• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত

ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত

2 years ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

2 minutes ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

31 minutes ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

46 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

1 hour ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

2 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

4 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

5 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

6 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

6 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

19 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত

ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত

editor by editor
November 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাস পূৰ্ণিমাত মা লক্ষ্মীৰ আশীৰ্বাদত ধনবৰ্ষণ হৈছে এইকেইটা ৰাশিৰ ওপৰত
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে দেশজুৰি পালিত হৈছে কাৰ্তিক পূৰ্ণিমা বা ৰাসপূৰ্ণিমা৷ প্ৰাচীন ৰীতি অনুসৰি এই তিথি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ৷ এই দিনটোত বিষ্ণু পূজা, দান আৰু গংগা স্নান কৰিলে সমস্ত সমস্যা দূৰ হয় আৰু পাপ ধ্বংস হয় বুলি বিশ্বাস৷ এই বছৰ কাতি পূৰ্ণিমাত কেইবাটাও শুভ যোগ আছে৷ কিছু ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো অৰ্থলাভৰ দিন৷

মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই শুভ৷ প্ৰচুৰ অৰ্থলাভৰ যোগ আছে৷ সম্পৰ্কত সমস্যা আহিলে দূৰ হ’ব৷ ব্যৱসায়ীসকলে অবাধ সুযোগ সুবিধা পাব৷ এই দিনটো কৰ্কট ৰাশিৰ বাবেও শুভ৷ দীৰ্ঘদিনৰ আধৰুৱা কাম সম্পূৰ্ণ হ’ব৷ পৰিশ্ৰমৰ সুফল লাভ কৰিব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ নানান দিশৰ পৰা আহিব অৰ্থনৈতিক সুবিধা৷ ৰাস পূৰ্ণিমা তিথিৰ পৰা নিশাৰ ভিতৰতে আৰ্থিক উন্নতি হ’ব কুম্ভ ৰাশিৰ জাতক জাতিকাৰ৷ পাৰিবাৰিক বিবাদ আৰু দ্বন্দৰ পৰা মুক্ত হ’ব৷ সুকৰ্মত যোগদান আৰু তাৰ ফল এই সময়তে লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন
জীৱনশৈলী

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

PNB ত ১৮৯৫ দিনৰ FD স্কিমত ১০লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

নিশা ভুলতো নাযাব, ইয়াতেই নিশা হ’লে আজিও ৰাসলীলা কৰে ৰাধা-কৃষ্ণই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.