• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

2 years ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

43 minutes ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

1 hour ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

3 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

3 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

5 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

6 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

6 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

7 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

7 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

7 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

editor by editor
November 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেংকত ফিক্সড ডিপজিটত বিনিয়োগৰ বাবে এক নিৰাপদ বিকল্প হিচাপে বিবেচনা কৰা হয়৷ ইয়াত সঞ্চয়ৰ ওপৰত ভাল ৰিটাৰ্ন পোৱা যায়৷ নিৰাপদ বিনিয়োগ আৰু ভাল ৰিটাৰ্ণৰ কাৰণে বহুতেই বেংক এফ ডিত অৰ্থ বিনিয়োগ কৰে৷ FDত দুটা বিকল্প আছে৷ প্ৰথম বিকল্পটো হৈছে ক্ৰমবৰ্ধমান স্কিম, তাতেই মেচিউৰিটিৰ সময়ত মূল আৰু সুদ উভয়েই যোগ কৰি ধন উঠাই ল’ব পাৰে৷

অন্যহাতে নন কমিউলেটিভ স্কিমত এটা নিৰ্দিষ্ট ব্যৱধানত নিয়মিত অৰ্থ প্ৰদান কৰা হয়৷ আবেদন কৰাৰ সময়ত মাহেকিয়া, ত্ৰিমাসিক, অৰ্ধবৰ্ষিক আৰু বাৰ্ষিক অৰ্থপ্ৰদানৰ বিকল্প বাচি ল’ব পাৰে৷ মাহেকীয়া বিকল্পটো বাচি লৈ প্ৰতিমাহে একাউণ্টত ধন আহে৷ কোনোৱে যদি টেক্স ছেভাৰ ফিক্সড ডিপোজিট একাউণ্টত বিনিয়োগ কৰে তেন্তে আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত এটা আৰ্থিক বছৰত ১,৫০,০০০টকা পৰ্যন্ত টেক্স ৰেহাই পোৱা যায়৷

যদি এটা অৰ্থবৰ্ষত মাহিলী আয় বা ৰিটাৰ্ন ৪০,০০০ টকাতকৈ বেছি হয় তেন্তে বেংকে ১০%টিডিএছ কাটে৷ ছিনিয়ৰ ছিটিজেনৰ ক্ষেত্ৰত এই পৰিমাণ ৫০০০০ টকা৷ যদি পান কাৰ্ড নাথাকে তেন্তে বেংকে ২০% টিডিএছ কাটিব৷ জানি থওক পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫দিনৰ ফিক্সড ডিপোজিট স্কিমত ১০ লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপোজিট স্কিম অৰ্থাৎ টাৰ্ম ডিপোজিট স্কিমত সাধাৰণৰ গ্ৰাহকে প্ৰতি বছৰে ৬.৪০% হাৰত সুদ অফাৰ কৰে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫দিনৰ ফিক্সড ডিপোজিট স্কিমত টাৰ্ম ডিপোজিট স্কিমত ছিনিয়ৰ ছিটিজেনসকলে প্ৰতি বছৰে ৭.২০%হাৰ সুদত অফাৰ কৰা হয়৷ অৰ্থাৎ এই হিচাপত সাধাৰণ গ্ৰাহকে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপোজিট স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে, মেচিউৰিটিৰ সময়ত  ১৩,৬৩,৬৬৬ টকা পাব পাৰে৷

একেই হিচাপ ছিনিয়ৰ ছিটিজেনে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপোজিটত স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে মেচিউৰিটিৰ সময়ত ১৪,১৫,৭০৯টকা পাব পাৰে৷ সাধাৰণ গ্ৰাহকে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫  দিনৰ ফিক্সড ডিপজিট স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে সুদ হিচাপে পাব ৩,৬৩,৬৬৬ টকা৷

একেধৰণে ছিনিয়ৰ ছিটিজেনে পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপজিট স্কিমত ১০ লাখ টকা বিনিয়োগ কৰিলে সুদ হিচাপে তেওঁলোকে পাব ৪,১৫,৭০৯ টকা৷ অৰ্থাৎ পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ১৮৯৫ দিনৰ ফিক্সড ডিপজিটত ১০ লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত সাধাৰণ গ্ৰাহকে ১৩,৬৩,৬৬৬টকা পাব পাৰে আৰু ছিনিয়ৰ ছিটিজেনে পাব পাৰে ১৪,১৫,৭০৯ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
Next Post
নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

কেনেকৈ শ্ৰীকৃষ্ণৰে বিচ্ছেদ ঘটিছিল ৰাধাৰ? শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাই কেনেকৈ ইহলীলা সম্বৰণ কৰিছিল?

কেনেকৈ শ্ৰীকৃষ্ণৰে বিচ্ছেদ ঘটিছিল ৰাধাৰ? শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাই কেনেকৈ ইহলীলা সম্বৰণ কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.