• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

41 minutes ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

56 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

1 hour ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

1 hour ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

2 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

3 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

4 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

5 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

6 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

7 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

editor by editor
December 1, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !
0
SHARES
350
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতে ইতিহাস ৰচি জয়ী হোৱাৰ পাছত এতিয়া সকলোৰে দৃষ্টি দ্বিতীয়খন টেষ্ট মেছত। এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট মেচৰ পূৰ্বে টিম ইণ্ডিয়াই কেনবেৰাত মূল একাদশৰ সৈতে পিংক বল ৱাৰ্ম আপ মেচ খেলি আছে।

ৱাৰ্ম আপ মেচৰ প্ৰথম দিনটো বৰষুণৰ বাবে বাতিল হয়। ইয়াৰ পিছত দ্বিতীয় দিনা বতৰ ভাল হোৱাত পুনৰ খেল আৰম্ভ হয়। টছত জয়ী হৈ টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

কিন্তু এই ৱাৰ্ম আপ মেচখনত টিম ইণ্ডিয়াৰ বলিঙৰ সময়ত ৪ গৰাকী ভাৰতীয় খেলুৱৈক দেখা পোৱা নাযায়। বিৰাট কোহলী, কে এল ৰাহুল, যশপ্ৰীত বুমৰাহ আৰু যশস্বী জয়ছৱালক খেলপথাৰত দেখা পোৱা নাযায়।

যাৰ বাবে এতিয়া অনুৰাগীৰ মনত প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে যে শেষৰখন ৱাৰ্ম আপ মেচৰ পৰা ক’ত অন্তৰ্ধান হ’ল এই খেলুৱৈসকল ?

আচলতে পিংক বল টেষ্টৰ পূৰ্বে এই ৪ গৰাকী খেলুৱৈয়ে ৱাৰ্ম আপ মেচৰ পৰিৱৰ্তে পৃথকে পৃথকে নিজাকৈ অনুশীলনত ব্যস্ত। ৱাৰ্ম আপ মেচ এৰি এই আটাইকেইজন খেলুৱৈয়ে বৰ্তমানে নেট অনুশীলন কৰি আছে।

আনহাতে ৱাৰ্ম আপ মেচখনত অষ্ট্ৰেলিয়াই ২৪০ ৰান কৰিছে। জয়ী হ’বলৈ এতিয়া টিম ইণ্ডিয়াৰ সমুখত ২৪১ ৰানৰ লক্ষ্য বান্ধি দিছে অষ্ট্ৰেলিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: australiaIndia Vs Australiavirat kohliwarp wap match
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.