• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ  Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

2 years ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

6 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

35 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

58 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

2 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

5 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

8 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

20 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

21 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

editor by editor
December 16, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ  Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মনৰ পছন্দৰ ঘৰ সকলোৱে নিৰ্মাণ কৰিব খোজে৷ কিন্তু ইয়াৰ বাবে প্ৰচুৰ টকাৰ দৰকাৰষ বহু টকা একেলগে বাহিৰ কৰাৰ দৰে পৰিস্থিতি সকলো সময়তে নাথাকে৷ তেতিয়া সকলোৰে শেষ ভৰষা হয় হোম লোন৷ মাহিলী EMIৰ মাধ্যমেৰে সেই ধন শোধ কৰিব লগা হয়৷

ধৰা হ’ল কোনোৱে ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকা হোম লোন ল’ব খোজে৷ তেন্তে তেওঁ মাহিলী কিমান টকা EMI ভৰিব লাগিব? EMIৰ পৰিমাণ নিৰ্ভৰ কৰে সুদৰ ওপৰত৷ আৰু সুদৰ হাৰ ঠিক হয় ছিবিল স্কৰৰ ওপৰত ভিত্তি কৰি৷

ছিবিল স্ক’ৰ বা ক্ৰেডিট স্ক’ৰ বেছি হ’লে কম সুদৰ হাৰত ঋণ পোৱা যায়৷ সাধাৰণতে ছিবিল স্ক’ৰ ৩০০ৰ পৰা ৯০০ পয়েণ্টৰ মাজত গণনা কৰা হয়৷ বিশেষজ্ঞসকলৰ মতে গ্ৰাহকৰ ছিবিল স্ক’ৰ যদি কমেও ৭৫০ৰ ওপৰত হয় তেন্তে তেওঁ সহজেই ঋণ পায়৷ আৰু বেংকসমূহেও প্ৰাথমিক সুদৰ হাৰত ঋণ অফাৰ কৰে৷ ছিবিল স্ক’ৰ উন্নত কৰিবলৈ গ্ৰাহকে আৰ্থিক লেনদেন আৰু অৰ্থ প্ৰদানৰ ক্ষেত্ৰত শৃংখলাবদ্ধ হ’ব লাগিব৷ ছিবিল স্ক’ৰ বেয়া হ’লে ঋণ পোৱাৰ সম্ভাৱনা কমি যায়৷ পালেও সুদৰ হাৰ বেছি হ’ব৷

ICICI বেংকৰ পৰা ১৫বছৰৰ বাবে ৪০ লাখ টকাৰ হোম লোন ল’লে প্ৰতিমাহে কিমান টকা EMI হিচাপে দিব লাগিব? ICICI বেংকে ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৫ কোটি টকাৰ হোম লোন প্ৰতি বছৰে ৯শতাংশ সুদৰ হাৰত অফাৰ কৰিছে৷ কিন্তু ICICI বেংকৰ পৰা প্ৰতি বছৰে ৯শতাংশ হাৰত হোম লোন পোৱাৰ বাবে গ্ৰাহকৰ ছিবিল স্ক’ৰ ৮০০ অথৱা তাতকৈ বেছি হ’ব লাগিব৷ অৰ্থাৎ প্ৰতি বছৰে ৯শতাংশ সুদৰ হাৰত কোনোৱে যদি ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ হোম লোন লয় তেতিয়া তেওঁ প্ৰতিমাহে ৪০,৫৭১ টকা EMI দিব লাগিব৷ প্ৰতিবছৰে ৯শতাংশ সুদৰ হাৰত ১৫ বছৰৰ বাবে লোন ল’লে তেওঁ বেংকক সুদৰ বাবদ দিব লাগিব মুঠ ৩৩,০২,৭১৯ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
Next Post
পুৱাই দুঃখবৰ! বায়েকক দৰাৰ ঘৰত থৈ নিজ ঘৰ নাপালেগৈ ঈশান গগৈ, চেঁচা নৈত শেষ হ’ল জীৱন

পুৱাই দুঃখবৰ! বায়েকক দৰাৰ ঘৰত থৈ নিজ ঘৰ নাপালেগৈ ঈশান গগৈ, চেঁচা নৈত শেষ হ’ল জীৱন

আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!

আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.