• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা

বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা

2 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

43 minutes ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

1 hour ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

2 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

2 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

3 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

4 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

5 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

6 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা

editor by editor
December 9, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা

বছৰৰ শেষ আৰু নতুন বছৰৰ আগমণৰ এই সময়ছোৱাতে প্ৰস্তুতি চলে বনভোজৰ। ইতিমধ্যে ৮ ডিচেম্বৰৰ দেওবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজথলীত ভিৰ কৰা দেখা যায় বনভোজপ্ৰেমীক।

আপুনিও প্ৰস্তুতি চলাইছে নেকি বনভোজলৈ যোৱাৰ। পাছে তাৰ পূৰ্বে জানি লওক প্ৰশাসনে জাৰি কৰা নিয়ম। বনভোজলৈ গলে আপুনি কিকি নিয়ম মানি চলিব লাগিব-

উচ্চ স্তৰীয় সংগীত তথা চাউণ্ড চিষ্টেম আৰু সুৰা বনভোজত বন্ধ ঘোষণা প্ৰশাসনৰ। লগতে জাৰি কৰিছে বনভোজৰ সময়।

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে বনভোজৰ সময়। পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈহে খাব পাৰিব বনভোজ। আবেলি ৪ বজাৰ লগে লগে বনভোজস্থলী খালী কৰাৰ নিৰ্দেশ।

বনভোজস্থলীত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা। কোনো ধৰণৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিব নোৱাৰিব। খাদ্য খোৱা গিলাচ-পাত আদি বোৰো প্লাষ্টিকৰ ব্যৱহাৰত বাধা। ব্যৱহাৰ কৰিলেও বনভোজ থলীত পেলাই থৈ আহিব নোৱাৰিব। অন্যতা জৰিমণা ভৰিব লাগিব।

কোনো ধৰণৰ শব্দ প্ৰদূষণো কৰিব নোৱাৰিব বনভোজকাৰীৰ দলে। উচ্চ স্তৰীয় সংগীত তথা চাউণ্ড চিষ্টেমৰ ব্যৱহাৰত বাধা।

সুৰাপানৰ পৰাও আঁতৰত থাকিব লাগিব বনভোজকাৰীৰ দল। কাজিয়া-পেচাল নকৰিবলৈও আহ্বান প্ৰশাসনৰ।

প্ৰায়ে হাতী-মানুহৰ সংঘাত হৈ থকা স্থানত সতৰ্ক হৈ থকাৰ আহ্বান। তামুলপুৰৰ বগামাটি বনভোজস্থলীত এই নিৰ্দেশনা তামুলপুৰ প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি বনভোজ খোৱাৰ আহ্বান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam PicnicBogamatipicnicPicnic SOP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
Next Post
অতিকে শোকাৱহ, এটা মাত্ৰ ভুলৰ বাবেই একেলগে প্ৰাণ হেৰুৱালে ৭ জনে

অতিকে শোকাৱহ, এটা মাত্ৰ ভুলৰ বাবেই একেলগে প্ৰাণ হেৰুৱালে ৭ জনে

শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ

শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.