• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়

বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়

2 years ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

57 minutes ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

2 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

15 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

15 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

16 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

16 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

17 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

18 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

18 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

19 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

20 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়

editor by editor
November 14, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজেপিত মোক্ষম আঘাত, মাথো ৩ টা ভোটৰ ব্যৱধানত দিল্লীত আপৰ জয়

২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইনেল হিচাপে বিবেচিত হোৱা দিল্লীৰ পৌৰ সভা নিৰ্বাচনত মেয়ৰ আৰু ডেপুটি মেয়ৰ দুয়োটা পদতে আপে জয়লাভ কৰে। মেয়ৰ পদৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰে আপৰ প্ৰাৰ্থী মহেশ কুমাৰ খেৰীয়ে।

মাথো ৩ টা ভোটৰ ব্যৱধানত জয়ী হয় আপ। আনকি বিজেপিক ভোট দিয়ে আপৰ ১০ গৰাকী কাউন্সিলাৰে। এই ক্ৰছ ভোটিঙৰ পিছতো জয়লাভ কৰিব নোৱাৰে বিজেপি।

আনহাতে বিজেপিয়ে উপ-মেয়ৰ পদৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰে। এনে পৰিস্থিতিত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী ৰবীন্দ্ৰ ভৰদ্বাজ এই পদত বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হয়।

উল্লেখ্য যে, এই নিৰ্বাচনত মেয়ৰ পদৰ বাবে আপে ১৩৩টা আৰু বিজেপিয়ে ১৩০টা ভোট লাভ কৰে। দুয়ো দলৰ মাজৰ ব্যৱধান কেৱল মাত্ৰ ৩ টা ভোট।

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়েও আপৰ এই জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে বিৰোধী বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰি মেয়ৰ নিৰ্বাচন পলম কৰাইছিল। কিন্তু আকৌ এবাৰ বাবা চাহেবৰ সংবিধান জয়ী হ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AAP VBs BJPDelhi AApDelhi MayorDelhi Mayor ElectionElectin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
Next Post
কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

কাইলৈ কাৰ্তিক পূৰ্ণিমা, ভুলতো পৰিহাৰ নকৰিব এই  কাম, অন্যথা গোটেই বছৰজুৰি দেৱতাৰ ৰোষত পৰিব

দৈনিক ৰাশিফল- আজি কাৰ্তিক পূৰ্ণিমাত দেৱ দীপাৱলী লগতে গজকেশৰী যোগ, কাৰ ভাগ্যত কি !

দৈনিক ৰাশিফল- আজি কাৰ্তিক পূৰ্ণিমাত দেৱ দীপাৱলী লগতে গজকেশৰী যোগ, কাৰ ভাগ্যত কি !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.