• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশী বন্ধুৱে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? সাৱধান, ৭০০ মহিলা ভুক্তভোগী

বিদেশী বন্ধুৱে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? সাৱধান, ৭০০ মহিলা ভুক্তভোগী

1 year ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

14 minutes ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

37 minutes ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

58 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

2 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

3 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

5 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

6 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

7 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিদেশী বন্ধুৱে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? সাৱধান, ৭০০ মহিলা ভুক্তভোগী

editor by editor
January 5, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বিদেশী বন্ধুৱে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? সাৱধান, ৭০০ মহিলা ভুক্তভোগী
0
SHARES
508
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদেশী বন্ধুৱে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? সাৱধান, ৭০০ মহিলা ভুক্তভোগী

সামাজিক মাধ্যম যোগে বহু লোকেই ঠগবাজ কৰি বা বেইমানি কৰি বহু লোকৰ পৰা টকা সৰকায়। এইবাৰ তেনেই এক কাহিনী পেহৰলৈ আহিছে। নিজকে আমেৰিকাৰ বুলি পৰিচয় দি লুটি লৈ গ’ল ৭০০ গৰাকী মহিলাক।

আপোনাকো তেনে বিদেশী বন্ধুৰ পৰা ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহিছে নেকি, তেন্তে সাৱধান, এইবাৰ এগৰাকী ২৩ বছৰীয়া যুৱকে নিজকে আমেৰিকাৰ বুলি পৰিচয় দি সামাজিক মাধ্যম যোগে লুটি নিয়ে।

বিদেশী মডেলৰ ফটো ব্যৱহাৰ কৰি নিজকে সেই যুৱক বুলি পৰিচয় দি লুট কৰা যুৱকক অৱশেষত দিল্লী আৰক্ষীয়ে আটক কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এক অনলাইন ডেটিং এপ যোগে ২৩ বছৰীয়া যুৱকে নিজকে বিদেশী বুলি পৰিচয় দি বহু মহিলাৰ সৈতে বন্ধুত্ব কৰে। বন্ধুত্ব গাঢ় কৰি শেষত সেই মহিলাবোৰৰ অন্তৰংগ তথা ব্যক্তিগত ফটো বিচৰে।

মহিলা বন্ধুৱেও বিশ্বাসত লৈ বিদেশী বন্ধুৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰে। কিন্তু ফটো পোৱাৰ লগে লগে বিদেশী বন্ধুৱে সেই ফটো সকলোতে ভাইৰেল কৰি দিয়াৰ ভাবুকিৰে মহিলাৰ পৰা বহু টকা সৰকাই। তেনেদেৰ এগৰাকী দুগৰাকী নহয়, ৭০০ গৰাকী মহিলাৰ পৰা টকা লুট কৰে যুৱকে।

শেষত দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী ভুক্তভোগী ছাত্ৰীয়ে চাইবাৰ আৰক্ষীৰ কাষ চপাতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cyber Policedelhi policePolice Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!
ভাৰত

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

May 20, 2026
Image Credit source: PTI
জীৱনশৈলী

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

May 20, 2026
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!
জীৱনশৈলী

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

May 20, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

May 20, 2026
Next Post
ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম

ধনেৰে ঘৰ ভৰি থকা বিচাৰে যদি পুহ মাহৰ পূৰ্ণিমাৰ দিনা কৰক এই কাম

সঁচা প্ৰমাণিত হ’ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

সঁচা প্ৰমাণিত হ'ল বলীউড অভিনেত্ৰী সন্দৰ্ভত কৰা ভৱিষ্যতবাণী, ঐশ্বৰ্য-দীপিকা..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.