• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘INDIA’ মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ

‘INDIA’ মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ

1 year ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

25 minutes ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

53 minutes ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

1 hour ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

2 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

5 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

6 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

6 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

8 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

8 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘INDIA’ মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ

editor by editor
December 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘INDIA’ মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘INDIA’ মিত্ৰতাত ফাট! কংগ্ৰেছক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ সতীৰ্থ দলৰ

‘ইণ্ডিয়া’ মিত্ৰতাত ফাট মেলা দেখা গৈছে। বিৰোধী দলৰ এই মিত্ৰতাত এতিয়া কংগ্ৰেছেই প্ৰধান হেঙাৰ হৈ পৰিছে অন্য দলৰ বাবে। যাৰ বাবে অন্য মিত্ৰ দল সমূহে এতিয়া ইণ্ডিয়া গোটৰ পৰা কংগ্ৰেক বাহিৰ কৰাৰ বাবে বিদ্ৰোহ আৰম্ভ কৰিছে।

বিৰোধী দলৰ এই মিত্ৰতাৰ অংশীদাৰসকলে এতিয়া কংগ্ৰেছৰ নেতৃত্বক ভাল পোৱা নাই। আনকি ইণ্ডিয়া ব্লকৰ দায়িত্ব ল’ব বুলি কংগ্ৰেছৰ সমুখত মন্তব্য দাঙি ধৰিছে মমতা বেনাৰ্জীয়ে।

কেৱল ইমানেই নহয়, এই মন্তব্যৰ ওপৰত অখিলেশ যাদৱ, শাৰদ পাৱাৰ, অৰবিন্দ কেজৰিৱাল, লালু যাদৱকে ধৰি বহু নেতাই মমতা বেনাৰ্জীৰ পক্ষত আছে।

কিন্তু এই সন্দৰ্ভত এতিয়াও কংগ্ৰেছ নিমাত। এই কথা কংগ্ৰেছে একেবাৰেই মানি নলয়। বৰ্তমান ইণ্ডিয়া গোটৰ মিত্ৰতাৰ কমাণ্ড কেৱল কংগ্ৰেছৰ হাতত। কিন্তু ৰাজনৈতিক অস্থিৰতালৈ চাই এনে লাগে যেন এইয়া বেছি দিন নাথাকিব। এতিয়া ৰাহুল গান্ধীৰ মিত্ৰসকলে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছে।

আম আদমী পাৰ্টীয়েও ভাৰতীয় মিত্ৰজোঁটৰ পৰা কংগ্ৰেছক উৎখাত কৰাৰ দাবী কৰিছে। দিল্লীৰ নিৰ্বাচনত দুয়ো মিত্ৰ দলক বিপৰীত মেৰুত অৱস্থান কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ এজন নেতাই অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিছে।

কেৱল এয়াই নহয়, অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে সন্দীপ দীক্ষিতক দিল্লীৰ নিৰ্বাচনৰ বাবে থিয় কৰাইছে। এই সকলোবোৰ দেখি আম আদমি পাৰ্টি অধিক ক্ষোভিত হৈ পৰিছে। সেয়ে আম আদমী পাৰ্টিয়ে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। লগতে কংগ্ৰেছক মিত্ৰতাৰ পৰা পৃথক কৰাৰো দাবী উত্থাপন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapCongressindiaINDIA allianceMamata Benarjeerahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী
বাণিজ্য

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

June 17, 2026
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

June 17, 2026
Next Post
আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান

আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান

ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.