• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

2 years ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

53 minutes ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

1 hour ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

1 hour ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

2 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

3 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

3 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

5 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

5 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

7 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

7 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

editor by editor
November 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

আজি ১২ নৱেম্বৰৰ পুৱাই তিনিচুকীয়াত সংঘটিত হৈছে এক অতিকে শোকাৱহ দুৰ্ঘটনা। বিয়া খাবলৈ বুলি আহি প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৪ লোকে। বিহাৰৰ পৰা অসমলৈ বিয়া বুলি আহিছিল পৰিয়ালটো। পাছে বাটতে যেন পৰিয়ালটোৰ প্ৰাণ কাঢ়িবলৈ বুলি ৰৈ আছিল যমদূত।

পুৱা প্ৰায় ৪ মান বজাত তিনিচুকীয়া-ডিব্ৰুগড় সংযোগী দিহিঙীয়া গাঁৱৰ বাইপাচত এই অতিকে শোকাৱহ দুৰ্ঘটনটো সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি তীব্ৰবেগী বাহনখনে নিয়ত্ৰণ হেৰুৱাই ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখৰ বাইপাচৰ নিৰ্মীয়মান এটা কালভাৰ্ট সোমাই পৰে।

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহিছিল দুৰ্ভগীয়া পৰিয়ালটো। দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ৪জন থিতাতে নিহত হোৱাৰ লগতে দুজন সংকটজনক অৱস্থাত বুলি জানিব পৰা গৈছে।

মৃত চাৰিওজন লোকৰ নিথৰ দেহ বৰ্তমানে তিনিচুকীয়া অসমাৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। এখন চুইফ্ট ডিজায়াৰ বাহনত বিহাৰৰ পৰা আহিছিল পৰিয়ালটো। তাৰে ভিতৰত এটি ৫ বছৰীয়া শিশু ।

মৃত লোক কেইগৰাকী – মহন্ত শ্বাহ, মিন্টু শ্বাহ, ৰাজেশ গুপ্তা আৰু ৫ বছৰীয়া শিশু অৰ্ধজ গুপ্তা।

স্থানীয় লোকে জনোৱা অনুসৰি, টি টি চি নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ কাৰণে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল চাৰিজন লোকে। পথ নিৰ্মাণৰ নাই কোনো সঠছিক দিশ নিৰ্ণয়। মাথো কিছুদিনৰ ভিতৰতে ২০ টাতকৈ অধিক পথ দূৰ্ঘটনা এই স্থানত ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentassamroad accidenttinsukia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম
অপৰাধ

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

October 25, 2026
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
Next Post
চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব’নে

চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব'নে

সাৱধান হোৱাৰ সময় ৩ ৰাশিৰ বাবে, ৰাহুৱে সলনি কৰিব কেৰিয়াৰৰ লগতে সকলো

সাৱধান হোৱাৰ সময় ৩ ৰাশিৰ বাবে, ৰাহুৱে সলনি কৰিব কেৰিয়াৰৰ লগতে সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.