• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য

অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য

2 years ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

30 minutes ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

1 hour ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

2 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

3 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

8 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য

অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য

editor by editor
January 23, 2025
in জীৱনশৈলী
0
অষ্টম পে কমিছন কাৰ্যকৰী হ’লে কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? জানক সবিশেষ তথ্য
0
SHARES
36.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম বেতন কমিছনৰ অনুমোদন দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই৷ চৰকাৰী কৰ্মচাৰীসকল এই সিদ্ধান্তত খুবেই সুখী৷ দৰমহাও এক ধাক্কাত বহু বৃদ্ধি পাব৷ বিশেষজ্ঞই কৈছে, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম বেতন কমিছন কাৰ্যকৰী হ’ব পাৰে৷ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিমান বাঢ়িব সেয়া নিৰ্ভৰ কৰিছে ফিটমেণ্ট ফেক্টৰৰ ওপৰত৷ এয়া মূলত এক ধৰণৰ গুণফল৷ সপ্তম দৰমহা আয়োগৰ আওঁতাত ফিটমেণ্ট ফেক্টৰ আছিল ২.৫৭৷

বেছিক চেলাৰী ৭ হাজাৰ টকাৰ পৰা বাঢ়ি ১৮ হাজাৰ টকা হৈছিল৷ অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ হ’ব পাৰে ২.৮৬৷ বেছিক চেলাৰী এক ধাক্কাত ৫১, ৪৮০ টকা হ’ব পাৰে৷ অৰ্থাৎ ১৮ হাজাৰ টকাৰ পৰা ১৮৬ শতাংশ বাঢ়িব পাৰে৷ কিন্তু ইয়াত বিভিন্ন ডিডাকছনো আছে৷ ফলত এই পৰিমাণৰ টকা লাভ নকৰিবও পাৰে৷ বিভিন্ন পদৰ কৰ্মীৰ দৰমহা কিমান হ’ব পাৰে জানি থওক হিচাপ৷

লেভেল ১ঃ পিয়ন, এটেণ্ডেণ্টছ, মাল্টি টাস্কিং ষ্টাফ লেভেল-১ৰ আওতাত পৰিছে৷ বৰ্তমান তেওঁঁলোকৰ বেছিক ছেলাৰি ১৮ হাজাৰ টকা৷ অষ্টম বেতন কমিছনত তেওঁলোকৰ বেছিক  ছেলাৰী হ’ব পাৰে ৫১,৪৮০ টকা৷ অৰ্থাৎ ৩৩,৪৮০ টকাকৈ দৰমহা বাঢ়িব পাৰে৷

লেভেল ২ঃ লৱাৰ ডিভিছনেল ক্লাৰ্ক আহে লেভেল ২ৰ আওঁতাত৷ তেওঁলোকৰ বেছিক ছেলাৰী ১৯৯০০ টকাৰ পৰা বাঢ়ি ৫৬,৯১৪ টকা হ’ব পাৰে৷ দৰমহা বাঢ়িব পাৰে ৩৭,০১৪ টকা৷

লেভেল ৩ঃ লেভেল ৩ৰ আওঁতাত পৰে কনিষ্টবল আৰু দক্ষ ষ্টাফসকল৷ বৰ্তমান তেওঁলোকৰ বেছিক ছেলাৰী ২১,৭০০ টকা৷ অষ্টম বেতন কমিছনৰ আওঁতাত তেওঁলোকৰ দৰমহা বাঢ়ি হ’ব ৬২,০৬২ টকা৷ অৰ্থাৎ ৪০,৩৬২ টকা দৰমহা বাঢ়িব৷
লেভেল ৪ঃ ষ্টেনোগ্ৰাফাৰ আৰু জুনিয়ৰ ক্লাৰ্কসকল পৰে লেভেল ৪ৰ আওঁতাত৷ তেওঁলোকৰ বেছিক ছেলাৰী ২৫ ৫০০ টকা৷ এই দৰমহা বাঢ়ি হ’বগৈ ৭২,৯৩০ টকা৷ অৰ্থাৎ ৪৭,৪৩০ টকা দৰমহা বাঢ়িব পাৰে৷
লেভেল৫ঃ ছিনিয়ৰ ক্লাৰ্ক, সহকাৰী অথবা টেকনিকেল ষ্টাফসকল লেভেল ৫ৰ আওঁতাত আহে৷ তেওঁলোকৰ বেছিক ছেলাৰী ২৯,২০০টকাৰ পৰা বাঢ়ি ৮৩,৫১২ টকা হোৱাৰ সম্ভাৱনা আছে৷ তেওঁলোকৰ দৰমহা বাঢ়িব ৫৪,৩১২ টকা৷
লেভেল ৬ঃ ইন্সপেক্টৰ, ছাব ইন্সপেক্টৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ লেভেল ৬ আওঁতাত আহে৷ তেওঁলোকৰ বেছিক ছেলাৰী ৬৫,৮৪৪ টকালৈ বাঢ়িব পাৰে৷ ৩৫,৪০০ টকাৰ পৰা দৰমহা বাঢ়ি  হ’ব পাৰে ১,০১,২৪৪ টকা৷
লেভেল ৭ঃ লেভেল ৭ৰ আওঁতাত পৰে ছুপাৰিনটেণ্ডেণ্ট, ছেকছন অফিচাৰ অথৱা সহকাৰী ইঞ্জিনিয়াৰসকল৷ তেওঁলোকৰ বেছিক ছেলাৰি ৪৪,৯০০ টকাৰ পৰা বাঢ়ি ১,২৮,৪১৪ টকা হ’ব পাৰে৷ দৰমহা বাঢ়িব ৮৩,৫১৪ টকা৷
লেভেল ৮ঃ ছিনিয়ৰ ছেকছন অফিচাৰ অথৱা সহকাৰী অডিট অফিচাৰসকল আহে লেভেল ৮ৰ আওঁতাত৷ তেওঁলোকৰ বেছিক ছেলাৰী বাঢ়িব প্ৰায় ৮৮,৫৩৬ টকা৷ মাহিলী  দৰমহা ৪৭,৬০০টকাৰ পৰা বাঢ়ি হ’বগৈ ১,৩৬,১৩৬টকা৷
লেভেল ৯ঃ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিছ অথৱা একাউণ্টছ অফিচাৰসকলে লেভেল ৯ৰ আওঁতাত পৰে৷ তেওঁলোকৰ বেছিক ছেলাৰি ৫৩১০০ টকাৰ পৰা বাঢ়ি ১,৫১,৮৬৬ টকা হ’ব পাৰে৷ দৰমহা বাঢ়িছে ৯৮,৭৬৬ টকা৷
লেভেল ১০ঃ এই গ্ৰুপৰ আওঁতাত আছে গ্ৰুপ এ অফিচাৰ, সহকাৰী কমিছনাৰ বা IAS, IPS আৰু IFS-সকল৷ বৰ্তমান তেওঁলোকৰ বেছিক চেলাৰী  ৫৬,১০০ টকা৷ অষ্টম বেতন কমিছনত সেয়া বাঢ়ি হ’বগৈ ১,৬০,৪৬৬ টকা৷ তেওঁলোকৰ দৰমহা বাঢ়িব প্ৰায় ১,০৪,৩৪৬ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
বৃদ্ধি যোগতেই সুদিন ঘূৰি আহিব ৫ৰাশিৰ জাতক-জাতিকাৰ, কোনে কোনে কৰিব অৰ্থলাভ?

বৃদ্ধি যোগতেই সুদিন ঘূৰি আহিব ৫ৰাশিৰ জাতক-জাতিকাৰ, কোনে কোনে কৰিব অৰ্থলাভ?

আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ

আইফোনত বেছি এণ্ড্ৰয়েডত কম! ভাড়াৰ এই পাৰ্থক্য কিয়? ওলা, উবেৰলৈ নটিছ কেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.