• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

1 year ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

29 minutes ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

1 hour ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

2 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

3 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

4 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

5 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

6 hours ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

15 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

16 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

16 hours ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

17 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

editor by editor
December 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষানুষ্ঠানৰ পাছত এইবাৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক ভাবুকি, ৰাচিয়ান ভাষাত ই-মেইল

এইবাৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভাৰতীয় ৰিজাৰ্ভ বেংকক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটত বৃহস্পতিবাৰে ১২ ডিচেম্বৰৰ বিয়লি এটা ভাবুকিপূৰ্ণ ই-মেইল আহে। এই ইমেইলটো ৰাছিয়ান ভাষাত প্ৰেৰণ কৰা হৈছিল আৰু ইয়াত ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ কথা কোৱা হৈছিল।

এই মেইল ৰাছিয়ান ভাষাত হোৱাৰ বাবে সংস্থাসমূহ আৰু অধিক সজাগ হৈ পৰিছে। কোনোবাই ইচ্ছাকৃতভাৱে হাৰাশাস্তিৰ উদ্দেশ্যেৰে মেইল প্ৰেৰণ কৰিছে নে নাই সেয়াও নিশ্চিত কৰা হৈছে। কোনোবাই ভিপিএনৰ জৰিয়তে মেইল​পঠোৱা নাই, সেয়েহে আইপি ঠিকনাটো ট্ৰেচ কৰা হৈছে। এই বিষয়ত অপৰাধ শাখা জড়িত হৈ থকাৰ লগতে বিশেষজ্ঞৰ সহায়ো লোৱা হৈছে। ভাবুকি লাভ কৰাৰ পিছতে আশে-পাশে থকা অঞ্চলসমূহৰ তদন্ত কৰে আৰক্ষীয়ে।

যোৱা মাহতো একেধৰণৰ এটা গোচৰ পোহৰলৈ আহিছিল যেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ কেয়াৰ নম্বৰত ফোন আহিছিল আৰু এজন ব্যক্তিয়ে নিজকে লস্কৰ-ই-টাইবাৰ চিইঅ’ বুলি চিনাকি দিছিল। সেই লোকজনে কেন্দ্ৰীয় বেংকক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিও দিছিল ফোনতে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি দেশত বিমান আৰু বিদ্যালয়ত বোমা বিস্ফোৰণেৰে উৰুৱাই দিব বুলি বহু ভাবুকি ভৰা ফোন আৰু মেইল আহিছিল। আজি অৰ্থাৎ ১৩ ডিচেম্বৰত দিল্লীৰ তিনিখন বিদ্যালয়ে বোমাৰ ভাবুকিভৰা মেইল​লাভ কৰিছে। তাৰ পিছত বিভিন্ন সংস্থাই বিদ্যালয় চৌহদত তালাচী আৰম্ভ কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে সেই ভাবুকিবোৰক উৰাবাতৰি বুলি অভিহিত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bomb ThreatBombingDelhi Schoolrbireserve bank of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা
বাণিজ্য

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

June 2, 2026
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ
জীৱনশৈলী

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

June 2, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
অসম

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

June 2, 2026
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ
জীৱনশৈলী

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

June 2, 2026
Next Post
বছৰৰ শেষ পূৰ্ণিমাত ধনু ৰাশিত সূৰ্য্যৰ প্ৰৱেশ, টকাৰ বৰষুণ হ’ব ৫ ৰাশিৰ ওপৰত

বছৰৰ শেষ পূৰ্ণিমাত ধনু ৰাশিত সূৰ্য্যৰ প্ৰৱেশ, টকাৰ বৰষুণ হ'ব ৫ ৰাশিৰ ওপৰত

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুষ্পা খ্যাত জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুষ্পা খ্যাত জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.