• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

2 years ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

19 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

1 hour ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

2 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

2 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

4 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

5 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

7 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

16 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

16 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?

editor by editor
November 8, 2024
in জীৱনশৈলী, বিজ্ঞান, বিশ্ব
0
দিনত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে মহাকাশচাৰী সুনীতা উইলিয়ামছে, কিয় জানেনে?
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম হওক বা আমেৰিকা দিল্লীয়েই হওক বা লণ্ডন! পৃথিৱীৰ যি কোনো প্ৰান্তৰ পৰা এদিনত এবাৰেই সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখা যায়৷ এয়াই স্বাভাৱিক৷ কিন্তু আপুনি যদি মহাকাশ আন্তৰ্জাতিক স্পেছ ষ্টেচনত উপস্থিত হয় তেতিয়া তাত আপুনি এদিনত ১৬ বাৰ সূৰ্যাস্ত আৰু সূৰ্যোদয় দেখিব৷ ভাৰতীয় বংশোদ্ভূত মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছেও দৈনিক ১৬ বাৰকৈ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে৷  ভাৰতীয় বংশোদ্ভূত মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছে পূৰ্বেও ইণ্টাৰনেশ্ব্যনেল স্পেছ ষ্টেচনলৈ গৈছিল৷ তেতিয়াও তেওঁ দৈনিক ১৬বাৰকৈ সূৰ্যাস্ত আৰু সূৰ্যোদয় দেখিছিল৷ বিগত ৫মাহ ধৰি দিনে ১৬ বাৰ সূৰ্যাস্ত আৰু সূৰ্যোদয় দেখিছে সুনীতাই৷ কাৰণ ৪ জুনৰ পৰা আন্তৰ্জাতিক স্পেছ ষ্টেচনত আৱদ্ধ হৈ আছে সুনীতা৷

কিয় ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিছে সুনীতাই?

আন্তৰ্জাতিক স্পেছ ষ্টেচন অবিৰাম পৃথিৱীৰ চাৰিওফালে ঘূৰিছে৷ গড়ে প্ৰতি ঘণ্টাত ২৮ কিঃমিঃ অৰ্থাৎ ঘণ্টাত চাৰে ১৭ হাজাৰ মাইল গতিত পৃথিৱীক প্ৰদক্ষিণ কৰে৷ পৃথিৱীৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ আন্তৰ্জাতিক স্পেছ ষ্টেচনৰ সময় লাগে মাত্ৰ ৯০ মিনিট৷ ২৪ ঘণ্টাত ISSয়ে ১৬ বাৰ প্ৰদক্ষিণ কৰে পৃথিৱীক৷ তাৰবাবেই আন্তৰ্জাতিক স্পেছ ষ্টেচনত বহি ১৬ বাৰ সূৰ্যাস্ত আৰু সূৰ্যোদয় দেখিছে সুনীতাই৷

পৃথিৱীত দিন আৰু ৰাতি কিয় হয়?

পৃথিৱীয়ে যেনেকৈ নিৰ্দিষ্ট কক্ষপথত সূৰ্যৰ চাৰিওফালে ঘূৰে৷ তেনেকৈ নিজৰ অক্ষৰেও চাৰিওফালে ঘূৰ খায়৷ ইয়াক পৃথিৱীৰ আহ্নিক গতি বুলে৷ ইয়াৰ জোৰতেই পৃথিৱীত দিন ৰাতি হয়৷ নিজৰ অক্ষৰ চাৰিওফালে পৃথিৱীত এবাৰ ঘূৰিবলৈ সময় লাগে ২৩ ঘণ্টা ৫৬ মিনিট৮ ছেকেণ্ড৷ এদিনৰ হিচাপত ২৪ ঘণ্টা ধৰা হয়৷ এই গতিৰ বাবেই পৃথিৱীৰ এক প্ৰান্তত যেতিয়া দিন হয় অন্য প্ৰান্তত ৰাতি হয়৷ এইদৰে পৰ্যায়ক্ৰমে সলনি হৈ থাকে৷

মহাকাশ ষ্টেচনত এই চক্ৰ কেনেকৈ চলে?

পৃথিৱীক প্ৰদক্ষিণৰ নিৰিখতেই আন্তৰ্জাতিক স্পেছ ষ্টেচনত দিন আৰু ৰাতি হয়৷ পৃথিৱীৰ আহ্নিক গতিৰ পৰা ISSৰ গতি বহু গুণ বেছি বাবেই তাত ২৪ ঘণ্টাত ১৬বাৰ দিন আৰু ৰাতি হয়৷ স্পেছ ষ্টেচনত যেতিয়া সূৰ্যলোক পৰে তেতিয়া মহাকাশচাৰীসকলৰ দিন হয়৷ ৪৫ মিনিট তাত সূৰ্যৰ পোহৰ দেখা যায়৷ তাৰপাছত ৪৫ মিনিট আকৌ অন্ধকাৰ৷ অৰ্থাৎ ৰাতি৷ এনেকৈয়ে ২৪ ঘণ্টাত পৰ্যায়ক্ৰমে ১৬ বাৰ দিন আৰু ৰাতি হয়৷ অৰ্থাৎ ৪৫ মিনিট দিন আৰু ৪৫ মিনিট ৰাতি৷ সূৰ্য উঠাৰ সৈতে আমাৰ দৈনন্দিন ৰুটিনৰ নিবিড় সম্পৰ্ক৷ কিন্তু ৪৫ মিনিটক অন্তৰে অন্তৰে যদি কৰোবাত দিন আৰু ৰাতি হৈ থাকে তাত সময়ৰ হিচাপ ৰখা কিছু অসুবিধা হয়৷

আন্তৰ্জাতিক স্পেছ চেণ্টাৰত সময়ৰ হিচাপ কেনেকৈ ৰাখে?

আন্তৰ্জাতিক স্পেছ ষ্টেচনত সময় কেনেকৈ চায় সুনীতাই? আন্তৰ্জাতিক স্পেছ ষ্টেচনত সময়ৰ পৰিমাপ হয় কোঅৰ্ডিনেটেড ইউনিভাৰ্ছেল টাইম অনুসৰি৷ বিশ্বৰ বিভিন্ন প্ৰান্তত সময় জুখিবলৈ এই টাইম ফ্ৰেম ব্যৱহাৰ কৰা হয়৷ এই সময় চায়েই খোৱা, বিশ্ৰামসহ নিজৰ সকলো কাম কৰে সুনীতাই৷ মহাকাশত সুস্থ থাকিবলৈ নিয়ম মানি চলা একান্তই আৱশ্যক৷ সেয়ে মহাকাশচাৰীয়ে এটোমিক ক্লক ব্যৱহাৰ কৰে৷ যিয়ে সময়ৰ হিচাপ নিখুঁতভাৱে ৰাখে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
Next Post
বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

বিনোদনৰ বাবেই পাব ৮৪ লাখ! দ্বিতীয়বাৰ প্ৰেছিডেণ্ট পদত বহি কিমান দৰমহা ল’ব ট্ৰাম্পে?

শুক্লা অষ্টমীত ধ্ৰুৱ যোগ, এই ৫ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

শুক্লা অষ্টমীত ধ্ৰুৱ যোগ, এই ৫ৰাশিক সকলো বিপদৰ পৰা ৰক্ষা কৰিব শনিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.