• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন সহজ নহয়… বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে

জীৱন সহজ নহয়… বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে

2 years ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 minutes ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

53 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

1 hour ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

9 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

10 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

11 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

11 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

12 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

13 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

14 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

15 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱন সহজ নহয়… বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে

জীৱন সহজ নহয়... বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে

editor by editor
November 15, 2024
in জীৱনশৈলী, ভাৰত
0
জীৱন সহজ নহয়… বিশেষভাৱে সক্ষম দুই কন্যা! চন্দ্ৰচূড়ৰ জীৱনৰ এই কাহিনী আজিও বহুতেই নাজানে
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ সদ্য দেশৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে৷ CIJ হৈ থকাৰ সময়ত একাধিক গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দিছে ডি ৱাই চন্দ্ৰচূড়ে৷ নাম, যশ, খ্যাতি, প্ৰতিপত্তি একোৰেই অভাৱ নাই তেওঁৰ জীৱনত৷ কিন্তু চন্দ্ৰচূড়ৰ ব্যক্তিগত জীৱনৰ কথা খুব কম মানুহেহে জানে৷ কেৱল ন্যায়াধীশ হিচাপেই নহয়, পিতৃ হিচাপেও তেওঁ আজীৱন সেৱা আগবঢ়াই যাব লাগিব সন্তানক সেই কথা শেহতীয়াকৈ খুবেই ভাইৰেল হৈছে৷ সকলোবোৰৰ মাজতো কিয় এক অসুখী মন কঢ়িয়াই ফুৰে চন্দ্ৰচূড়ে? জানক চন্দ্ৰচূড়ৰ জীৱনৰ এক অলিখিত অধ্যায়ৰ কথা৷

দুগৰাকী কন্যা সন্তানৰ পিতৃ চন্দ্ৰচূড়

সম্প্ৰতি নিজৰ দুগৰাকী কন্যা সন্তান থকাৰ কথা নিজেই জনাইছে চন্দ্ৰচুড়ে৷ বহুতেই জনাইছে যে চন্দ্ৰচুড়ৰ দুই কন্যা বিশেষভাৱে সক্ষম৷ অন্য শিশুৰ দৰে তেওঁলোক নহয়৷ দুই কন্যাই বিশেষভাৱে সক্ষন হোৱাৰ বাবে পিতৃৃ-মাতৃৰে বহু কষ্টেৰে ডাঙৰ কৰিছে দুই কন্যাক৷ দুই কন্যাৰ কথা ক’বলৈ গৈ কান্দোনে ডিঙি হেঁচি ধৰিছে কঠোৰ যেন লগা চন্দ্ৰচুড়ৰো৷ তেওঁ কয়, ‘উত্তৰাখণ্ডত মোৰ দুই কন্যাৰ জন্ম৷ জন্মতেই দুয়ো নিমোলিয়ান মায়োপেথি নামৰ এক জেনেটিক ৰোগত আক্ৰান্ত৷ জন্মৰ পৰাই এই সমস্যা আছে৷ সেই সময়ত এই দেশত এই ৰোগ পৰীক্ষা কৰাৰ বাবেও কোনো ব্যৱস্থা নাছিল৷’

ইয়াৰোপৰি প্ৰাক্তন CIJ চন্দ্ৰচূড়ে কয়, ‘এনাস্থেচিয়া নিদিয়াকৈ মোৰ কন্যাৰ শৰীৰ কাটি টিছু লৈ সেই সময়ত তেওঁলোকৰ ৰোগৰ পৰীক্ষা কৰা হৈছিল৷ লক্ষ্ণৌত এই পৰীক্ষা হৈছিল৷ প্ৰথমে মোৰ ডাঙৰ কন্যা তাৰপিছত সৰু কন্যাৰ এই পৰীক্ষা কৰা হয়৷ এই টেষ্ট ইমানেই যন্ত্ৰণাদায়ক আছিল যে মোৰ ডাঙৰ কন্যাই কৈছিল যে সৰু ভণ্টীক এই পৰীক্ষা নকৰাব৷’

