• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?

ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?

2 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

6 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

7 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

7 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

8 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

9 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

10 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

10 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

11 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

11 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

12 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

12 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?

ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?

editor by editor
November 15, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
ভাৰতত চলি থকা কোনখন ট্ৰেইনৰ ইঞ্জিন নাই? ইঞ্জিন অবিহনে কেনেকৈ চলে এই ট্ৰেইন?
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰেন যাত্ৰা কোনে নকৰে৷ ট্ৰেন অবিহনে বহু ঠাইত যাতায়াতৰ কথা ভাৱিবই নোৱাৰি৷ ১ ঘণ্টাৰ ৰাস্তা ১০ মিনিটত পোৱাই দিয়ে এই ট্ৰেনে৷ কেৱল কম সময়েই নহয় ট্ৰেনত যাত্ৰা কৰিলে ধনো ৰেহাই হয়৷ ট্ৰেন একপ্ৰকাৰৰ ভাৰতৰ মেৰুদণ্ড৷ দূৰৈত কৰোবাত ভ্ৰমণ কিংবা নিত্যদিনৰ কাৰ্যালয় যাত্ৰা সকলোতেই ট্ৰেনৰ চাহিদা আছে৷ কিন্তু ভাৰতৰ প্ৰথম ইঞ্জিনবিহীন ট্ৰেন কোনখন জানেনে? বহুতেই ইয়াৰ উত্তৰ নাজানে৷

ইঞ্জিনবিহীন ট্ৰেনৰ নাম কি?

এই মুহূৰ্তত দেশৰ প্ৰথম ইঞ্জিনবিহীন ট্ৰেনক লৈ বহুতেই আলোচনা কৰিছে৷ প্ৰতিদিনে এই ইঞ্জিনবিহীন ট্ৰেন ভাৰতত চলি আছে৷ ইঞ্জিন নাথাকিলেও এই ট্ৰেনৰ গতি অতি তীব্ৰ৷ ৰাজধানী, চেন্নাই, শতাব্দী সকলোকে টক্কৰ দিয়ে এই ট্ৰেনে৷ তথ্যসূত্ৰে জনা গৈছে যে ইঞ্জিনবিহীন এই ট্ৰেনৰ সৰ্বোচ্চ গতিবেগ ১৮৩ কিঃমিঃ প্ৰতি ঘণ্টা হ’লেও ৰেলপথ আৰু ট্ৰেফিক সীমাবদ্ধতাৰ কাৰণে এই ট্ৰেইন চলি আছে প্ৰতি ঘণ্টাত ১৬০ কিঃমিঃ বেগত৷

আপুনি নিশ্চয় ধাৰণা কৰিব পাৰিছে আমি কোনখন ট্ৰেইনৰ কথা ক’ব খুজিছো৷ এই ট্ৰেইন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ৷ বৰ্তমান সময়ত এই ট্ৰেইনৰ চাহিদা সকলোতকৈ বেছি৷ প্ৰায় অধিকাংশ মানুহেই এই ট্ৰেইনত যাত্ৰা কৰিবলৈ উৎসুক৷ এই ট্ৰেইনৰ বিলাসবহুল সুবিধা আৰু গতিবেগৰ বাবেই বহুতৰে এই ট্ৰেইন বিশেষ পছন্দৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

October 29, 2026
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
Next Post
ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত

ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত

PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.