• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন মাইলফলক স্পৰ্শ! ভাৰতৰ ভাণ্ডাৰত এতিয়া কিমান বৈদেশিক মুদ্ৰা আছে জানেনে?

নতুন মাইলফলক স্পৰ্শ! ভাৰতৰ ভাণ্ডাৰত এতিয়া কিমান বৈদেশিক মুদ্ৰা আছে জানেনে?

2 years ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

12 minutes ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

60 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

1 hour ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

2 hours ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

13 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

13 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

14 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

14 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

নতুন মাইলফলক স্পৰ্শ! ভাৰতৰ ভাণ্ডাৰত এতিয়া কিমান বৈদেশিক মুদ্ৰা আছে জানেনে?

নতুন মাইলফলক স্পৰ্শ! ভাৰতৰ ভাণ্ডাৰত এতিয়া কিমান বৈদেশিক মুদ্ৰা আছে জানেনে?

editor by editor
November 3, 2024
in বাণিজ্য, বিশ্ব, ভাৰত, লেখা
0
নতুন মাইলফলক স্পৰ্শ! ভাৰতৰ ভাণ্ডাৰত এতিয়া কিমান বৈদেশিক মুদ্ৰা আছে জানেনে?
0
SHARES
557
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰকেট গতিত আগুৱাইছে ভাৰতৰ অৰ্থনীতি৷ আৰু তাৰ হৈছে ভাৰতৰ বাঢ়িছে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰো৷ এইবাৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয়ত নতুন মাইলফলক স্পৰ্শ কৰিলে ভাৰতে৷ বৈদেশিক মুদ্ৰা ভাণ্ডাৰত বিশ্বৰ চতুৰ্থ স্থানত উঠিছে ভাৰত৷ প্ৰথমবাৰ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৭০০ বিলিয়ন মাৰ্কিন ডলাৰ গোট খাইছে৷ ভাৰতৰ আগত আছে চীন অৰ্থৎ চীন তৃতীয় স্থানত, দ্বিতীয় স্থানত আছে জাপান আৰু প্ৰথম স্থান দখল কৰিছে ছুইজাৰলেণ্ডে৷

ভাৰতৰ অৰ্থনীতিয়ে এতিয়া নতুন ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷ অৰ্থনীতিবিদে একেসময়তে ভাৰতক বিশ্বৰ পঞ্চম ভঙ্গুৰ অৰ্থনীতিৰ দেশ হিচাপেও বিবেচনা কৰিছে৷ ভাৰতে আজি অৰ্থনীতিত দ্ৰুত উন্নতিৰ দেশৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে৷ অন্যান্য উন্নয়ণশীল দেশৰ ওচৰত আমাৰ দেশ হৈ উঠিছে এক উদাহৰণ৷

ভাৰত এতিয়া বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশ৷ ২০৩০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হোৱাৰ দিশে আগুৱাইছে ভাৰত৷ এই অৱস্থাত বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ ক্ষেত্ৰতো আগুৱাইছে আমাৰ দেশ৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই জনাইছে যে এই সপ্তাহত ভাৰতৰ ভাণ্ডাৰত বৈদেশিক মুদ্ৰা জমা হৈছে ১২.৫৮৮ বিলিয়ন ডলাৰ৷ তাৰ জোৰতেই প্ৰথমবাৰ ৭০০ বিলিয়ন ডলাৰৰ গণ্ডি চুইছে ভাৰতে৷ ছেপ্টেম্বৰৰ শেষ সপ্তাহৰ শেষত ভাৰতৰ ভাণ্ডাৰত বৈদেশিক মুদ্ৰাৰ পৰিমাণ হৈছেগৈ ৭০৮.৮৮৫ বিলিয়ন ডলাৰ৷

অৰ্থনীতিবিদৰ ধাৰণা যে বিদেশৰ সৈতে ভাৰতৰ বাণিজ্যও দ্ৰুতগতিত বাঢ়িছে৷ ৰপ্তানী বৃদ্ধ পোৱাৰ বাবে বৈদেশিক মুদ্ৰাৰ সঞ্চয় বাঢ়িছে৷ তেনেকৈ ভাৰতীয় মুদ্ৰাক স্থিতিশীল ৰাখিবলৈকো পদক্ষেপ গ্ৰহণ কৰিছে আৰ বি আইয়ে৷ তাৰ প্ৰভাৱ পৰিছে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত৷ সকলো মিলি প্ৰথমবাৰ ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত ৭০০ বিলিয়ন ডলাৰ বিদেশী মুদ্ৰা গোট খাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!
জীৱনশৈলী

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

September 28, 2026
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?
বাণিজ্য

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

September 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
Next Post
কিয় ভাতৃদ্বিতীয়াৰ পৰাই বন্ধ কৰা হয় কেদাৰনাথৰ দুৱাৰ? জানক প্ৰকৃত কাৰণ

কিয় ভাতৃদ্বিতীয়াৰ পৰাই বন্ধ কৰা হয় কেদাৰনাথৰ দুৱাৰ? জানক প্ৰকৃত কাৰণ

ভাতৃ দ্বিতীয়া পালন কৰোতে মানিব এইকেইটা নিয়ম! অন্যথা মঙ্গলৰ ঠাইত অমঙ্গল হয়

ভাতৃ দ্বিতীয়া পালন কৰোতে মানিব এইকেইটা নিয়ম! অন্যথা মঙ্গলৰ ঠাইত অমঙ্গল হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.