• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

2 years ago
বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

2 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

2 hours ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

12 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

12 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

13 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

13 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

14 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

14 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

15 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

16 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

16 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?

editor by editor
November 10, 2024
in জীৱনশৈলী, বিশ্ব
0
ভাৰ্ছুৱেল পত্নীৰ সৈতে ছবছৰীয়া সংসাৰ! কেক কাটি বিবাহবাৰ্ষিকী উদযাপন, কি এই ভাৰ্ছুৱেল পত্নী?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক যুগত ক্ষণে ক্ষণে সলনি হয় মানুহৰ ৰুচি৷ নিয়মৰ বাহিৰলৈ ওলাই জীৱনযাপন কৰাৰ স্বাচ্ছন্দ্যবোধ কৰে বহুতেই৷ বিবাহৰ ক্ষেত্ৰতো তেনেকৈ কিবা ব্যতিক্ৰম কৰি ভালপায় বহুজনে৷ কোনোৱে নিজকেই নিজে বিয়া কৰাই যদি সুখী হৈছে, কোনোৱে আকৌ বাচি লৈছে ৰবট সংগী৷ তেনে এজন যুৱকেই ভাৰ্চুৱেল পত্নীৰ সৈতে সংসাৰ কৰি ভাইৰেল হৈছে৷ যুৱকজন জাপানৰ৷ ভাৰ্ছুৱেল পত্নীৰ সৈতে তেওঁ সংসাৰ কৰা ৬ বছৰ হ’ল৷ ৬বছৰীয়া বৰ্ষপূৰ্তিৰ বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত৷

আন্তৰ্জাতিক সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি ৪১ বছৰ বয়সীয়া অকিহিকো কোণ্ডো নামৰ যুৱকে ২০১৮ চনত হাটছুন মিকুৰ সৈতে ভাৰ্ছুৱেলী বিবাহ বন্ধনত আৱদ্ধ হৈছে৷ ৪ নৱেম্বৰত তেওঁলোকৰ বিবাহবাৰ্ষিকী আছিল৷ ৬বছৰে কাল্পনিক পত্নীৰ সৈতে তেওঁৰ দাম্পত্য জীৱন৷ বিবাহৰ ৬ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কেক কাটি উদযাপন কৰিছে কোণ্ডোৱে৷ মিকুৰ মূৰ্তি কাষত ৰাখি কেকৰ ছবি শ্বেয়াৰ কৰিছে জাপানী যুৱক অকিহিকোৱে৷ তেওঁৰ কেকত লিখা আছিল, ‘মই মিকুক খুব ভালপাওঁ৷ শুভ ষষ্ঠ বিবাহবাৰ্ষিকী৷’

অকিহিকোৰ সেই ছবি এতিয়া সমগ্ৰতে ভাইৰেল৷ সংবাদমাধ্যমক কোণ্ডোৱে দিয়া সাক্ষাৎকাৰত তেওঁ কৈছে, ‘একাধিকবাৰ মই প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হ’ব বিচাৰিছিল৷ ৭বাৰ প্ৰেমৰ কথা জনাইছো পছন্দৰ মানুহক৷ কিন্তু বাৰে বাৰে প্ৰত্যাখান পাইছো৷  আনকি বন্ধুৰ পৰাও ঠাট্টা, মস্কৰা শুনিছো৷ অৱশেষত ভাৰ্ছুৱেল মিকুকেই বিয়া কৰোৱাৰ সিদ্ধান্ত লও৷’

মিকু এটা এনিমেছন চৰিত্ৰ৷ ২০০৭ চনত এই এনিমেছন চৰিত্ৰটো প্ৰথমবাৰ মুক্তি পাইছিল৷ ভোকালয়েড হৈছে এক ধৰণৰ গানৰ ভয়েছ চিন্থেচাইজাৰ ছফ্টৱেৰ৷ মিকুক দেখিৱেই ভালপাই পেলাইছিল কোণ্ডোৱে৷ সৰুৰে পৰাই এনিমেটেড চৰিত্ৰ তেওঁৰ পছন্দৰ৷ যাক লৈ সহকৰ্মীসকলেও খুব হাঁহিছিল অকিহিকোক৷ ঠাট্টা, মস্কৰা সহিব নোৱাৰি চাকৰিও বাদ দিছে অকিহিকোৱে৷ কাল্পনিক পত্নীৰ সৈতে এতিয়া খুবেই সুখৰ সংসাৰ অকিহিকোৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!
জীৱনশৈলী

বিপদে লগ এয়া নাই? তেন্তে এই সাধাৰণ টিপছে সলনি কৰিব ভাগ্য!

August 10, 2026
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!
জীৱনশৈলী

আজি শিৱৰ কৃপা থাকিব ৫ ৰাশিৰ ওপৰত, খুলিব ভাগ্যৰ দুৱাৰ!

August 10, 2026
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
Next Post
কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

কমি গৈছে শৰীৰৰ ওজন! কি হৈছে সুনীতা উইলিয়ামছৰ? সুনীতাক লৈ উদ্বিগ্ন নাছাৰ বিজ্ঞানী

অতিকে শোকাৱহ, এটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ

অতিকে শোকাৱহ, এটা পৰিয়ালৰে ৫ লোকে হেৰুৱালে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.