• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

2 years ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

8 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

45 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

5 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

editor by editor
December 25, 2024
in জীৱনশৈলী, বিশ্ব
0
বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ আৰু সন্তানৰ জন্ম এই দুই দিশতেই পিছুৱাই আছে দক্ষিণ কোৰিয়া৷ সেয়ে এই সমস্যাৰ পৰা বাহিৰলৈ ওলোৱাৰ বিশেষ উপায়ো বাহিৰ কৰিছে তাৰ চৰকাৰে৷ ২০২৩ চনৰ এক ৰিপৰ্ট অনুসৰি দক্ষিণ কোৰিয়াত বিগত ১০ বছৰত বিবাহ আৰু জন্মৰ হাৰ কমিছে প্ৰায় ৪০শতাংশ৷ তাতেই বৰ্তমানৰ ট্ৰেণ্ড হৈছে বিবাহ দেৰিকৈ কৰোৱা বা বিবাহ নকৰাকৈ থকা৷

সেই দেশত নাৰীৰ সংখ্যা কমি গৈছে৷ ,সমীক্ষাত দেখা গৈছে যে দক্ষিণ কোৰিয়াত বৰ্তমান নাৰীৰ জন্মহাৰ ০.৭২ শতাংশ হাৰত কমিছে৷ এই হাৰ সমগ্ৰ বিশ্বৰ ভিতৰত সকলোতকৈ কম৷ ফলত দেশৰ জনসংখ্যাৰ বিকাশৰ ক্ষেত্ৰত এয়া এক বিশেষ সমস্যা৷ বিশেষজ্ঞসকলে কৈছে যে, তেওঁলোকে সমীক্ষাত পোৱা অনুসৰি দক্ষিণ কোৰিয়াত প্ৰতিটো কৰ্মস্থানতেই তাৰ বাসিন্দাই দীৰ্ঘসময় ধৰি কাম কৰিব লাগে৷ ফলত কৰ্মক্ষেত্ৰতেই অধিক সময় দিয়ে তাৰ ব্যক্তিয়ে৷

বাকী নিজলৈ পোৱা সময়খিনি বিশ্ৰামৰ বাবে ৰাখে তাৰ পুৰুষ-মহিলা উভয়েই৷ ফলত বিয়া কৰোবাৰ দিশটোক তেওঁলোকে বিশেষ প্ৰাধান্য নিদিয়ে৷ আনকি যদি কোনোৱে বিয়াও কৰাই তেন্তে সন্তান জন্ম দিয়া বা তাক ডাঙৰ কৰাৰ দৰে কামসমূহ তেওঁলোকে কৰিব নোখোজে৷ দক্ষিণ কোৰিয়া চৰকাৰে সেয়ে উপায়হীন হৈ এতিয়া দ্ৰুত ডেটিঙৰ ব্যৱস্থা কৰিছে সকলো অবিবাহিতৰ বাবে৷

বিশেষ স্থানো ডেটিঙৰ বাবে দিছে তেওঁলোকে৷ সেই বিশেষ স্থানতে গৈ প্ৰেমিক আৰু প্ৰেমিকাই সময় কটাব পাৰিব৷ আনকি বিয়াৰ বাবেও যদি কোনোৱে ভাৱি আছে তেন্তে তেওঁলোকক সেই বিশেষ স্থানতেই বিয়া কৰাবলৈ মটিভেছনো দিয়া হয়৷ বিয়া কৰোৱা সকলক সন্তান জন্ম দিবলৈকো বিশেষভাৱে বুজোৱা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.