• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

2 years ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

25 minutes ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

1 hour ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

2 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

3 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

5 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

5 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

6 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

7 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

7 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

9 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

editor by editor
December 25, 2024
in জীৱনশৈলী
0
আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা
0
SHARES
480
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুটি বুলিলেই প্ৰত্যেকজন কৰ্মচাৰীৰেই মন ভাল লগাৰেই কথা৷ নতুন বছৰ আৰম্ভ হ’ব৷ নতুন বছৰত ছুটিৰ দিনৰ তালিকা জানিবলৈ এতিয়াৰে পৰাই বহুজন আগ্ৰহী হৈ আছে৷ আমাৰ দেশে ধৰ্ম, ৰাজ্য আৰু সংস্কৃতিৰে সমৃদ্ধি বৈচিত্ৰ্যক প্ৰতিফলিত কৰে৷ ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱাৰ বাবে প্ৰত্যেক উৎসৱকেই ইয়াত সমানেই প্ৰাধান্য দিয়া হয়৷ ভাৰতত ছুটীও কেন্দ্ৰীয় চৰকাৰী ছুটী, ৰাজ্যিক চৰকাৰী ছুটী, জাতীয় ছুটীৰ দিন আৰু বেংকৰ ছুটীসহ বিভিন্ন প্ৰকাৰে শ্ৰেণীবদ্ধ কৰা হয়৷২০২৫ চনৰ চৰকাৰী ছুটীৰ এক চতুৰ্থাংশই সাপ্তাহিক ছুটীৰ দিন পৰিব৷ ইয়াৰ মাজতেই ৬টা ছুটী শনিবাৰ বা দেওবাৰ পৰিছে৷ জানি থওক ২০২৫ৰ ছুটীৰ তালিকা৷

২০২৫ চনৰ ছুটীৰ তালিকা

দেওবাৰ পৰা ছুটীসমূহৰ মাজত আছে গণতন্ত্ৰ দিৱস(২৬ জানুৱাৰী), ৰাম নৱমী(৬এপ্ৰিল), মহৰম( ৬ জুলাই)৷ শনিবাৰে পৰিছে প্ৰধান ছুটীৰ মাজত আছে বকৰি ঈদ(৭জুন), ৰাখিবন্ধন(৯আগষ্ট) আৰু জন্মাষ্টমী(১৬আগষ্ট)ত পৰিছে৷ ইফালে ঈদ উল ফিতৰ(৩১মাৰ্চ), ডক্টৰ ভীমৰাও আম্বেদকৰ জয়ন্তী(১৪এপ্ৰিল), বুদ্ধ পূৰ্ণিমা(১২মে) আৰু দীপাৱলি(২০ অক্টোবৰ)ৰ দৰে উল্লেখযোগ্য ছুটী সোমবাৰে পৰিব৷

ইফালে ১৩ মাৰ্চ বৃহস্পতিবাৰে হোলিকা দহন আৰু ১৪ মাৰ্চ শুকুৰবাৰে হোলি পৰিছে৷ একেদৰে স্বাধীনতা দিৱসো এইবাৰ শুকুৰবাৰ পৰিব৷ তাৰপিছতেই জন্মাষ্টমী(১৬আগষ্ট) শনিবাৰে পৰিছে৷ অক্টোবৰতো বিভিন্ন উৎসৱ আছে৷ তাৰভিতৰতেই নৱৰাত্ৰিৰ মহানৱমী বুধবাৰ পৰিছে৷ অৰ্থাৎ ১ অক্টোবৰ, ইয়াৰপাছতেই গান্ধী জয়ন্তী  ২ অক্টোবৰ, বৃহস্পতিবাৰে বিজয়া দশমী পালিত হ’ব৷ দীপাৱলি পৰিছে ২০ অক্টোবৰত৷ ২২ অক্টোবৰত গোবৰ্ধন পূজা আৰু ২৩ অক্টোবৰত ভাইফোটাৰ ছুটী থাকিব৷

২০২৫ চনৰ অন্যান্য উল্লেখযোগ্য ছুটিৰ মাজত আছে হজৰত আলিৰ জন্মদিন ১৪ জানুৱাৰী, মহাবীৰ জয়ন্তী ১০ এপ্ৰিল, গুৰু নানক জয়ন্তী আৰু কাৰ্তিক পূৰ্ণিমা ৫ নৱেম্বৰ, বৰদিন ২৫ ডিচেম্বৰ৷ আগন্তুক বৰ্ষৰ ৩১ টা ছুটীৰ ভিতৰত ৫টা শুকুৰবাৰ, ৪টা শনিবাৰ আৰু ৪টা দেওবাৰ পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

August 11, 2026
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

August 11, 2026
Next Post
স্বামীয়ে গুৰুত্ব নিদিয়ে বাবেই এই সিদ্ধান্ত লৈছোঃ কিশোৰৰ সৈতে বিবাহ ৩৫ বছৰীয়া মহিলাৰ

স্বামীয়ে গুৰুত্ব নিদিয়ে বাবেই এই সিদ্ধান্ত লৈছোঃ কিশোৰৰ সৈতে বিবাহ ৩৫ বছৰীয়া মহিলাৰ

শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.