• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়

২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়

2 years ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

14 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

45 minutes ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

4 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

4 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

6 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

7 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়

২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়

editor by editor
January 22, 2025
in Uncategorized, জীৱনশৈলী
0
২ নে ৩ ফেব্ৰুৱাৰী, কেতিয়া পালন কৰা হ’ব সৰস্বতী পূজা? জানি থওক পূজাৰ সঠিক সময়
0
SHARES
22.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত হয় দেৱী সৰস্বতীৰ আৰাধনা৷ সৰস্বতী পূজাৰ ওপৰিও এই দিনটো বসন্ত পঞ্চমী হিচাপেও পালিত হয়৷ এই দিনটোত আবিৰ্ভাৱ হৈছিল জ্ঞান, বিদ্যা আৰু শিল্পকলাৰ দেৱী সৰস্বতী৷ এই বছৰ কেতিয়া পালিত হ’ব দেৱী সৰস্বতীৰ পূজা? এই বিষয়টোক লৈ সংশয়ে দেখা দিছে বহুতৰেই মনত৷ জানি থওক পঞ্জিকা অনুসৰি বসন্ত পঞ্চমী কেতিয়া? দেৱী সৰস্বতীৰ আৰাধনা কৰাৰ সঠিত দিন কেতিয়া?

সৰস্বতী পূজা ২০২৫ৰ দিনক্ষণ

মাঘ মাহৰ শুক্ৰপক্ষৰ পঞ্চমী তিথিত পালিত হয় সৰস্বতী পূজা৷ দৃকপঞ্জিকা অনুসৰি ২ ফেব্ৰুৱাৰী দেওবাৰে পুৱা ৯ বাজি ১৪ মিনিটত পঞ্চমী পৰিছে৷ ৩ ফেব্ৰুৱাৰী সোমবাৰে পুজা ৬বাজি ৫২ মিনিট পৰ্যন্ত পঞ্চমী থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা ষষ্ঠী তিথি পৰিব৷ উদয়া তিথি অনুসৰি ৩ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী৷ কিন্তু সেইদিনা যিহেতু খুব পুৱাৰ ভাগতেই পঞ্চমী এৰিব সেয়ে ২ নে ৩ ফেব্ৰুৱাৰীত সৰস্বতী পূজা কৰিব সেই বিষয়ক লৈ চিন্তাত পৰিছে বহুজন৷ আকৌ বেণীমাধৱ শীলৰ গাৰ্হস্থ্য পঞ্জিকা অনুসৰি দেওবাৰে ১২ বাজি ৩৪ মিনিটত পঞ্চমী পৰিব৷ সোমবাৰে ৯ বাজি ৫৯ মিনিটত পঞ্চমী শেষ হ’ব৷ পুৱা পঞ্চমী এৰিলেও বসন্ত পঞ্চমী তিথি যিহেতু ৩ ফেব্ৰুৱাৰী সেয়ে এই দিনটোতেই পূজা কৰাৰ পৰামৰ্শ দিছে জ্যোতিষবিদে৷

বসন্ত পঞ্চমীৰ মাহাত্ম্য

এই দিনটোত মা সৰস্বতীৰ ওপৰিও গণেশ, লক্ষ্মী, নৱগ্ৰহ, বহী-কিতাপ, কলম আৰু বাদ্যযন্ত্ৰৰ পুজা কৰাৰো ৰীতি প্ৰচলিত আছে৷ বসন্ত পঞ্চমীৰ পৰা শীত ঋতুৰ অৱসান ঘটি বসন্ত আগমন ঘটে এই দিনটোৰ পৰাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
আমেৰিকাত ঠাই নাই…! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

আমেৰিকাত ঠাই নাই...! ১৮০০০ ভাৰতীয়ক আমেৰিকাৰ অবৈধ নাগৰিক বুলি তথ্য প্ৰকাশ ট্ৰাম্প প্ৰশাসনৰ

যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

যন্ত্ৰণাময় পৰাধীন জীৱন অতীত! ২০ হাতীক স্বাগত জনাবলৈ কেনেদৰে সাজু বনতাৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.