• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ

১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ

1 year ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

18 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

4 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

4 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

5 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

7 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ

editor by editor
November 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ নে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী ? নিজৰেই এক সাক্ষাৎকাৰত বেয়াকৈ আৱদ্ধ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ মেগা নিলামৰ অন্তত বৰ্তমানে সকলোফালে চৰ্চিত এগৰাকী কম বয়সীয়া খেলুৱৈ। ৰাজস্থান ৰয়েলছ দলৰ অন্তৰ্ভুক্ত হোৱা খেলুৱৈগৰাকীৰ বয়সৰ বাবে সকলোফালে চৰ্চিত।

সেই খেলুৱৈগৰাকী হৈছে ১৩ বছৰীয়া বৈভৱ সূৰ্য্যবংশী। যাক ১ কোটি ১০ লাখ টকাত ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। পাছে ১৩ বছৰীয়া বুলি কোৱা এইগৰাকী খেলুৱৈক লৈ যেন এক বিতৰ্কৰ সৃষ্টি হৈছে। আনকি বয়সৰ জালিয়াতিৰ অভিযোগো উত্থাপন হৈছে।

বিষয়টো যথেষ্ট গুৰুতৰ, কাৰণ বৈভৱে নিজেই এটা সাক্ষাৎকাৰত নিজৰ বয়সৰ কথা কৈছিল, সেই অনুসৰি বৰ্তমান সময়ত বৈভৱৰ বয়স ১৫ বছৰ হ’ব।

বিহাৰৰ সমস্তীপুৰৰ ১৩ বছৰীয়া বৈভৱ সূৰ্যবংশী আই পি এলৰ নিলামত আটাইতকৈ কম বয়সীয়া খেলুৱৈ হোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰিছিল। ৰাজস্থান ৰয়েলছে মেগা নিলামত ক্ৰয় কৰাৰ পিছত তেওঁক ধাৰাবাহিকভাৱে চৰ্চা চলি আছে।

৩০ লাখ টকাৰ বেচ প্ৰাইজেৰে নিলামত নমা এই যুৱ বেটছমেনক ৰাজস্থানে ১ কোটি দহ লাখ টকাৰ নিবিদা দি নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। দিল্লী কেপিটেলছেও এই খেলুৱৈগৰাকীক নিজৰ দলত ল’বলৈ নিবিদা দিছিল।

পাছে এতিয়া বিতৰ্ক অনুসৰি, বৈভৱ সূৰ্য্যবংশীয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰঞ্জী ট্ৰফীত খেলিছিল আৰু তাৰ পিছত তেওঁৰ বয়সক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। যোৱা বছৰৰ তেওঁৰ পুৰণি ভিডিঅ’টো ওলাইছিল য’ত বৈভৱে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ১৪ বছৰ সম্পূৰ্ণ হ’ব বুলি কোৱা শুনা গৈছিল। তেতিয়াৰ পৰাই তেওঁৰ বয়সক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বয়সৰ জালিয়াতি সন্দৰ্ভত বৈভৱৰ পিতৃ সঞ্জীৱ সূৰ্য্যবংশীয়ে স্পষ্টীকৰণ দিছিল।

তথ্য অনুসৰি সঞ্জীৱে কয়, ‘ ৮ বছৰ বয়সৰ পৰাই বৈভৱৰ হাড়ৰ পৰীক্ষা চলি আহিছে। ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলতো বৈভৱৰ অভিষেক ঘটিছে। বয়সৰ কথা চলি থকা কথাবোৰলৈ আমাৰ ভয় নাই। প্ৰয়োজন হ’লে পুনৰ বয়স পৰীক্ষা কৰিবলৈ বৈভৱ সাজু।” উল্লেখ্য যে যিকোনো খেলুৱৈৰ প্ৰকৃত বয়স হাড় পৰীক্ষাৰ জৰিয়তে নিৰ্ণয় কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshiiplIPL 2025Youngest Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ…

খেলৰ মাজতে হঠাতে অষ্ট্ৰেলিয়া এৰি ভাৰতলৈ উভতিল গৌতম গম্ভীৰ, কাৰণ...

কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

কোন হয় মাহিৰা শৰ্মা? ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ হাৰ্ট ইমোজি মাহিৰাৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.