• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ

শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ

2 years ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

1 hour ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

2 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

2 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

3 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

4 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

13 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

13 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

14 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

14 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

15 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ

শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ

editor by editor
December 9, 2024
in জীৱনশৈলী
0
শুক্লা দশমীত সমসপ্তক যোগ, কাইলৈ বজৰংবলীৰ কৃপাত উন্নতিৰ যোগ এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ ডিচেম্বৰ ২০২৪ মঙলবাৰে চন্দ্ৰই দিনেনিশাই মীন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ শুক্লপক্ষৰ দশমী তিথি৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷ মঙলবাৰে নিশা ৩বাজি ৪২ মিনিট পৰ্যন্ত দশমী তিথি থাকিব৷ কাইলৈ থাকিব প্ৰথমে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু পাছত ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিত জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিত তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ১০ ডিচেম্বৰত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস, আত্মবিশ্বাস আৰু ধৈৰ্য্য তুংগত থাকিব৷ শত্ৰুৱে কাইলৈ মেষ ৰাশিৰ জাতকৰ ওচৰত পৰাজয় স্বীকাৰ কৰিব৷ জনসেৱামূলক কামত কাইলৈ অংশ ল’ব পাৰে৷ চাকৰিৰ চেষ্টা কৰিলে কাইলৈ কোনো বন্ধুৰ সহায়ত ভাল চাকৰি পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷

কৰ্কট ৰাশি

কাইলৈ দিনটো সমসপ্তক যোগৰ শুভ প্ৰভাৱত সৌভাগ্যময় হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সাফল্যৰ সৈতে দিনটো সম্পূৰ্ণ কৰিব৷ আপোনাৰ কামত বাধা তৈয়াৰ কৰাৰ চেষ্টা কৰিলেও কাইলৈ আপোনাৰ বিৰোধীসকল ব্য়ৰ্থ হ’ব৷ আপুনি নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰৰ কঠিন পৰিস্থিতিও অতিক্ৰম কৰিব পাৰিব৷ আইনী জটিলতাত জয়ী হ’ব কৰ্কট ৰাশিৰ জাতক৷

সিংহ ৰাশি

কাইলৈ দিনটো বিশেষভাৱে ভাগ্যৰে পৰিপূৰ্ণ হৈ থাকিব সিংহ ৰাশিত জাতক৷ কাইলৈ কোনো সূত্ৰৰ পৰা অৰ্থ লাভ কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পৰ পৰাও লাভৱান হ’ব পাৰে৷ যি সমস্যাই ইমান দিনে বাধাৰ সৃষ্টি কৰিছিল সেই বাধা আঁতৰিব৷ সিংহ ৰাশিৰ জাতকৰ ছাত্ৰ ছাত্ৰীয়ে লেখাপঢ়াত বিশেষ উন্নতি কৰিব৷ ব্যৱসায়ত কাইলৈ কোনো বৃহৎ লাভ হ’ব পাৰে৷

তুলা ৰাশি

কাইলৈ ৰেবতী নক্ষত্ৰৰ প্ৰভাৱত বৃহৎ কোনো সাফল্যই অপেক্ষা কৰিছে তুলা ৰাশিৰ জাতকলৈ৷ কাইলৈ নিজৰ জ্ঞান বুদ্ধি আৰু পৰিশ্ৰমৰ জোৰত প্ৰতিকূল পৰিস্থিতিতো জয়ী হ’ব পাৰে৷ কেৰিয়াৰত কাইলৈ বৃহৎ কোনো সাফল্য লাভৰ যোগ আছে৷ কাইলৈ বেছ কিছু অৰ্থ লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ আপোনাৰ ওপৰত থকা মানসিক চাপ এইবাৰ দূৰ হ’ব৷

ধনু ৰাশি

বজৰংবলীৰ আশীৰ্বাদ থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত কোনো প্ৰভাৱ প্ৰতিপত্তি আপুনি অৰ্জন কৰিব পাৰে৷ কাইলৈ সকলো বিষয়ত সম্পূৰ্ণ সমৰ্থন থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপুনি যিকোনো কামত সাফল্য পাব৷ কাইলৈ অৰ্থ বিনিয়োগ কৰিলে লাভবান হ’ব৷ ব্যৱসায়তো কাইলৈ লাভ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক
জীৱনশৈলী

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

August 8, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

August 8, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

August 7, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

August 7, 2026
Next Post
চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত

চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত

জৰিমনাই নহয় হ’ব পাৰে জে’লো… ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

জৰিমনাই নহয় হ’ব পাৰে জে’লো... ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.