• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

1 year ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

18 minutes ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

1 hour ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

2 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

16 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

17 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

17 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

18 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

21 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

22 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

editor by editor
January 17, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা
0
SHARES
484
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইমৰান খানক ১৪, পত্নীক ৭ বছৰ কাৰাবাস, লগতে মুঠ ১৫ লাখ টকাৰ জৰিমনা

আল কাদিৰ ট্ৰাষ্টৰ সৈতে জড়িত ভূমি দুৰ্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে। ইয়াৰ  উপৰি তেখেতৰ পত্নী বুছৰা বিবিকো কাৰাদ্বন্দ। পত্নীক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

ইয়াৰ উপৰি দুয়োগৰাকীকে জৰিমনাও বিহা হৈছে। ইমৰান খানত ১০ লাখ টকা আৰু পত্নী বুছাৰাক ৫ লাখ টকাৰ জৰিমনা দিয়া হৈছে। লগতে ইয়াকো কোৱা হৈছে যে, যদিহে দুয়ো জৰিমনা দিবলৈ অপৰাগ তেন্তে দুয়ো অতিৰক্ত ক্ৰমে ৬ মাহ আৰু ৩ মাহ  কাৰাবস খাটিব লাগিব।

প্ৰকাশিত বাতৰি অনুসৰি ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ইমৰাণ খান কাৰাগাৰত বন্দী হৈ থকা ৰাৱালপিণ্ডিৰ দুৰ্নীতি বিৰোধী আদালতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই গোচৰত তেওঁৰ পত্নী বুছৰা বিবি আৰু আন ছয়জনৰ সৈতে খানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল, যাৰ অধিকাংশই দেশৰ বাহিৰত।

আদেলা জেলত গঠন কৰা অস্থায়ী আদালতত ন্যায়াধীশ নাছিৰ জাভেদ ৰাণাই এই সিদ্ধান্ত দিয়ে। আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰটো পাকিস্তানৰ ইতিহাসত আৰ্থিক অন্যায়ৰ অন্যতম বৃহৎ গোচৰ। এই গোচৰত অভিযোগ উত্থাপন হৈছে যে ইমৰাণ খান আৰু তেওঁৰ পত্নীয়ে এজন টাইকুনৰ সহযোগত চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছিল।

অৱশ্যে ইমৰাণ খান আৰু বুছৰা বিবিৰ বাহিৰেও আন অভিযুক্তসকল দেশৰ বাহিৰত আছে, যাৰ বাবে কেৱল খান আৰু বিবিৰ ওপৰত গোচৰ চলোৱা হৈছিল।

আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰ পাকিস্তানৰ অন্যতম বিতৰ্কিত গোচৰ, য’ত ৫০ বিলিয়ন পাকিস্তানী টকাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: imran khanjailpakistanPakistani Former PM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
Next Post
শনিৰ নক্ষত্ৰমণ্ডলত শুক্ৰৰ ট্ৰেনজিটে ৩ ৰাশিৰ সমস্যা বৃদ্ধি কৰিব

শনিৰ নক্ষত্ৰমণ্ডলত শুক্ৰৰ ট্ৰেনজিটে ৩ ৰাশিৰ সমস্যা বৃদ্ধি কৰিব

অৰ্ধ কুম্ভ, পূৰ্ণ কুম্ভ, কুম্ভ আৰু মহাকুম্ভৰ মাজৰ পাৰ্থক্য কি, ইয়াৰ মহত্ব কি ?

অৰ্ধ কুম্ভ, পূৰ্ণ কুম্ভ, কুম্ভ আৰু মহাকুম্ভৰ মাজৰ পাৰ্থক্য কি, ইয়াৰ মহত্ব কি ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.