• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ’ব এইকেইটা ৰাশিৰ ওপৰত

1 year ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

17 minutes ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

36 minutes ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

56 minutes ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

2 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

3 hours ago
মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

4 hours ago
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

5 hours ago
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

6 hours ago
দৈনিক প্লাষ্টিকেই খাইছে! এই ৭ সামগ্ৰীৰ পৰা দৈনিক শৰীৰত সোমাইছে লাখ লাখ মাইক্ৰপ্লাষ্টিক?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ’ব এইকেইটা ৰাশিৰ ওপৰত

সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ'ব এইকেইটা ৰাশিৰ ওপৰত

editor by editor
December 3, 2024
in জীৱনশৈলী
0
সাজু হৈ থাককঃ ডিচেম্বৰতেই ধনৰ বৰষুণ হ’ব এইকেইটা ৰাশিৰ ওপৰত
0
SHARES
635
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ ডিচেম্বৰত সূৰ্যই বন্ধু বৃহস্পতিৰ ৰাশিত গোচৰ কৰিব৷ আগন্তুক ১৬ ডিচেম্বৰ ২০২৪ত বৃশ্চিকতেই আকৌ সূৰ্য মাৰ্গী হ’ব৷ বছৰৰ শেষত অৰ্থাৎ ২৮ ডিচেম্বৰত শুক্ৰ শনিৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত বিৰাজমান৷ শুক্ৰ, শনিৰ মহামিলনত কেইটামান ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ মোটা অংকৰ ধন আহিব৷ ডিচেম্বৰত চাৰি গ্ৰহৰ মহা ৰাশি  পৰিবৰ্তনে জীৱনত বৃহৎ উন্নতি আনিব৷ ইয়াৰ ফলত ৫ৰাশিৰ জীৱনত কি কি ইতিবাচক প্ৰভাৱ কৰিব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে ডিচেম্বৰ মাহ অত্যন্ত ভাল হ’ব৷ শুভ সংযোগত উন্নতি৷ আৰ্থিক লাভ সম্ভৱ৷ ব্যপক উন্নতি৷ সামাজিকভাৱে মান সন্মান বাঢ়িব৷ নতুন সম্পৰ্ক গঢ়ি উঠিব৷ চাকৰিয়াল সকলৰ বাবেও ডিচেম্বৰ মাহ অত্যন্ত গুৰুত্বপূৰ্ণ৷ আত্মবিশ্বাসো বাঢ়িব৷ ব্যৱসায়ত নতুন দীগন্তৰ সন্ধান পাব৷ জীৱনসংগীৰ সৈতে বিবাদ শেষ হ’ব৷ হাতলৈ ভাল সুযোগ আহিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ডিচেম্বৰ ভাল হ’ব৷ কেৰিয়াৰত ব্যাপক উন্নতিৰ সৈতে জীৱনলৈ সুস্থিৰতা আহিব৷ নিজৰ ব্যৱসায়ত উন্নতি আহিব৷ হঠাৎ কাৰোবাৰ পৰা পাবলগীয়া ধন লাভ কৰিব৷ সংগীৰ সৈতে জীৱন আৰু ভাল হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে ডিচেম্বৰ মাহ অত্যন্ত সুন্দৰ হ’ব৷ সুখ আহিব৷ কামৰ বাবে বাহিৰলৈ যাব পাৰে৷ ব্যৱসায়ত উন্নতি আহিব৷ যিসকলে বিনিয়োগৰ কথা ভাৱিছে তেওঁলোকৰ বাবেও এই সময় ভাল৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে ডিচেম্বৰ মাহ অত্যন্ত ভাল৷ নতুন বছৰ আৰম্ভ হোৱাৰ সময়তে ভাল খবৰো আহিব৷ সংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ আধ্যাত্মিকতা পূৰ্বতকৈ বাঢ়িব৷ কাল্পনিক আনন্দ পাব৷ সকলো মিলি জাতক জাতিকাসকলৰ জীৱন সুন্দৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

April 25, 2026
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি
জীৱনশৈলী

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

April 25, 2026
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?
জীৱনশৈলী

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

April 25, 2026
Next Post
১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন