• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি

যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি

1 year ago
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

26 minutes ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

2 hours ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

3 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

4 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

5 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

7 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

7 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

8 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি

editor by editor
January 22, 2025
in Uncategorized
0
যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি
0
SHARES
586
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি

খ্ৰীষ্টান ধৰ্মৰ উপাস্য দেৱতা যীচু খ্ৰীষ্টৰ নাম সন্দৰ্ভত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। অধ্যয়নত প্ৰকাশ পাইছে যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম।

বিশেষজ্ঞৰ মতে , যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম য়েছু নাৰজীন (Yeshu Narazene)। এই দাবী প্ৰাচীন আৰামীয় ভাষা আৰু ইতিহাসৰ ওপৰত কৰা অধ্যয়নৰ পাছত কৰিছে।

কেৱল নামেই নহয়, তেখেতৰ জন্মতিথি সন্দৰ্ভতো প্ৰকাশ পাইছে ন তথ্য। যীচু খ্ৰীষ্টৰ জন্ম হৈছিল ইহুদিয়াত, যি তেতিয়াৰ দিনত ৰোমান সাম্ৰাজ্যৰ অংশ আছিল। সেই সময়ত এই অঞ্চলত আৰামীয় ভাষা কোৱা হৈছিল। সেই সময়ত গালীল আৰু নাচৰত অঞ্চলত ‘য়েছু’ বা ‘য়েছুয়া’ অত্যন্ত সাধাৰণ নাম আছিল। ইতিহাসবিদসকলৰ মতে যীচুৰ সম্পূৰ্ণ নাম আছিল ‘য়েছু নাৰাজীন’, যাৰ অৰ্থ ‘নাচৰতৰ যীচু’।

বাইবেলত যীচুক প্ৰায়ে ‘নাচৰতৰ যীচু’ বা ‘নাচৰিত যীচু’ বুলিও উল্লেখ কৰা হৈছে। ইয়াৰ পৰা বুজা যায় যে সেই সময়ত মানুহে নিজৰ পৰিচয় দিবলৈ নিজৰ নামত নিজৰ ঠাইৰ নাম যোগ কৰিছিল।

প্ৰাচীন কালত ‘জ’ আখৰ ব্যৱহাৰ কৰা হোৱা নাছিল। যীচুৰ মৃত্যুৰ প্ৰায় ১৫০০ বছৰৰ পিছত ‘জ’ ধ্বনি আৰু ইয়াৰ উচ্চাৰণ অস্তিত্বলৈ আহিছিল। যেতিয়া নতুন নিয়ম আৰামীয়া ভাষাৰ পৰা গ্ৰীকলৈ অনুবাদ কৰা হৈছিল, তেতিয়া তেওঁৰ নাম ‘য়েছু’ ‘ইয়েছ’ছ’ বুলি লিখা হৈছিল। পিছলৈ ইয়াক লেটিন ভাষাত ‘ইয়েছ’ বুলি কোৱা হৈছিল। ১৭ শতিকাত ‘জে’ আখৰৰ ব্যৱহাৰ আৰু ইয়াৰ ধ্বনি বৃদ্ধি পায় আৰু এইদৰে ‘ইয়েছ’ ‘যীচু’লৈ সলনি হৈ পৰে।

‘খ্ৰীষ্ট’ শব্দটো কোনো উপনাম নাছিল, ই আছিল এটা উপাধি, যাৰ অৰ্থ আছিল ‘ঈশ্বৰৰ অভিষিক্ত মানুহ’। সেয়ে সকলোৱে উচ্চাৰণ কৰিছিল যীচু খ্ৰীষ্ট বুলি।

আনহাতে ইতিহাসবিদসকলে কয় যে যীচুৰ জন্ম ২৫ ডিচেম্বৰত হোৱা নাছিল। চতুৰ্থ শতিকাত পোপ প্ৰথম জুলিয়াছে ২৫ ডিচেম্বৰক যীচুৰ জন্মদিন ঘোষণা কৰিছিল যাতে ইয়াক পৌত্তলিক উৎসৱ চেটাৰ্নেলিয়াৰ সৈতে জড়িত কৰিব পৰা যায়। কিন্তু সঠিক তাৰিখ সন্দৰ্ভত এতিয়ালৈকে কোনো দাবী কৰা নাই বিশেষজ্ঞ সকলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Jesus Christnew findingsReal Name of JesusYeshu Narazene
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
Next Post
জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি

জেমছ এণ্ডাৰছনৰ ইতিহাসৰ শ্ৰেষ্ঠ ১১ খেলুৱৈ, দলত চাৰি ভাৰতীয় কিংবদন্তি

অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

অতিকে শোকাৱহ, জুই লগা বুলি উৰাবাতৰিৰ পাছতে চলন্ত ৰে'লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে ১০ জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.