• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওস্তাদ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক, আমেৰিকাৰ চিকিৎসালয়ত ভৰ্তি

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ওস্তাদ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক, আমেৰিকাৰ চিকিৎসালয়ত ভৰ্তি

editor by editor
December 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
ওস্তাদ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক, আমেৰিকাৰ চিকিৎসালয়ত ভৰ্তি
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ওস্তাদ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক, আমেৰিকাৰ চিকিৎসালয়ত ভৰ্তি

বিখ্যাত তবলাবাদক তথা ওস্তাদ আল্লাহ ৰাখাৰ জ্যেষ্ঠ পুত্ৰ ওস্তাদ জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক। তথ্য অনুসৰি জাকিৰ হুছেইন বৰ্তমান আমেৰিকাৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তাতেই চিকিৎসাধীন হৈ আছে। ওস্তাদ গৰাকীৰ স্বাস্থ্য গুৰুতৰ , তেখেতৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে অনুৰাগী সকলে।

লাভ কৰা তথ্য অনুসৰি জাকিৰ হুছেইনক আমেৰিকাৰ ছান ফ্ৰান্সিস্কো হাস্পতালত ভৰ্তি কৰা হৈছে। একে সময়তে জাকিৰৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছে জাকিৰৰ পৰিয়ালে।

জাকিৰ হুছেইনৰ স্বাস্থ্যজনিত এই খবৰ তেওঁৰ ভাতৃ আয়ুব আউলিয়াই সাংবাদিকক ফোনযোগে জনাইছিল। ইয়াৰ পিছত নিজৰ এক্স একাউণ্টত এটা পোষ্টো শ্বেয়াৰ কৰিছে, য’ত তেওঁ এই খবৰৰ তথ্য সদৰি কৰিছে।

পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে তবলাবাদক, পাৰ্কাচনিষ্ট, সুৰকাৰ, প্ৰাক্তন অভিনেতা তথা বিখ্যাত তবলাবাদক ওস্তাদ আল্লাহ ৰাখাৰ পুত্ৰ ওস্তাদ জাকিৰ হুছেইনৰ স্বাস্থ্য ভাল নহয়। আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত তেওঁ গুৰুতৰ ৰোগত চিকিৎসাধীন হৈ আছে।

উল্লেখযোগ্য যে মুম্বাইত জন্ম হোৱা জাকিৰ হুছেইনে মাথো ৩ বছৰ বয়সৰ পৰাই পিতৃৰ পৰা তবলা বাদন শিকিছিল। তেখেতৰ তবলাৰ ওপৰত থকা দক্ষতা তথা দখলৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্ম বিভূষণেৰে সন্মানিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: TabalaTabala ArtistUstad Zakir HussainYTabala GuruZakir Hussain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

Next Post
৩৬ ঘণ্টাৰ ভিতৰত ৩ গৰাকীকৈ পাকিস্তানী ক্ৰিকেটাৰৰ সন্যাস, ত্ৰাসৰ সৃষ্টি কৰিছিল খেলপথাৰত

চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন