• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ

editor by editor
December 12, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
লক্ষ্মীবাৰে লক্ষ্মীলাভ ৫ৰাশিৰ, সন্ধিয়াৰ পূৰ্বেই পাব কোনো সুখবৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২ ডিচেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই দিনে নিশাই মেষ ৰাশিত অৱস্থান কৰিছে৷ বৈদিক পঞ্জিকা অনুসৰি আজি আঘোণ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথি৷ শাস্ত্ৰ অনুসৰি এই দিনটো মৎস্য দ্বাদশী নামেৰে পৰিচিত৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷  বৃহস্পতিবাৰে নিশা ১০ বাজি ২৬ মিনিট পৰ্যন্ত দ্বাদশী তিথি থাকিব৷ তাৰপাছতেই শুক্লা ত্ৰয়োদশী আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি আজি পৰিঘ যোগ আৰু শিৱ যোগৰো প্ৰভাৱ আছে৷ আজি প্ৰথমে অশ্বিনী নক্ষত্ৰ আৰু পাছত ভৰণী নক্ষত্ৰৰ প্রভাৱ থাকিব৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

কৰ্কট ৰাশি

১২ ডিচেম্বৰ দুৰ্দান্ত দিন কটাব কৰ্কট ৰাশিৰ জাতকে৷ আজি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব আপুনি৷ নিজৰ পেছাগত জীৱনত কোনো ভাল খবৰ পাব পাৰে৷ কাৰ্যালয়ত ছিনিয়ৰ বছৰ সমৰ্থন পাব আপুনি৷ নিজৰ বুদ্ধিৰ যোৰত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ নাৰায়ণৰ আশীৰ্বাদত নিজৰ অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

পৰিঘ যোগত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ আজি আপুনি নিজৰ লক্ষ্যৰ দিশত সহজেই আগুৱাই যাব৷ কোনো আইনী গোচৰত জয়ী হৈ মনত আনন্দ থাকিব৷ চৰকাৰী কোনো প্ৰকল্পৰ পৰা লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷ আপোনাৰ প্ৰতিভাই কৰ্মক্ষেত্ৰত সকলোকে মুগ্ধ কৰিব৷ কাৰ্যালয়ত আপোনাৰ অৱস্থান বহু পৰিমানে উন্নত হ’ব৷

তুলা ৰাশি

শিৱ যোগৰ প্ৰভাৱত আজিৰ দিনটো স্পেছিয়েল হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ আজি মোটা আৰ্থিক লাভ কৰাৰ সুযোগ পাব আপুনি৷ আজি আপোনাৰ মনত সুখ আৰু সন্তুষ্টি থাকিব৷ নতুন কেইবাজনো বন্ধু হ’ব আপোনাৰ৷ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকে যোগ্যতা অনুসৰি চাকৰি কৰিব পাৰিব৷ সমাজত আজি সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব তুলা ৰাশিৰ জাতকৰ৷

মকৰ ৰাশি

অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱত আজিৰ দিনটো শুভ হ’ব মকৰ ৰাশিৰ জাতকৰ৷ আজি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ আজি আপোনাৰ মনত সুখ আৰু শান্তিৰে পৰিপূৰ্ণ হৈ থাকিব৷ কেৰিয়াৰত আজি বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ চাকৰি বা পঢ়াশুনাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷

মীন ৰাশি

১২ ডিচেম্বৰ বৃহস্পতিবাৰে শ্ৰীবিষ্ণুৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ ওপৰত৷ আজি আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ সাফল্য পোৱাৰ যোগ আছে আপোনাৰ৷ আজি অসহায় দৰিদ্ৰৰ দিশত সহায়ত হাত আগবঢ়াওক শুভ হ’ব আপোনাৰ৷ প্ৰেম জীৱনটোও শুভ৷ সংগীৰ সৈতে ৰোমাণ্টিক ডিনাৰলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

ফিক্সড ডিপজিটত বাম্পাৰ অফাৰ দিছে SBIয়ে, কিমান ফিক্সড কৰিলে কিমান সুদ পাব?

ফিক্সড ডিপজিটত বাম্পাৰ অফাৰ দিছে SBIয়ে, কিমান ফিক্সড কৰিলে কিমান সুদ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.