• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ…

ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ…

2 years ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

25 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

34 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

51 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ…

editor by editor
January 5, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ…
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ত ভুল হৈছিল ভাৰতৰ, ছিজনীত পৰাজায়ৰ ৩ টা মুখ্য কাৰণ…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ পঞ্চম আৰু শেষ টেষ্ট ছিডনীত অনুষ্ঠিত হয়। খেলখনত কেংগাৰু দলে ভাৰতক ৬ উইকেটত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে আয়োজক অষ্ট্ৰেলিয়াই ৩-১ ত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰি ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰে।

পাছে ছিডনীত টিম ইণ্ডিয়াৰ পৰাজয়ৰ তিনিটা ডাঙৰ কাৰণ কি কি-

১- বেটিং ফ্লপ শ্ব’
কেৱল ছিডনী টেষ্টতে নহয় বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পাঁচোখন টেষ্টতেই টিম ইণ্ডিয়াই দুৰ্বল বেটিং প্ৰদৰ্শন কৰে। ছিডনী টেষ্টত টিম ইণ্ডিয়াই দুয়োটা ইনিংছতে ২০০ ৰানৰ সীমা অতিক্ৰম কৰিব নোৱাৰে। প্ৰথম ইনিংছত ভাৰতীয় বেটছমেনে ১৮৫/১০ ৰান সংগ্ৰহ কৰে। তাৰ পিছত দ্বিতীয় ইনিংছত টিম ইণ্ডিয়াই মাত্ৰ ১৫৭/১০ ৰানলৈ হ্ৰাস পায়। দুৰ্বল বেটিঙৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াৰ হৈ মাত্ৰ ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো তেওঁলোকে ৪টা উইকেট হেৰুৱাই অৰ্জন কৰে।

২- যশপ্ৰীত বুমৰাহৰ আঘাত
ছিডনী টেষ্টত ৰোহিত শৰ্মাক বাদ দি অধিনায়ক পদত অধিষ্ঠিত হয় যশপ্ৰীত বুমৰাহ। ছিডনী টেষ্টৰ সময়ত বুমৰাহ আঘাতপ্ৰাপ্ত হয়। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত বেক স্পাজমৰ বাবে বুমৰাহ খেলপথাৰৰ বাহিৰলৈ ওলাই যায়। প্ৰথম ইনিংছত তেওঁ মাত্ৰ ১০ অভাৰহে বলিং কৰে। ইয়াৰ পিছত বুমৰাহ বলিঙৰ বাবে পুনপ খেলপথাৰলৈ যাব নোৱাৰে।

৩- ভুল দল নিৰ্বাচন
ছিডনী টেষ্টৰ বাবে ভুল দল নিৰ্বাচন তথা বাচনি টিম ইণ্ডিয়াৰ পৰাজয়ৰ আন এক কাৰণ। য’ত অষ্ট্ৰেলিয়াই মাত্ৰ এজন স্পিনাৰ খেলাইছিল, তাত টিম ইণ্ডিয়াৰ প্লেইং এঘাৰত দুজন স্পিনাৰক স্থান দিছিল। খেলপথাৰ অনুসৰি দলটোত চাৰিজন বেগী বলাৰৰ বাবে স্থান আছিল যদিও টিম ইণ্ডিয়াই মাত্ৰ তিনিজন মূল বেগী বলাৰ লৈ খেলপথাৰত নামে। ছিডনী টেষ্টত ভাৰতে ৰবীন্দ্ৰ জাডেজাক অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক স্পিন কৰাৰ সুযোগ দিয়ে। মেচখনত যদি চাৰিজন বেগী বলাৰ থাকিলহেঁতেন তেন্তে বুমৰাহৰ ওপৰত বিশেষ বোজা নাথাকিলহেঁতেন আৰু তেওঁ আঘাতৰ পৰা হাত সাৰিব পাৰিলেহেঁতেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket IndiaIndia Vs AustraliaIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
Next Post
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ৰোহিতক লৈ ডাঙৰ মন্তব্য গৌতম গম্ভীৰৰ

কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.