবা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে এই সময় আপোনাৰ বাবে শুভ৷ কেৰিয়াৰত উন্নতিৰ দুৱাৰ খুলিব৷ এই সময়ত লোৱা সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
Next Post
পিঁয়াজ বো/মাই কাল হ’ল! দীপাৱলি উদযাপন কৰা নহ’ল কেইবাটাও পৰিয়ালৰ

পিঁয়াজ বো/মাই কাল হ’ল! দীপাৱলি উদযাপন কৰা নহ’ল কেইবাটাও পৰিয়ালৰ

ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

ভাৰতৰ অৰ্থনীতি সবল হোৱাৰ প্ৰমাণঃ ব্ৰিটেইনৰ পৰা ১ লাখ কিঃগ্ৰাঃ সোণ উভতাই আনিলে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.