• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

1 year ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

24 minutes ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

1 hour ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

1 hour ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
December 24, 2024
in জীৱনশৈলী
0
বৰদিনৰ দিনাই সুকৰ্ম যোগ, সুখৰ খবৰ লাভ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৫ ডিচেম্বৰ ২০২৪ বুধবাৰে দিনজুৰি তুলা ৰাশিত বিৰাজ কৰিব চন্দ্ৰই৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা দশমী তিথি৷ কাইলৈ বৰদিনৰ নিশা ১০ বাজি ২৯ মিনিট পৰ্যন্ত দশমী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা একাদশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সুকৰ্ম যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে চিত্ৰা নক্ষত্ৰ আৰু পাছত স্বাতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতাৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ২৫ ডিচেম্বৰ অত্যন্ত শুভ দিন হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দিনজুৰি পৰিস্থিতি অনুকূল থাকিব৷ বন্ধু আৰু আত্মীয়ৰ সৈতে কাইলৈ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্কৰ ভুল বুজাবুজি দূৰ হ’ব৷ সকলো কামতে কাইলৈ পিতৃৰ সহায় পাব৷ ব্যৱসায়ীসকলৰ বাবেও কাইলৈৰ দিনটো লাভজনক হ’ব৷ মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি কাইলৈ ভাল হ’ব৷

কন্যা ৰাশি

কাইলৈ কেৰিয়াৰত বিশেষ উন্নতি কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই ভাগ্যক নিজৰ কাষত পাব৷ চাকৰি পৰিবৰ্তন কৰিব খুজিলে কাইলৈ দিনটো আপোনাৰ বাবে শুভ দিন হ’ব পাৰে৷ পৰিয়ালত কাইলৈ সুখ আৰু শান্তি থাকিব৷ ভায়েক ভনীয়েকৰ সহায়ত কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে কন্যা ৰাশিৰ জাতকে৷ স্বাস্থ্য ভালে থাকিব৷

বৃশ্চিক ৰাশি

কাইলৈ বুধবাৰে গণেশৰ কৃপা থাকিব বৃশ্চিক ৰাশিৰ ওপৰত৷ কাইলৈ নিজৰ পুৰণি সকলো অসম্পূৰ্ণ কাম আপুনি সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব৷ পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত থাকিব৷ ব্যক্তিগত জীৱনত কাইলৈ সুখ আৰু শান্তি থাকিব৷ জীৱনসংগীৰ সৈতে কাইলৈ বুজাপৰা আৰু ভালপোৱা বৰ্তি থাকিব৷ কৰ্মক্ষেত্ৰত কাইলৈ সাফল্য আহিব৷

ধনু ৰাশি

কাইলৈ সুকৰ্ম যোগৰ শুভ প্ৰভাৱ কাৰ্যকৰী আৰু লাভজনক দিন হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ ৰিয়েল এষ্টেটৰ পৰা কাইলৈ মোটা টকা লাভ কৰিব পাৰিব৷ কাইলৈ সকলো বিষয়ত পৰিয়ালৰ সদস্যসকলৰ সহায় পাব৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতকে কাইলৈ প্ৰশংসা বুটলিব৷ সংগীৰ পৰামৰ্শ কাইলৈ আপোনাৰ বাবে লাভজনক হ’ব৷ নতুন চাকৰিত ভাল প্ৰস্তাৱ পাব পাৰে৷

মীন ৰাশি

চিত্ৰা নক্ষত্ৰৰ শুভ প্ৰভাৱ আৰু সিদ্ধিদাতাৰ আশীৰ্বাদত কাইলৈ ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত ডাঙৰ কোনো সুখবৰ পাব পাৰে আপুনি৷ কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ পুৰণি কোনো অসুখ থাকিলে তাৰপৰা মুক্তি পাব৷ অপ্ৰত্যাশিতভাৱে হাতলৈ ধন আহিব পাৰে৷ ঘৰুৱা পৰিবেশত সুখ আৰু শান্তি বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
Next Post
খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

খ্ৰীষ্টমাছত বিশেষ এজোপা গছ সজোৱাৰ আঁৰত আছে বিশেষ কাৰণ! বৰদিনত এইকেইটা নিয়ম পালনৰ আঁৰত আছে কেইবাটাও ৰহস্য

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, কেনেকৈ বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা ? ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, কেনেকৈ বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা ? ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.