• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!

আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!

2 years ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

24 minutes ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

56 minutes ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

2 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

3 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

4 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

5 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

6 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

6 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

7 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

7 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!

আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!

editor by editor
December 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আপোনাৰ হাততো ৫টকীয়া মুদ্ৰা আছে নেকি? পুৰণি ৫টকীয়া মুদ্ৰা বাতিল কৰিব RBIয়ে!
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫টকীয়া মুদ্ৰাঃ কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আইয়ে একেলগে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ বৰ্তমান বজাৰত যি ৫ টকীয়া কয়েন আছে সেয়া বাতিল কৰা হ’ব৷ এটা নিৰ্দিষ্ট বছৰত যিমান মুদ্ৰা তৈয়াৰ হ’ব সেই বিষয়ত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লয়৷ ইয়াৰ পাছতেই চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক নিৰ্দেশ দিয়ে৷ তাৰপাছতেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কয়েনসমূহ মিণ্ট কৰে বা ছঁপা কৰে৷

যদি মুদ্ৰা বা নোট বন্ধ কৰা হয় বা জাৰি কৰাৰ প্ৰক্ৰিয়াত, RBIৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন৷ অনুমোদন পালেহে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই কয়েন বা নোট নিষিদ্ধ কৰিব পাৰে৷

বৰ্তমান ভাৰতত ১ টকাৰ পৰা ২০ টকাৰ কয়েন প্ৰচলিত আছে৷ সময়ে সময়ে ৩০ আৰু ৫০ টকাৰ কয়েন অনাৰ খবৰো প্ৰকাশ পাই আহিছে৷ প্ৰকৃততে বৰ্তমান ইণ্টাৰনেটত এক ঘোষণা চলিছে যে ৫ টকাৰ কয়েন বাতিল কৰা হ’ব৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৫টকীয়া বাতিলৰ চেষ্টা আৰম্ভ কৰা বুলি খবৰ প্ৰকাশ পাইছে৷

বৰ্তমান দেশত বিভিন্ন ধৰণৰ ৫ টকাৰ কয়েন পোৱা যায়৷ এটি পিতল আৰু অন্যটো মোটা ধাতুৰ৷ বৰ্তমান বহু ৫টকীয়া মুদ্ৰা পিতলৰো পোৱা যায়৷ অৱশ্যে বৰ্তমান মোটা কয়েনৰ সংখ্যা কমি গৈছে৷

বৰ্তমান কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰিজাৰ্ভ বেংকে মোটা ধাতৱ ৫টকীয়া কয়েন তৈয়াৰ কৰা বন্ধ ৰাখিছে৷ বজাৰত কেৱল পিতলৰ মুদ্ৰাই ব্যাপকভাৱে দেখা যায়৷ ৫টকীয়া কয়েন কিয় বন্ধ কৰা হৈছে? সেই মোটা ৫টকীয়া বন্ধ কৰাৰ আঁৰত আছে এটা বিশেষ কাৰণ৷ কাৰণ এইধৰণৰ মুদ্ৰা তৈয়াৰত বহু ধাতু ব্যৱহাৰ কৰা হয়৷

মোটা ৫টকীয়া কয়েনৰ পৰা ৪-৫টা ব্লেড তৈয়াৰ কৰা হয়৷ ইয়াৰ পাছতেই কিছু লোকে ইতিমধ্যেই ৫টকীয়া কয়েনৰ পৰা ব্লেড তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে যাৰ ফলত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক মোটা ৫টকাৰ কয়েন বন্ধ কৰি দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!
ভাৰত

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

June 24, 2026
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

June 24, 2026
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
Next Post
১৭ ডিচেম্বৰত জিলিকি উঠিব এই ৫ৰাশিৰ ভাগ্য, লাভ কৰিব অৰ্থসুখ

১৭ ডিচেম্বৰত জিলিকি উঠিব এই ৫ৰাশিৰ ভাগ্য, লাভ কৰিব অৰ্থসুখ

৪বাৰৰ বিধায়কৰেই নাম নাই ভোটাৰ লিষ্টত, নাম নাহিল পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাতো, কেনেকৈ ৪বাৰ বিধায়ক হ’ল এই ব্যক্তি?

৪বাৰৰ বিধায়কৰেই নাম নাই ভোটাৰ লিষ্টত, নাম নাহিল পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাতো, কেনেকৈ ৪বাৰ বিধায়ক হ’ল এই ব্যক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.