গঁড়ৰ চোৰাং চিকাৰী অগপ নেতা। পঞ্চায়তৰ সভাপতি হ'বলৈ ওলাইছিল অগপৰ সভাপতি অতুল বৰাৰ সমষ্টিৰ চোৰাং চিকাৰী অগপৰ সদস্য গনেশ দলে।