• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

2 years ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

4 minutes ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

17 minutes ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

1 hour ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

2 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

2 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

3 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

4 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

5 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

5 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

6 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

editor by editor
December 1, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু
0
SHARES
696
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুষ্পা ২ৰ প্ৰচাৰৰ বাবে গৈছিল পাছে! মুক্তিৰ পূৰ্বে আল্লু অৰ্জুনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ ৰুজু

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বহু চৰ্চিত পুষ্পা ২: দ্য ৰুল’ মুক্তি পাবলৈ মাথো কেইটামান দিন বাকী। যাৰ বাবে এতিয়া ছবিখনৰ মুখ্যঅভিনেতা আৰু অভিনেত্ৰী আল্লু অৰ্জুন- ৰশ্মিকা মণ্ডান্নাই ছবিৰ প্ৰচাৰত ব্যস্ত।

পাছে সেই প্ৰচাৰৰ সময়তে হয় এনে এক কাম যাৰ ফলত এতিয়া বিপদত অভিনেতা আল্লু অৰ্জুন। ছবিখনৰ মুখ্য অভিনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। শেহতীয়া ভাষণৰ সময়ত ব্যৱহৃত শব্দৰ অপব্যৱহাৰৰ বাবে আল্লুৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।

শেহতীয়াকৈ আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত ‘সেনা’ শব্দৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে। আল্লু অৰ্জুনৰ বিৰুদ্ধে হায়দৰাবাদৰ জৱাহৰ নগৰ থানাত শ্ৰীনিবাস গৌৰ নামৰ এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে। তেওঁ সেউজ শান্তি পৰিৱেশ আৰু পানী সংগ্ৰহ ফাউণ্ডেশ্যনৰ সভাপতি।

অভিযোগত কোৱা হৈছে যে কোনো ফেন ক্লাবক সেনাৰ উপাধি দিয়াটো সঠিক নহয়। শ্ৰীনিবাস গৌৰে এই শব্দটোৰ ব্যৱহাৰ অপমানজনক বুলি অনুভৱ কৰিছিল। তেওঁ কয় যে এই শব্দটো দেশৰ সেৱা আগবঢ়োৱা সশস্ত্ৰ বাহিনীৰ সৈতে গভীৰভাৱে জড়িত।

উল্লেখ্য যে এই বিতৰ্ক আৰম্ভ হৈছিল মুম্বাইত অনুষ্ঠিত ‘পুষ্পা ২’ প্ৰেছ মিটত। য’ত আল্লু অৰ্জুনে অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰিছিল। সেই অনুষ্ঠানতে আল্লুই উল্লেখ কৰে যে তেওঁ নিজৰ অনুৰাগী সকলক অনুৰাগী হিচাপে নহয়, নিজৰ সেনাবাহিনী বুলি গণ্য কৰে।

অনুৰাগীৰ প্ৰতি সেনা শব্দৰ ব্যৱহাৰতে ক্ষুব্ধ হৈ অভিনেতাগৰাকীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰে লোকগৰাকীয়ে।

প্ৰাণিধানযোগ্য যে, ‘পুষ্পা ২’ অহা ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allu ArjunMovie IndustryPushpa 2South Movie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

October 31, 2026
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?
বিনোদন

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

October 31, 2026
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
Next Post
চন্দ্ৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত ডিচেম্বৰত ৩ ৰাশিৰ সকলো ফালে জয়জয়-ময়ময়

চন্দ্ৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত ডিচেম্বৰত ৩ ৰাশিৰ সকলো ফালে জয়জয়-ময়ময়

আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ’ব বাৰ্তা প্ৰেৰণৰ নিয়ম

আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ'ব বাৰ্তা প্ৰেৰণৰ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.