• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাত শীত নামিছে, ঠাণ্ডাৰ পোছাক পিন্ধিব ৰামলালাইয়ো, খাদ্যত কি কি পৰিবৰ্তন আনিব?

অযোধ্যাত শীত নামিছে, ঠাণ্ডাৰ পোছাক পিন্ধিব ৰামলালাইয়ো, খাদ্যত কি কি পৰিবৰ্তন আনিব?

2 years ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT & RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

11 seconds ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

27 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

6 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অযোধ্যাত শীত নামিছে, ঠাণ্ডাৰ পোছাক পিন্ধিব ৰামলালাইয়ো, খাদ্যত কি কি পৰিবৰ্তন আনিব?

অযোধ্যাত শীত নামিছে, ঠাণ্ডাৰ পোছাক পিন্ধিব ৰামলালাইয়ো, খাদ্যত কি কি পৰিবৰ্তন আনিব?

editor by editor
November 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অযোধ্যাত শীত নামিছে, ঠাণ্ডাৰ পোছাক পিন্ধিব ৰামলালাইয়ো, খাদ্যত কি কি পৰিবৰ্তন আনিব?
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ ভাৰতৰ শীতৰ কথা সকলোৱেই জানে৷ এইবাৰ অযোধ্যাৰ মন্দিৰত ৰামলালাকো সাধাৰণ পোছাকত ৰাখিব পৰা নাযাব৷ সেয়ে বিশেষভাৱে নক্সা তৈয়াৰ কৰি অনা হৈছে ৰামলালাৰ শীতৰ পোছক৷ আনকি সৰযূ নদীৰ তীৰৰ শীতপ্ৰবাহৰ কথা ভাৱিয়েই ৰামলালাৰ খাদ্যভাষতো কিছু পৰিবৰ্তন অনাৰ সিদ্ধান্ত লৈছে মন্দিৰ কৰ্তৃপক্ষই৷ এই সময়ত শৰীৰত শীতপোছাক পিন্ধোৱা হ’ব ৰামলালাক৷ মন্দিৰ কৰ্তৃপক্ষই জনাইছে যে ৰামলালাৰ এই গৰম পোছাক তৈয়াৰ কৰিছে দিল্লীৰ পোছাকশিল্পীয়ে৷

২০ নৱেম্বৰত যাৱতীয় ৰীতি মানি ৰামলালাৰ গাত পিন্ধোৱা হ’ব বিশেষ শীত পোছাক৷ ইয়াৰ ওপৰত থাকিব পছমিনা শালো৷ মন্দিৰৰ দোতলাত আছে ৰামলালাৰ তিনি ভায়েক আৰু হনুমানৰ বিগ্ৰহ৷ তেওঁলোকৰ বাবেও তৈয়াৰ কৰা হৈছে বিশেষ শীতপোছাক৷ কেৱল পোছাক নহয়, ভগৱানৰ খাদ্যতো সালসলনি অনা হৈছে৷

গৰমৰ কথা ভাৱিয়েই বিগত দিনকেইটাত ৰামলালাক খাদ্যত দৈ দিয়া হৈছিল৷ ২০ নৱেম্বৰৰ পাছত আৰু ৰামলালাক দৈ দিয়া নহ’ব৷ ইয়াৰ সলনি ৰাবৰি আৰু ড্ৰাই ফ্ৰুইট দিয়া হ’ব বুলি জনা গৈছে৷ ইয়াৰোপৰি অযোধ্যাৰ তীব্ৰ শীতৰ কথা ভাৱিয়েই দৈনিক গৰম পানীৰে স্নান কৰোৱা হ’ব বিগ্ৰহক৷ গৰ্ভগৃহত হিটাৰ ৰখাৰো ব্যৱস্থা আছে৷ মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে কয়, ‘২০ নৱেম্বৰত ভাল তিথি আছে৷ সেই দিনাৰ পৰাই ৰামলালাৰ ভোগৰ পৰিবৰ্তন অনা হ’ব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT & RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
Next Post
মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

মাজে মাজে বুকুত বিষ অনুভৱ হয়? গেছ নে হৃদৰোগৰ লক্ষণ? কেনেকৈ বুজিব?

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.