• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজনৈতিক মহলত সলনি হোৱাৰ দিশে দৃশ্যপট! মোদীৰ সংগ এৰি লালুৰ লগ হ’ব নেকি নীতিশ কুমাৰ

ৰাজনৈতিক মহলত সলনি হোৱাৰ দিশে দৃশ্যপট! মোদীৰ সংগ এৰি লালুৰ লগ হ’ব নেকি নীতিশ কুমাৰ

1 year ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

17 minutes ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

50 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

5 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

7 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজনৈতিক মহলত সলনি হোৱাৰ দিশে দৃশ্যপট! মোদীৰ সংগ এৰি লালুৰ লগ হ’ব নেকি নীতিশ কুমাৰ

editor by editor
January 2, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাজনৈতিক মহলত সলনি হোৱাৰ দিশে দৃশ্যপট! মোদীৰ সংগ এৰি লালুৰ লগ হ’ব নেকি নীতিশ কুমাৰ
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজনৈতিক মহলত সলনি হোৱাৰ দিশে দৃশ্যপট! মোদীৰ সংগ এৰি লালুৰ লগ হ’ব নেকি নীতিশ কুমাৰ

দেশৰ ৰাজনৈতিক পট সলনি হোৱাৰ ইংগিত। নীতিশ কুমাৰে কৌতুহলৰ সৃষ্টি কৰিছে ৰাজনীতিত। লালু প্ৰসাদৰ এক মন্তব্যৰ পাছতে বিহাৰৰ লগতে সমগ্ৰ দেশৰে ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ দিশে। অৱশ্যে এয়া কিমানদূৰ সম্ভৱ সেয়াহে এতিয়াই কোৱা টান।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত থাকিব নে মহা গোটবন্ধনত যোগদান কৰিব? এই প্ৰশ্নই এতিয়া সকলোৰে মনত কৌতুহলৰ সৃষ্টি কৰিছে।

এই প্রশ্নৰ মূলতে আছে ৰাষ্ট্রীয় জনতা দলৰ সুপ্রেম’ লালু প্রসাদ যাদৱে দিয়া এক বক্তব্য। যিয়ে অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত লালু প্ৰসাদে কয় যে ,- মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে গ্ৰেণ্ড এলায়েন্সৰ দুৱাৰ সদায়ে মুকলি। একেলগে আহি কাম কৰাৰ বাবেও নীতিশ কুমাৰক আহ্বান জনাই লালু প্ৰসাদে।

লগতে লালু প্ৰসাদে যাদৱে ইয়াকো কয় যে, ‘যদি নীতিশ কুমাৰ মহা গোটবন্ধনৰ সৈতে আহিব বিচাৰে তেন্তে আহিব লাগে’। লালু প্ৰদাসৰ এই বক্তব্যই এতিয়া ৰাজনৈতিক মহলত আলোড়ন তীব্ৰতৰ কৰি তুলিলে। ইয়াৰ ফলত এন ডি এ শিবিৰৰ অস্থিৰতাও বৃদ্ধি পাইছে।

যদিহে লালু প্ৰসাদ যাদৱে কোৱা কথা সঁচা প্ৰমাণিত কৰে নীতিশ কুমাৰে বিজেপী তথা মোদীৰ সংগ এৰি মহা গোটবন্ধনৰ হাতত ধৰে তেন্তে বিপদত পৰিব মোদী চৰকাৰো। কিয়নো কিং মেকাৰ নীতিশ কুমাৰৰ জোৰতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীত্ব লাভ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। সেয়ে এতিয়া ৰাজনৈতিক মহলত বিভিন্ন জনৰ মনত বিভিন্ন প্ৰশ্ন।

উল্লেখ্য যে, ১ জানুৱাৰী আৰজেডিৰ চুপ্ৰেম’ লালু প্ৰসাদ যাদৱৰ পত্নী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীৰ জন্মদিন আছিল। সেই জন্মদিনতে সাংবাদিকসকলে লালু প্ৰসাদক মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিষয়ে সোধাত তেওঁ স্পষ্টকৈ কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে সকলো দুৱাৰ সদায় খোলা থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian AllianceLalu Prashad Yadavnitish kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
Next Post
ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম

ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম

টেষ্ট কেৰিয়াৰ শেষ ৰোহিত শৰ্মাৰ! ছিডনীত দেখা নাযাব পাৰে হিটমেনক, বিদায় মেচো নাপাব নেকি অধিনায়কগৰাকীয়ে

টেষ্ট কেৰিয়াৰ শেষ ৰোহিত শৰ্মাৰ! ছিডনীত দেখা নাযাব পাৰে হিটমেনক, বিদায় মেচো নাপাব নেকি অধিনায়কগৰাকীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.