• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

15 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

15 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

16 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

16 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

17 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

18 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

19 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

20 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

20 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

21 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

22 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ

editor by editor
November 11, 2024
in স্বাস্থ্য
0
সাৱধান, এই ৩ ভিটামিনৰ অভাৱতেই হ’ব পাৰে জটিল ৰোগ
0
SHARES
578
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুস্থ থকাৰ বাবে ভিটামিন অপৰিহাৰ্য৷ ভিটামিনৰ অভাৱে দেহত একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ নানা ৰোগৰো সৃষ্টি হ’ব পাৰে৷ কিন্তু কেতিয়াবা ভাৱিছেনে, ভিটামিনৰ অভাৱত শৰীৰত কৰ্কটেও বাঁহ বান্ধিব পাৰে৷ কি ভিটামিনৰ অভাৱত শৰীৰত কৰ্কট ৰোগ হ’ব পাৰে? শৰীৰত কৰ্কটৰ কোষ বৃদ্ধি পোৱাৰ আঁৰত নানান কাৰণ থাকে৷ অস্বাস্থ্যকৰ লাইফ ষ্টাইলৰ পৰা আৰম্ভ কৰি জেনেটিক্স একাধিক কাৰণত কৰ্কট হ’ব পাৰে৷ এই তালিকাত ভিটামিনৰ অভাৱো আছে৷ কিন্তু কি কি ভিটামিনৰ ঘাটি হ’লে কৰ্কট হ’ব পাৰে, জানক সবিশেষ৷

ভিটামিন চি

এছকোৰবিক এছিডৰ আৰু এটা নাম হৈছে ভিটামিন চি৷ এই ভিটামিনৰ মাজত শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে৷ ই ক্ষত নিৰাময়, কোলাজেন গঠন আৰু অক্সিডেটিভ ষ্ট্ৰেছ কমোৱাত সহায় কৰে৷ ভিটামিন চিৰ অভাৱত পেট, হাওঁফাওঁৰ কৰ্কটৰ কোষ বৃদ্ধি হ’ব পাৰে৷

ভিটামিন-এ

ফেট দ্ৰবণীয় ভিটামিন-এ ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব আৰু চকুৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷ ভিটামিন-এ ৰেটিনয়েড নামেৰে পৰিচিত৷ এই ভিটামিনে কোষ গঠন আৰু জিনগত ৰোগ দূৰ কৰাত সহায় কৰে৷ ভিটামিন-এৰ অভাৱত পেট, হাওঁফাওঁ আৰু অন্যান্য অংশত কৰ্কট হোৱাৰ আশংকা বাঢ়ি যায়৷

ভিটামিন-ডি

ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি হাড় গঠন, কেলছিয়াম মেটাবলিজমৰ বাবে ভিটামিন ডি অপৰিহাৰ্য৷ অথচ, বিশ্বজুৰি সকলোতকৈ বেছি মানুহেই ভিটামিন-ডিৰ ঘাটিত ভোগে৷ পৰ্যাপ্ত ৰ’দ শৰীৰত নলগাৰ বাবেই মূলত ভিটামিন ডিৰ ঘাটি দেখা যায়৷ অন্যহাতে ভিটামিন-ডিৰ অভাৱত ব্ৰেষ্ট, প্ৰষ্টেট আদি অংগ প্ৰত্যংগৰ কৰ্কটৰ আশংকা বাঢ়ে৷

Disclaimer: সচেতনতাৰ উদ্দেশ্যেহে এই প্ৰতিবেদন লিখা হৈছে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

August 10, 2026
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!
জীৱনশৈলী

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

August 10, 2026
Next Post
১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.