• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

2 years ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

17 minutes ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

51 minutes ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

1 hour ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

2 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

2 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

3 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

3 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

4 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

19 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

19 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

19 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

editor by editor
December 2, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

বিশ্বৰ ধনী ক্ৰিকেটাৰৰ নাম যেতিয়াই চৰ্চালৈ আহে শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, এম এছ ধোনী আদিৰ দৰে তাৰকাৰ নাম মনলৈ আহে। পাছে আন এজন খেলুৱৈহে এই ক্ষেত্ৰত অধিক ধনী। সেই খেলুৱৈগৰাকী ইমানেই ধনী যে, শচীন-কোহলীতকৈয়ো প্ৰায় ১০০ গুণে অধিক ধনী।

সেই ক্ৰিকেটাৰগৰাকীয়ে এতিয়া অৱসৰৰ ঘোষণা কথা ঘোষণা কৰিছে। তাকো কেৱল মাত্ৰ ২২ বছৰ বয়সতে অৱসৰৰ কথা ঘোষণা কৰিছে। পাছে ভুল নকৰিব এই গৰাকী খেলুৱৈ ভাৰতীয় জাতীয় দলৰ নহয়, এগৰাকী ঘৰুৱা ক্ৰিকেটাৰহে। যিয়ে আজিলৈকে ভাৰতক প্ৰতিনিধিত্ব কৰা নাই আনকি আই পি এলতো আজি পৰ্যন্ত খেলা নাই। কিন্তু ইয়াৰ পিছতো এই খেলুৱৈগৰাকী ধনৰ ক্ষেত্ৰত ধোনী, বিৰাট আৰু শচীনতকৈ বহু গুণে অধিক ধনী।

সেই খেলুৱৈগৰাকী হৈছে- দেশৰ কোটিপতি ব্যৱসায়ী বিৰলা গ্ৰুপৰ মালিক কুমাৰ মংগলমৰ পুত্ৰ আৰ্যমন বিৰলা। পিতৃৰ কোটি টকাৰ ব্যৱসায় থকাৰ পাছতো ক্ৰিকেট খেলত মন আৰ্যমনৰ। মধ্যপ্ৰদেশৰ হৈ ৰঞ্জি ট্ৰফী আৰু অন্যান্য প্ৰতিযোগিতাত খেলিছে আৰ্যমনে।

সেই আৰ্যমনেই ২০২৩ চনত আদিত্য বিৰলা ফেশ্বন এণ্ড ৰিটেইল লিমিটেডৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে। এই পদ গ্ৰহণ কৰাৰ পূৰ্বে আৰ্যমনে ইতিমধ্যে ক্ৰিকেটাৰ হিচাপে নিজৰ নাম উজলাইছে। কিন্তু পিতৃৰ ইমান ডাঙৰ ব্যৱসায় থকাত সেই ব্যৱসায়ৰ নামতে নিজৰ ক্ৰিকেট কেৰিয়াৰ এৰি ২০১৯ চনত ক্ৰিকেটৰ পৰা অৱসৰ লৈ ব্যৱসায়ত নামি পৰে।

আৰ্যমনৰ নেট ৱৰ্থ আজি পৰ্যন্ত ৰাজহুৱা কৰা হোৱা নাই। কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁৰ সম্পত্তি ৭০ হাজাৰ কোটি টকাৰো অধিক বুলি কোৱা হৈছে। আৰ্যমনৰ তুলনাত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এম এছ ধোনিৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ কোটি টকা। বিৰাট কোহলী ১০৫০ কোটি টকা আৰু শচীন তেণ্ডুলকাৰৰ ১২৫০ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketIndian CrickterRichest Cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
ভাৰত

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

October 29, 2026
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
ভাৰত

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

October 29, 2026
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল
ভাৰত

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

October 29, 2026
Next Post
সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ’ব এইকেইটা ৰাশিৰ ওপৰত

সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ'ব এইকেইটা ৰাশিৰ ওপৰত

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.