• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

2 years ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

35 minutes ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

1 hour ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

2 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

4 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

4 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

5 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

5 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

7 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

7 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

7 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

8 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও নৃত্য কৰে শ্ৰীকৃষ্ণই!

editor by editor
November 15, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!
0
SHARES
624
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুৰ অতি পবিত্ৰ স্থানৰ ভিতৰত অন্যতম হৈছে উত্তৰপ্ৰদেশৰ মথুৰা৷ ইয়াতেই আছে বৃন্দাবন৷ আৰু এই বৃন্দাবনত থকা পবিত্ৰ স্থান হৈছে নিধিবন৷ বিশ্বাস যে এই নিধিবনত নিশা ৰাসলীলাত এতিয়াও মত্ত হৈ থাকে ৰাধা-কৃষ্ণ৷

নিধিবনৰ নাম হয়তো বহুতেই শুনিছে৷ কিন্তু কি এই নিধিবন? ইয়াৰ উত্তৰ বহুতেই নাজানে৷ প্ৰকৃততে হিন্দুসকলৰ বাবে খুবেই পবিত্ৰ এই নিধিবন৷ বৰ্তমান ভাৰতৰ উত্তৰপ্ৰদেশৰ মথুৰা জিলাত অৱস্থিত নিধিবন৷ তাতেই আছে পবিত্ৰ বৃন্দাবনো৷ আৰু তাৰেই অন্যতম পবিত্ৰ স্থান হৈছে নিধিবন৷ বিশ্বাস যে এই নিধিবনত প্ৰতি নিশাই ৰাসলীলা কৰে ৰাধা-কৃষ্ণই৷

কথিত যে এই নিধিবনতেই ৰাধা আৰু সহস্ৰ গোপিনীৰ সৈতে ৰাসলীলাত মত্ত থাকে শ্ৰীকৃষ্ণ৷ আজি নিজেও নিধিবনত ৰাধা আৰু গোপিনীসকলৰ সৈতে ৰাসলীলা কৰে কৃষ্ণই৷ সেই বনৰ পবিত্ৰতা ৰক্ষাতো বিশেষ নিয়ম আছে৷ প্ৰতিদিনে সন্ধিয়া আৰতিৰ পাছত নিধিবনৰ দুৱাৰ বন্ধ কৰি দিয়া হয়৷ এই নিধিবনৰ সৈতে জড়িত হৈ আছে কেইবাটাও আশ্চৰ্যকৰ কাহিনী৷

এই বনত আছে অসংখ্য তুলসী গছ৷ হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ এই গছ৷ এই গছৰ ভেষজগুণ বহুতো আছে৷ ইয়াত থকা তুলসী গছসমূহো অদ্ভুত৷ উচ্চতাত সৰু সৰু এই গছ অকোৱা পকোৱা৷ এজোপা গছৰ কাণ্ড আন এজোপাৰ সৈতে লাগি থাকে৷ তুলসী গছসমূহ বাকলি দেখাত শুকান যদিও খৰাং বতৰতো এই গছৰ পাত সদায়ে সেউজীয়া হৈ থাকে৷

ইয়াত থকা গছসমূহ প্ৰতি নিশাই একোজনী গোপীলৈ পৰিণত হয়৷ তাৰপাছতেই চলে ৰাসলীলা৷ আৰু পুৱতি নিশা সূৰ্য উদয়ৰ পূৰ্বে পুনৰ গছলৈ পৰিণত হয়৷

এই স্থানতেই আছে ৰং মহল নামৰ এটি মন্দিৰো৷ কথিত যে এই মন্দিৰতেই কৃষ্ণৰ বস্ত্ৰ পৰিধান কৰিছিল ৰাধাই৷ প্ৰতি নিশা ৰাসলীলা কৰি ক্লান্ত হৈ এই মন্দিৰতেই বিশ্ৰাম লয় ৰাধা-কৃষ্ণই৷

ৰাধা-কৃষ্ণই বিশ্ৰাম লোৱাৰ বাবে চন্দন কাঠৰ বিচনাও আছে ৰং মহলত৷ প্ৰতিদিনে সন্ধিয়া আৰতিৰ পাছত পুৰোহিতে মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ পূৰ্বে শয্যা প্ৰস্তুত কৰে৷ ৰাধাৰ বাবে খাৰু, ফুল আৰু বস্ত্ৰ, তুলসী পাত, দাঁত ঘহাৰ বাবে নিমৰ ডাল, খোৱাৰ বাবে পান-ছুপাৰী আৰু গা ধুবলৈ পানী ভৰ্তি এটা কলহ ৰাখে৷ কেতিয়াবা কেতিয়াবা আকৌ মাখন আৰু চেনীও ৰখা হয়৷

সন্ধিয়াৰ পাছত সেয়ে এই মন্দিৰ চত্বৰত সাধাৰণতে প্ৰৱেশ নিষেধ৷ কথিত যে নিশা যদি কোনোৱে এই গৃহৰ ভিতৰলৈ আহে তেতিয়া ঘৰত কোনোবা থকাৰ অস্তিত্ব অনুভৱ কৰে৷

সমস্ত যা যোগাৰ কৰি ৰং মহল আৰু নিধিবনৰ প্ৰধান দুৱাৰখন বাহিৰৰ পৰা তলা লগাই দিয়া হয়৷ আকৌ পিছদিনা পুৱা সেই তলা খোলা হয়৷ প্ৰতিদিনে পুৱা মন্দিৰৰ দুৱাৰ খুলিলে বিছনাখন দেখিলে কোনোৱে যে ব্যৱহাৰ কৰিছে সেয়া দেখিয়েই ধৰিব পাৰি৷ ইয়াৰোপৰি নিমৰ ডালো ব্যৱহাৰ হয়, মিঠাই আৰু পানো আংশিকভাৱে খোৱা দেখা যায়৷ ইয়াৰোপৰি খাৰু, ফুল আৰু কাপোৰো ব্যৱহাৰ কৰাটো ধৰিব পাৰি৷

নিশা ৮ বজাৰ পাছত এই বনত প্ৰৱেশ নিষেধ৷ কথিত যে কোনোৱে যদি নিশা নিধিবনত থাকে তেন্তে তেওঁ অন্ধ হৈ যায় অন্যথা প্ৰাণ হেৰুৱাই৷ নতুবা মানসিকভাৱে বিকাৰগ্ৰস্থ হৈ পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
Next Post
কেনেকৈ শ্ৰীকৃষ্ণৰে বিচ্ছেদ ঘটিছিল ৰাধাৰ? শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাই কেনেকৈ ইহলীলা সম্বৰণ কৰিছিল?

কেনেকৈ শ্ৰীকৃষ্ণৰে বিচ্ছেদ ঘটিছিল ৰাধাৰ? শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাই কেনেকৈ ইহলীলা সম্বৰণ কৰিছিল?

ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?

ক্ৰেক কৰিবলৈ এক ছেকেণ্ডো নালাগে! ভাৰতীয় লোকে সৰ্বাধিক ব্যৱহাৰ কৰা পাছৱৰ্ড কি জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.