• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ’ব বাৰ্তা প্ৰেৰণৰ নিয়ম

আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ’ব বাৰ্তা প্ৰেৰণৰ নিয়ম

2 years ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

30 minutes ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

1 hour ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

2 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

19 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

21 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

22 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

22 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ’ব বাৰ্তা প্ৰেৰণৰ নিয়ম

editor by editor
December 1, 2024
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ’ব বাৰ্তা প্ৰেৰণৰ নিয়ম
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰো Jio, Airtel, Vi আৰু BSNL চিম নেকি! ১১ ডিচেম্বৰৰ পৰা সলনি হ’ব বাৰ্তা প্ৰেৰণৰ নিয়ম

আপুনি Jio, Airtel, Vi বা BSNL ব্যৱহাৰকাৰী নেকি, আপুনি ভুৱা মেছেজৰ দ্বাৰা অসুবিধা পাইছে নেকি? তেন্তে এতিয়া চিন্তা নকৰিব। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে অতি সোনকালে এটা নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ ওলাইছে।

দৰাচলতে ট্ৰাইয়ে শেহতীয়াকৈ ‘মেছেজ ট্ৰেচেবিলিটি’ নিয়ম প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছিল, যিটো এতিয়া ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। পূৰ্বে কোৱা হৈছিল যে এই নিয়ম ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব, কিন্তু তাৰ পূৰ্বে ট্ৰাইয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি সময়সীমা বৃদ্ধি কৰে। এই নিয়ম বিশেষভাৱে ভুৱা আৰু অকৰ্তৃত্বশীল বাৰ্তা ৰোধৰ বাবে প্ৰস্তুত কৰা হৈছে।

ট্ৰাইয়ে স্পষ্টভাৱে কৈছে যে ২০২৪ চনৰ ১১ ডিচেম্বৰৰ পৰা কোনো বাৰ্তা গ্ৰহণ কৰা নহ’ব য’ত টেলিমাৰ্কেটাৰে নিৰ্ধাৰণ কৰা নম্বৰ ছিৰিজ ব্যৱহাৰ কৰা নহয়। এই পৰিৱৰ্তনে বাৰ্তাৰ অনুসন্ধানযোগ্যতা উন্নত কৰিব আৰু ভুৱা লিংক আৰু প্ৰৱঞ্চনামূলক বাৰ্তা অনুসৰণ আৰু ব্লক কৰাটো সহজ কৰি তুলিব।

পূৰ্বে এই নিয়ম ২০২৪ চনৰ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল, কিন্তু প্ৰস্তুতি সম্পূৰ্ণ হৈ নুঠাত এতিয়া ১১ ডিচেম্বৰলৈ সেই সময়সীমা পিছুৱাই দিয়া হৈছে। ট্ৰাইয়ে টেলিমাৰ্কেটাৰ আৰু প্ৰতিষ্ঠানসমূহক নিজৰ নম্বৰ ছিৰিজ অতি সোনকালে আপডেট কৰিবলৈ নিৰ্দেশ দিছে।

পাছে কিদৰে কাম কৰিব এই নতুন নিয়মে, তথা কিদৰে সহায় কৰিব গ্ৰাহকক! নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত বৈধ শৃংখলা নথকা বাৰ্তাসমূহ স্বয়ংক্ৰিয়ভাৱে নাকচ কৰা হ’ব। যাৰ ফলত বেংক, কোম্পানী বা আন টেলিমাৰ্কেটাৰৰ ৰূপ লৈ প্ৰেৰণ কৰা ভুৱা বাৰ্তা আৰু আহিব নোৱাৰিব। কেৱল এয়াই নহয়, ই স্পেম কল আৰু প্ৰৱঞ্চনামূলক বাৰ্তাৰ জৰিয়তে প্ৰৱঞ্চনা হ্ৰাস কৰাতো সহায় কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BSNLjioMobile NetworkTRAITRAI New RuleVI
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…
অপৰাধ

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
Next Post
‘৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন’- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক

'৩ টা সন্তান জন্ম দিয়াটো অত্যন্ত প্ৰয়োজন'- মোহন ভাগতৰ এই বক্তব্যৰ পাছতে দেশজুৰি বিতৰ্ক

৬ দিন পাছতে ৩ ৰাশিৰ মাটি-ঘৰ-গাড়ী হোৱাৰ বাম্পাৰ যোগ

৬ দিন পাছতে ৩ ৰাশিৰ মাটি-ঘৰ-গাড়ী হোৱাৰ বাম্পাৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.