ইয়াৰপাছতেই কন্যাৰ পঢ়াশুনাক লৈ প্ৰচুৰ সমস্যা হৈছিল চন্দ্ৰচূড়ৰ৷ তেওঁ কয়, ২০১৪ চনত উত্তৰাখণ্ডত বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে কোনো বিদ্যালয় নাছিল৷ তাৰপাছতেই দুই কন্যাক এলাহবাদলৈ লৈ আহো৷ ইয়াৰপাছতেই সেই স্কুলে জনাই যে মোৰ দুই কন্যা জেনেটিক ৰোগতহে আক্ৰান্ত৷ সাধাৰণ বিদ্যালয়তে তেওঁলোকে পঢ়িব পাৰিব৷ ইয়াৰপাছতেই আকৌ আৰম্ভ হয় স্কুলৰ সন্ধান৷ বহু বিচাৰখোছাৰ কৰি কন্যাৰ বাবে মোৰ এখন বিদ্যালয় পছন্দ হয়৷ সাধাৰণ বিদ্যালয়ত বিশেষভাৱে সক্ষম শিশুৰ বাবে যি যি পৰিকাঠামোৰ দৰকাৰ সেইসমূহ নাথাকে৷ তেওঁলোকৰ সন্তানে চায়েন্স লেবলৈ যাব খুজিলেও যাব নোৱাৰে৷ কাৰণ তাত লিফ্ট নাই৷ খেলাধুলাৰ পৰা আৰম্ভ কৰি নাটক, যুক্তিতৰ্ক কোনো এটাতেই মোৰ কন্যাই অংশগ্ৰহণ কৰিব নোৱাৰে৷’

এই যুঁজৰ পাছত অৱশ্যে চন্দ্ৰচূড়ৰ দুই কন্যা পিছপৰি ৰোৱা নাই৷ তেওঁলোকৰ মূল্যবোধৰ কাষত হাৰ মানিবলৈ বাধ্য অক্ষমতা৷ কভিড কালৰ এক ঘটনা শ্বেয়াৰ কৰি ছুপ্ৰিম কৰ্টৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে কয়, ‘এবাৰ ক্লাছ চলি থকাৰ সময়ত কাঠ কটাৰ শব্দ শুনা পায় মোৰ কন্যা মাহিয়ে৷ শিক্ষকৰ অনুমতি লৈ বাহিৰলৈ গৈ গছ কটা দেখা পায়৷ লগে লগেই কাঠ কটিয়াকেইগৰাকীক বাধা দিয়ে৷ গছ কটাৰ চেষ্টা নকৰিব৷ বহুতৰে বাবে এই গছজোপাই এখন ঘৰ৷ চৰাইসমূহ গছতেই থাকে৷ গছ নাথাকিলে চৰাইবোৰ কলৈ যাব?’

এই ঘটনা শ্বেয়াৰ কৰাৰ পাছতেই কিছু আৱেগপ্ৰৱণ হৈ পৰে চন্দ্ৰচুড়৷ তেওঁ কয়, ‘বিশেষভাৱে সক্ষম হ’লেও তেওঁলোকেও মানুহক সলনি কৰিব পাৰিব৷ তেওঁলোকে অন্য শিশুৰ দৰেই একেই৷ তেওঁলোকেও জীৱনত কিছু সফল কাম কৰি দেখুৱাব পাৰে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

July 16, 2026
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
Next Post
বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

৪লাখ ধন খৰচ কৰি বাহনৰ শেষকৃত্য! ক’ত, কোনে কৰিছে এই আজৱ কাণ্ড?

৪লাখ ধন খৰচ কৰি বাহনৰ শেষকৃত্য! ক’ত, কোনে কৰিছে এই আজৱ কাণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.