• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত

চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত

2 years ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

8 minutes ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

29 minutes ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

1 hour ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

2 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

3 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

4 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

4 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

6 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

6 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত

চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত

editor by editor
December 9, 2024
in জীৱনশৈলী
0
চন্দ্ৰ-মঙলৰ পৰিবৰ্তন যোগ, টকাৰ বৃষ্টি হ’ব এই ৫ৰাশিৰ ওপৰত
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ৯ ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে শেষ মাহৰ দ্বিতীয় সপ্তাহ৷ এই সপ্তাহত গঠিত হ’ব চন্দ্ৰ আৰু মঙলৰ পৰিবৰ্তন যোগ৷ আজি মঙলৰ ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিছে চন্দ্ৰই৷ মঙলে বৰ্তমান অৱস্থান কৰিছে চন্দ্ৰৰ ৰাশি কৰ্কটত৷ এটাই অন্যৰ ৰাশিত অৱস্থান কৰাৰ ফলত কেইবাটাও শুভ যোগ লক্ষ্য কৰা যাব৷ এই শুভ যোগৰ প্ৰভাৱত নতুন সপ্তাহত বিভিন্ন ৰাশিৰ জাতকলৈ যোগাত্মক পৰিবৰ্তন আহিছে৷ জ্যোতিষ গণনা অনুসৰি ৯ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰ ২০২৪ পৰ্যন্ত এই সপ্তাহত সৌভাগ্যক কাষত পাব ৫ৰাশিৰ জাতকে৷ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত প্ৰচুৰ সাফল্য পোৱাৰ যোগ আছে ৫ৰাশিৰ জাতকৰ৷ জানি থওক ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত সকলোতকৈ সৌভাগ্যশালী হ’ব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ নানান দিশৰ পৰা শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভনিতেই আপুনি কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিসকলৰ সংস্পৰ্শত আহিব আপুনি৷ কাৰ্যালয়ত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰো যোগ আছে৷

মিথুন ৰাশি

৯ৰ পৰা ১৫ ডিচেম্বৰৰ মাজত এই সপ্তাহত নতুন চাকিৰ লাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি পাব পাৰে৷ পছন্দৰ নতুন চাকৰিও আপুনি লাভ কৰিব পাৰে৷ চৰকাৰী কামত কোনো বাধা থাকিলে সেই বাধা দূৰ হ’ব৷ কামৰ বাবে বিদেশ যাত্ৰাও কৰিব পাৰে৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ স্বাস্থ্য ভালে থাকিব৷

সিংহ ৰাশি

ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ নানান দিশৰ পৰা লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো দীৰ্ঘ বা স্বল্প দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হ’ব৷ আগন্তুক সপ্তাহত সিংহ ৰাশিত জাতকৰ মনৰ ইচ্ছা পূৰণ হ’ব৷ নিজৰ সকলো কাম আপুনি সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰ আৰু জুনিয়ৰসকলৰ সমৰ্থন পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবে এই সময় আপোনাৰ বাবে কাৰ্যকৰী৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ ধন যোগৰ প্ৰভাৱত ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ লাভজনক হ’ব৷ কেৰিয়াৰ সংক্ৰান্তিয় সকলো সমস্যাৰ সমাধান পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাৰ সাহায্যত আগুৱাই যাব৷ ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতি লৈ থাকিলে তেওঁলোকৰ বাবে শুভ সময়৷ কোনো সুখবৰ পাব পাৰে৷ সপ্তাহত যিমান আগুৱাই যাব খোজে সিমানেই লাভবান হ’ব কুম্ভ ৰাশিৰ জাতক৷

মীন ৰাশি

আগন্তুক সপ্তাহত মীন ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলি যাব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰী কোনো প্ৰকল্পৰ পৰা আপুনি লাভবান হ’ব পাৰে৷ চৰকাৰী কোনো কাম হাতত থাকিলে এই সপ্তাহত সম্পূৰ্ণ হ’ব৷ কাৰ্যালয়ত আপোনাৰ হাতত শত্ৰু পৰাজিত হ’ব ৷ মাটি, ঘৰ সংক্ৰান্তিয় কোনো লাভজনক চুক্তি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
Next Post
জৰিমনাই নহয় হ’ব পাৰে জে’লো… ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

জৰিমনাই নহয় হ’ব পাৰে জে’লো... ৰেচন কাৰ্ডভোগীক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ! সবিশেষ পঢ়ক

আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.