• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

10 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

10 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

11 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

12 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

12 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

13 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

13 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

15 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

15 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

16 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

editor by editor
December 8, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ধাৰ্মিক চোৰৰ ভিডিঅ’। চোৰ কৰাৰ পূৰ্বে পূজা দি লৈছে চোৰে। এই বিশেষ ভিডিঅ’ মধ্যপ্ৰদেশৰ । য’ত এজন ব্যক্তিয়ে চুৰি কৰাৰ উদ্দেশ্যেৰে পেট্ৰ’ল পাম্পৰ কাৰ্যালয়ত প্ৰৱেশ কৰে।

কিন্তু এই চোৰে কাৰ্যালয়টোত প্ৰৱেশ কৰিয়ে দেখা পায় প্ৰাৰ্থনাগৃহ। সেয়ে চোৰে চুৰি কৰাৰ আগতে আন কামৰ পূৰ্বে ভগৱানত অগ্ৰাধিকাৰ দিয়ে। সুন্দৰকৈ ঈশ্বৰক উপাসনা কৰি লয় তাৰ পাছত হে চোৰৰ চাফাই অভিযান চলে।

সেই চুৰি কাৰ্যৰে কাৰ্যালয়টোৰ চিচিটিভিৰ ফুটেজৰ এটা ক্লিপ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। য’ত চুৰিৰ সলনি এই চোৰক ভগৱানৰ প্ৰতি থকা ভক্তিৰ কথা কোৱা হৈছে।

https://x.com/WebduniaHindi/status/1865710511851217387

মধ্যপ্ৰদেশৰ মুছলপুৰ জিলাৰ পৰা এই চাঞ্চল্যকৰ ভিডিঅ’। শনিবাৰে নিশা চুৰিৰ উদ্দেশ্যেৰে পেট্ৰল পাম্প এটাত চোৰে প্ৰৱেশ কৰে আৰু তাত উপস্থিত ঈশ্বৰৰ মন্দিৰৰ ওপৰত চোৰৰ চকু পৰে। ইয়াৰ পিছত চোৰে প্ৰথমে পূজা কৰে আৰু তাৰ পাছতহে চোৰ কৰে। মুঠ ১.৫৭ লাখ টকা চোৰে চুৰ কৰি নিয়ে।

ঘটনাৰ সময়ত পেট্ৰল পাম্পৰ কৰ্মচাৰীসকল শুই আছিল। চুৰিৰ পিছত চোৰটোৱে সেই স্থানৰ পৰা সহজেই পলায়ন কৰে। বৰ্তমানে আৰক্ষীয়ে সেই ধাৰ্মিক চোৰৰ সন্ধানত নামি পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: madhya pradeshSocial Media Viralviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
বছৰটোৰ শেষত শনিৰ স্থান সলনিয়ে নতুন বছৰত লাভান্বিত কৰিব ৪ ৰাশিৰ লোকক

বছৰটোৰ শেষত শনিৰ স্থান সলনিয়ে নতুন বছৰত লাভান্বিত কৰিব ৪ ৰাশিৰ লোকক

ছবিগৃহত আল্লু অৰ্জুনৰ পুষ্পা ২ৰ ৰাজ ! চতুৰ্থ দিনত পাৰ কৰিলে ৭৮০ কোটিৰ ঘৰ

ছবিগৃহত আল্লু অৰ্জুনৰ পুষ্পা ২ৰ ৰাজ ! চতুৰ্থ দিনত পাৰ কৰিলে ৭৮০ কোটিৰ ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.