• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

13 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

13 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

14 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

14 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

15 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

16 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

17 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

17 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

18 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

19 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

19 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি

editor by editor
December 12, 2024
in জীৱনশৈলী, ভাৰত
0
সন্মুখৰ বছৰত স্থান সলনি কৰিব ৰাহু-কেতুৱে! ২০২৫ চনত টকাৰ গাদীত শুব এই ৫ৰাশি
0
SHARES
39.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত ৰাহু আৰু কেতুক ছায়া গ্ৰহ হিচাপে ধৰা হয়৷ এই দুই গ্ৰহই সকলো সময়তে বক্ৰী চলনত থাকে৷ আগন্তুক বছৰত এই দুই গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ বৰ্তমান ৰাহু আছে মীন ৰাশিত আৰু কেতু আছে কন্যা ৰাশিত৷ আগন্তুক ১৮ মে ২০২৫ত ৰাহু আৰু কেতু উভয়েই ৰাশি পৰিবৰ্তন কৰিব৷ মীন ৰাশি ত্যাগ কৰি ৰাহু যাব মেষ ৰাশিত আৰু কন্যা ৰাশি ত্যাগ কৰি কেতু যাব সিংহ ৰাশিত৷ জ্যোতিষ গণনাত দেখা গৈছে যে ৰাহু আৰু কেতুৰ এই স্থান পৰিবৰ্তনৰ প্ৰভাৱত আগন্তুক বছৰ প্ৰচুৰ সুখ সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷

মেষ ৰাশি

ৰাহু আৰু কেতুৰ প্ৰভাৱত সন্মুখৰ বছৰ ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ আগন্তুক বছৰ প্ৰচুৰ অৰ্থ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে আপুনি৷ পৰিয়ালক প্ৰয়োজনৰ সময়ত নিজৰ কাষত পাব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ নিজৰ পূৰ্বৰ ভুল কামসমূহ নতুন বছৰত শুধৰাই ল’ব পাৰিব৷

মিথুন ৰাশি

ৰাহু আৰু কেতু একলগ হৈ ২০২৫ চনত মিথুন ৰাশিৰ জাতকৰ জীৱনলৈ শুভ সময় কঢ়িয়াই আনিব৷ পেছাগতভাৱে যেনেকৈ উন্নতি কৰিব আপুনি তেনেকৈয়ে আৰ্থিকভাৱেও লাভৱান হ’ব৷ পূৰ্বতকৈ কম কষ্ট কৰিয়েই কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সন্মুখৰ বছৰত বিদেশ যাত্ৰাৰো যোগ আছে৷ ২০২৫ চনত বাহন কিনিব পাৰে মিথুন ৰাশিৰ জাতকে৷

বৃশ্চিক ৰাশি

২০২৫ত ৰাহু আৰু কেতুৰ গোচৰত ভাল লাভ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনত কোনো শুভ ঘটনা ঘটিব পাৰে৷ অবিবাহিতসকলে বিয়াৰ বান্ধোনত বান্ধ খাব পাৰে৷ আগন্তুক বছৰ আপুনি পৰিশ্ৰম কৰাধৰণে ফল পাব৷ মাটি আৰু ঘৰো ক্ৰয় কৰিব পাৰে৷

মকৰ ৰাশি

২০২৫ চনত নিজৰ সকলো পৰিশ্ৰমৰ সুফল লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ ৰাহু আৰু কেতুয়ে নানানভাৱে আপোনাৰ জীৱনত সাফল্য লৈ আহিব৷ এই সময়ত আপুনি বেছ কিছু অতিৰিক্ত অৰ্থলাভ কৰিব পাৰে৷ পছন্দৰ কোনো স্থানত ফুৰিবলৈ যাব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ মধুৰ হ’ব৷

মীন ৰাশি

ৰাহু আৰু কেতুৰ গোচৰৰ মিলিত প্ৰভাৱত ২০২৫ চনত সৌভাগ্য আৰু সাফল্য আহিব মীন ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই সময়ত আপুনি জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷ কোনো শুভ কামত অৰ্থ ব্যয় কৰিব পাৰে৷ অতিৰিক্ত অৰ্থলাভ হোৱাৰ কাৰণে এই খৰচ আপোনাৰ গাত নালাগিব৷ কেৰিয়াৰত সাফল্য পাব৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ বিদেশ যাত্ৰালৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?
বিনোদন

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

August 12, 2026
Next Post
ফিক্সড ডিপজিটত বাম্পাৰ অফাৰ দিছে SBIয়ে, কিমান ফিক্সড কৰিলে কিমান সুদ পাব?

ফিক্সড ডিপজিটত বাম্পাৰ অফাৰ দিছে SBIয়ে, কিমান ফিক্সড কৰিলে কিমান সুদ পাব?

দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী

দেওবাৰে বছৰৰ শেষ পূৰ্ণিমা, এই ৰাশিৰ ঘৰলৈ আহিব মা লক্ষ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.