বাৰিষাৰ বানত নহয়, প্ৰতিশ্ৰুতিৰ বন্যাত উটি গৈছে মাজুলী। এটাৰ পাছত আনটো নিৰ্বাচনী টোপ। মাজুলীক কি প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু কি পালে মাজুলীবাসীয়ে?