• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

1 year ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

4 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

4 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

4 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

5 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

5 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

6 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

7 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

7 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

8 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

9 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

10 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?

editor by editor
November 15, 2024
in বিবিধ, ভাৰত, লেখা
0
বিয়াৰ ৪মাহৰ পাছত নিজৰ নাম সলনি কৰিলে ৰাধিকা মাৰ্চেণ্টে! নিজৰ নতুন নাম কি দিলে আম্বানীৰ সৰু বোৱাৰীয়েকে?
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ১২ জুলাইত মুকেশ আম্বানীৰ কনিষ্ঠ সন্তান অনন্ত আম্বানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৰাধিকা মাৰ্চেণ্ট৷ অনন্ত-ৰাধিকাৰ বিয়াৰ চৰ্চা ক’ত হোৱা নাছিল৷ বিয়াৰ ৪মাহৰ পাছত আকৌ ভাইৰেল হৈছিল আন এক বিষয়৷ আম্বানী পৰিয়াললৈ আহিছে নতুন অতিথি৷ অতি শীঘ্ৰেই মাতৃ হৈছে ৰাধিকা মাৰ্চেণ্ট? পিতৃ হ’ব ওলাইছে অনন্ত আম্বানী৷ বেছ কিছুদিন পূৰ্বৰে পৰাই এই চৰ্চা ছচিয়েল মিডিয়াত চলি আছে৷

বলীউডৰ ভিতৰুৱা খবৰ অনুসৰি ফেব্ৰুৱাৰীতেই ভূমিষ্ঠ হ’ব অনন্ত ৰাধিকাৰ সন্তান৷ যদিও আম্বানী পৰিয়ালৰ তৰফৰ পৰা এতিয়াও এই কথা নিশ্চিত কৰা হোৱা নাই৷ বহুতেই আকৌ এই খবৰ ভুৱা বুলি দাবী কৰিছে৷ এই চৰ্চাৰ মাজতেই আকৌ এবাৰ শিৰোনাম দখল কৰিছে ৰাধিকাই৷ বিয়াৰ পাছত এইবাৰ প্ৰথমবাৰ নিজৰ নাম সলনি কৰি পেলাইছে আম্বানী পৰিয়ালৰ সৰু বোৱাৰীয়েকে৷ সামাজিক মাধ্যমত নিজৰ নাম ৰাধিকা মাৰ্চেণ্টৰ সলনি ৰাধিকা আম্বানী কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
জীৱনশৈলী

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

April 18, 2026
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?
জীৱনশৈলী

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

April 18, 2026
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!
বাণিজ্য

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

April 18, 2026
Next Post
৪লাখ ধন খৰচ কৰি বাহনৰ শেষকৃত্য! ক’ত, কোনে কৰিছে এই আজৱ কাণ্ড?

৪লাখ ধন খৰচ কৰি বাহনৰ শেষকৃত্য! ক’ত, কোনে কৰিছে এই আজৱ কাণ্ড?

ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?

ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.