• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

2 years ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

20 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

editor by editor
December 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজাৰবাইজান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান কাজাখস্তানৰ আকতাউত ভাঙি পৰিছে৷ ইয়াৰপাছতেই দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ বিস্ফোৰণ ঘটে৷ কাজাখস্তান চৰকাৰৰ জৰুৰী মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই খবৰ নিশ্চিত কৰা হৈছে৷ সেই বিমানত ৬৭ জন যাত্ৰী আছিল৷ ফলত বহু যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে৷

বিমানি আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ চেচনিয়াৰ গ্ৰজোনিলৈ গৈছিল বিমানখন৷ জনা গৈছে যে ঘন কুঁৱলিৰ কাৰণে বিমানখনক অন্য পথেৰে ঘুৰোৱা হৈছিল৷ বিমানখনৰ পাইলটে জৰুৰী অৱতৰণৰ অনুৰোধ জনাই কেইবাবাৰো বিমানবন্দৰৰ আশে পাশে ঘূৰিও থাকে৷ কিন্তু শেষৰক্ষা নহ’ল৷ বিমানখন মাজপথতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত বাগৰি পৰে৷ এটা ভিডিঅ২ত দেখা গৈছে যে বিমান বন্দৰৰ ওপৰত ঘূৰি আছিল বিমানখন৷

তাৰপাছতেই ক্ৰমশ সোঁপ্ৰান্তলৈ হালি পৰে৷ তাৰপাছতেই সেয়া ভাঙি পৰে৷ ভিডিঅ’টোত দুৰ্ঘটনাস্থলত এম্বুলেন্স অনাও দেখা গৈছে৷ কিছু লোকক উদ্ধাৰ কৰা হৈছে আৰু বিমানৰ পিছৰ প্ৰান্তত অৱস্থিত জৰুৰী প্ৰস্থানৰ পৰা তেওঁলোকক নমোৱা হৈছে৷ ভিডিঅ’ত দেখা গৈছে যে সেই বিমানৰ ৰেজিষ্ট্ৰেচন নম্বৰ 4K-AZ65, যি FlightRadar24ত উপলব্ধ ডাটাৰ সৈতে মিলি গৈছে৷

অনলাইন ফ্লাইট ট্ৰেকিং ৱেবচাইট FlightRadar24ৰ পৰা পোৱা তথ্য অনুসৰি বিমানখন কাস্পিয়ান সাগৰৰ ওপৰেৰে উৰিছিল আৰু চেচনিয়া সেই বিমানৰ গন্তব্যস্থান আছিল৷ বিমানখনে ৰাছিয়াৰ সীমনাত প্ৰৱেশ কৰিছিল আৰু জৰুৰী অৱতৰণৰ অনুৰোধ জনাই বিমানবন্দৰৰ কাষতেই ঘূৰি ফুৰিছিল৷ ভাৰতীয় সময় অনুসৰি পুৱা ৬.২৮মিনিটত বিনটি বিমানবন্দৰৰ পৰা কেইকিঃমিঃ দূৰৈৰ কাস্পিয়ান সাগৰৰ তীৰত ভাঙি পৰে৷

শেহতীয়া খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ১৪ জন যাত্ৰীক আকাতাউ চহৰৰ হাস্পতালত ভৰ্তি কৰোৱা গৈছে৷ দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ১৪জন যাত্ৰীক বৰ্তমান পৰ্যন্ত আকতাউ চহৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ এওঁলোকৰ ভিতৰত ১১ বছৰ বয়সীয়া এটি কিশোৰ আৰু ১৬ বছৰ বয়সীয়া এজন কিশোৰসহ পাঁচজনৰ অৱস্থা সংকটজনক৷ নিহতৰ সংখ্যা বৰ্তমানলৈ ৩৫গৰাকী বুলি জানিব পৰা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.