• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

2 years ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

22 minutes ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

2 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

3 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

3 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

4 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

5 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

5 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

6 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

7 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

8 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

9 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

editor by editor
December 2, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰৰ ২২ বছৰ বয়সতে অৱসৰ, শচীন-কোহলীৰ দৰে খেলুৱৈতকৈ বহু গুণে ধনী

বিশ্বৰ ধনী ক্ৰিকেটাৰৰ নাম যেতিয়াই চৰ্চালৈ আহে শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, এম এছ ধোনী আদিৰ দৰে তাৰকাৰ নাম মনলৈ আহে। পাছে আন এজন খেলুৱৈহে এই ক্ষেত্ৰত অধিক ধনী। সেই খেলুৱৈগৰাকী ইমানেই ধনী যে, শচীন-কোহলীতকৈয়ো প্ৰায় ১০০ গুণে অধিক ধনী।

সেই ক্ৰিকেটাৰগৰাকীয়ে এতিয়া অৱসৰৰ ঘোষণা কথা ঘোষণা কৰিছে। তাকো কেৱল মাত্ৰ ২২ বছৰ বয়সতে অৱসৰৰ কথা ঘোষণা কৰিছে। পাছে ভুল নকৰিব এই গৰাকী খেলুৱৈ ভাৰতীয় জাতীয় দলৰ নহয়, এগৰাকী ঘৰুৱা ক্ৰিকেটাৰহে। যিয়ে আজিলৈকে ভাৰতক প্ৰতিনিধিত্ব কৰা নাই আনকি আই পি এলতো আজি পৰ্যন্ত খেলা নাই। কিন্তু ইয়াৰ পিছতো এই খেলুৱৈগৰাকী ধনৰ ক্ষেত্ৰত ধোনী, বিৰাট আৰু শচীনতকৈ বহু গুণে অধিক ধনী।

সেই খেলুৱৈগৰাকী হৈছে- দেশৰ কোটিপতি ব্যৱসায়ী বিৰলা গ্ৰুপৰ মালিক কুমাৰ মংগলমৰ পুত্ৰ আৰ্যমন বিৰলা। পিতৃৰ কোটি টকাৰ ব্যৱসায় থকাৰ পাছতো ক্ৰিকেট খেলত মন আৰ্যমনৰ। মধ্যপ্ৰদেশৰ হৈ ৰঞ্জি ট্ৰফী আৰু অন্যান্য প্ৰতিযোগিতাত খেলিছে আৰ্যমনে।

সেই আৰ্যমনেই ২০২৩ চনত আদিত্য বিৰলা ফেশ্বন এণ্ড ৰিটেইল লিমিটেডৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে। এই পদ গ্ৰহণ কৰাৰ পূৰ্বে আৰ্যমনে ইতিমধ্যে ক্ৰিকেটাৰ হিচাপে নিজৰ নাম উজলাইছে। কিন্তু পিতৃৰ ইমান ডাঙৰ ব্যৱসায় থকাত সেই ব্যৱসায়ৰ নামতে নিজৰ ক্ৰিকেট কেৰিয়াৰ এৰি ২০১৯ চনত ক্ৰিকেটৰ পৰা অৱসৰ লৈ ব্যৱসায়ত নামি পৰে।

আৰ্যমনৰ নেট ৱৰ্থ আজি পৰ্যন্ত ৰাজহুৱা কৰা হোৱা নাই। কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁৰ সম্পত্তি ৭০ হাজাৰ কোটি টকাৰো অধিক বুলি কোৱা হৈছে। আৰ্যমনৰ তুলনাত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এম এছ ধোনিৰ সম্পত্তিৰ পৰিমাণ ১ হাজাৰ কোটি টকা। বিৰাট কোহলী ১০৫০ কোটি টকা আৰু শচীন তেণ্ডুলকাৰৰ ১২৫০ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketIndian CrickterRichest Cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
Next Post
সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ’ব এইকেইটা ৰাশিৰ ওপৰত

সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ'ব এইকেইটা ৰাশিৰ ওপৰত

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.