• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

2 years ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

12 minutes ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

41 minutes ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

1 hour ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

2 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

3 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

4 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

4 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

4 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

5 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

9 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

11 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

editor by editor
December 25, 2024
in জীৱনশৈলী, বিশ্ব
0
বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ আৰু সন্তানৰ জন্ম এই দুই দিশতেই পিছুৱাই আছে দক্ষিণ কোৰিয়া৷ সেয়ে এই সমস্যাৰ পৰা বাহিৰলৈ ওলোৱাৰ বিশেষ উপায়ো বাহিৰ কৰিছে তাৰ চৰকাৰে৷ ২০২৩ চনৰ এক ৰিপৰ্ট অনুসৰি দক্ষিণ কোৰিয়াত বিগত ১০ বছৰত বিবাহ আৰু জন্মৰ হাৰ কমিছে প্ৰায় ৪০শতাংশ৷ তাতেই বৰ্তমানৰ ট্ৰেণ্ড হৈছে বিবাহ দেৰিকৈ কৰোৱা বা বিবাহ নকৰাকৈ থকা৷

সেই দেশত নাৰীৰ সংখ্যা কমি গৈছে৷ ,সমীক্ষাত দেখা গৈছে যে দক্ষিণ কোৰিয়াত বৰ্তমান নাৰীৰ জন্মহাৰ ০.৭২ শতাংশ হাৰত কমিছে৷ এই হাৰ সমগ্ৰ বিশ্বৰ ভিতৰত সকলোতকৈ কম৷ ফলত দেশৰ জনসংখ্যাৰ বিকাশৰ ক্ষেত্ৰত এয়া এক বিশেষ সমস্যা৷ বিশেষজ্ঞসকলে কৈছে যে, তেওঁলোকে সমীক্ষাত পোৱা অনুসৰি দক্ষিণ কোৰিয়াত প্ৰতিটো কৰ্মস্থানতেই তাৰ বাসিন্দাই দীৰ্ঘসময় ধৰি কাম কৰিব লাগে৷ ফলত কৰ্মক্ষেত্ৰতেই অধিক সময় দিয়ে তাৰ ব্যক্তিয়ে৷

বাকী নিজলৈ পোৱা সময়খিনি বিশ্ৰামৰ বাবে ৰাখে তাৰ পুৰুষ-মহিলা উভয়েই৷ ফলত বিয়া কৰোবাৰ দিশটোক তেওঁলোকে বিশেষ প্ৰাধান্য নিদিয়ে৷ আনকি যদি কোনোৱে বিয়াও কৰাই তেন্তে সন্তান জন্ম দিয়া বা তাক ডাঙৰ কৰাৰ দৰে কামসমূহ তেওঁলোকে কৰিব নোখোজে৷ দক্ষিণ কোৰিয়া চৰকাৰে সেয়ে উপায়হীন হৈ এতিয়া দ্ৰুত ডেটিঙৰ ব্যৱস্থা কৰিছে সকলো অবিবাহিতৰ বাবে৷

বিশেষ স্থানো ডেটিঙৰ বাবে দিছে তেওঁলোকে৷ সেই বিশেষ স্থানতে গৈ প্ৰেমিক আৰু প্ৰেমিকাই সময় কটাব পাৰিব৷ আনকি বিয়াৰ বাবেও যদি কোনোৱে ভাৱি আছে তেন্তে তেওঁলোকক সেই বিশেষ স্থানতেই বিয়া কৰাবলৈ মটিভেছনো দিয়া হয়৷ বিয়া কৰোৱা সকলক সন্তান জন্ম দিবলৈকো বিশেষভাৱে বুজোৱা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 28, 2026
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
বিশ্ব

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
Next Post
কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.